ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Assam State Tribal Conference I ডিফুত এবিভিপিৰ উদ্যোগত অসম ৰাজ্যিক জনজাতি সন্মিলন

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু

News Desk by News Desk
February 12, 2024
Reading Time: 1 min read
A A
0

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

সোমবাৰে ডিফুস্থিত (In Diphu) লাংকুং হাবে মেম’ৰিয়েল টাউন হলত এদিনীয়া কাৰ্যসূচীৰে অখিল ভাৰত বিদ্যাৰ্থী পৰিষদ (Akhil Bharat Vidyarthi Parishad) চমুকৈ এবিভিপি (ABVP)ৰ উদ্যোগত অসম ৰাজ্যিক জনজাতি সন্মিলন (Assam State Tribal Conference) অনুষ্ঠিত হৈ যায়৷ “বঢ়েগা জনজাতি বঢ়েগা অছম” থীম হিছাপে লৈ অনুষ্ঠিত হব হোৱা সন্মিলনখনত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫ শতাধিক জনজাতি ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷

ডিফুত এবিভিপিৰ উদ্যোগত অসম ৰাজ্যিক জনজাতি সন্মিলন
ডিফুত এবিভিপিৰ উদ্যোগত অসম ৰাজ্যিক জনজাতি সন্মিলন:

উক্ত সন্মিলনত মুখ্য অতিথি হিছাপে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, বিশিষ্ট অতিথি  এনএছএছৰ প্ৰাক্তন আঞ্চলিক সঞ্চালক সুনিল বসুমতাৰী, বিশেষ অতিথি এবিভিপিৰ ৰাষ্ট্ৰীয় সচিব বুদ্ধদেৱ বাঘ, অভ্যৰ্থনা সমিতিৰ সভাপতি সুবিদ দত্ত, সাধাৰণ সম্পাদক ডঃ পংকজ টেৰণ আৰু আমন্ত্ৰিত অতিথি হিছাপে এবিভিপিৰ ৰাজ্যিক সভাপতি, সম্পাদক ক্ৰমে, ৰিতামণি বৈশ্য আৰু হেৰল্ড মোহন উপস্থিত থাকে৷

মুখ্য অতিথি হিছাপে উপস্থিত থাকি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে (Tuliram Rangha) কয় যে, ডিফুত এবিভিপিৰ অসম ৰাজ্যিক জনজাতি সন্মিলন অনুষ্ঠিত জনজাতি অধ্যুষিত জিলা কাৰবি আংলঙৰ বাবে এটা ভাল কথা ৷ বিভিন্ন জনজাতি ছাত্ৰ-ছাত্ৰীয়ে এই সন্মিলনৰ জৰিয়তে নিজৰ অভাৱ- অভিযোগবোৰ উপস্থাপন কৰিবলৈ সুবিধা পাব ৷ কাৰবি আংলং জিলাত জনজাতিসকলৰ মাজত হোৱা সংঘাত হ্ৰাস পোৱাৰ ফলত জিলাখনত শান্তিৰ পৰিৱেশে বিৰাজ কৰিছে ৷ বন্ধুক আৰু বন্ধ সংস্কৃতিৰে সমস্যা সমাধান কৰিব নোৱাৰি আলাপ-আলোচনাৰ মাধ্যমেৰেহে সমস্যাবোৰ সমাধান কৰিব পাৰে বুলি মন্তব্য কৰে তুলিৰাম ৰংহাঙে৷

Tribep2 1 | ASSAM TIMES POST

আনহাতে এনএছএছৰ প্ৰাক্তন আঞ্চলিক সম্পাদক সুনিল বসুমতাৰীয়ে কাৰবি আংলঙৰ স্বতন্ত্ৰ কলা-কৃষ্টি সংস্কৃতিৰ উচ্চ প্ৰসংসা কৰে ৷ এবিভিপিয়ে চৰিত্ৰ নিৰ্মান, একতা, ব্যক্তি নিৰ্মাণ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে কাম কৰি আহিছে৷ জনসাধাৰণক ‘দিয়া আৰু অনুদান’ নীতিৰ জৰিয়তে এবিভিপিয়ে সেৱা আগবঢ়াইছে বুলিও কয় নেতাগৰাকীয়ে।

Tags: AssamStateTribalConferenceঅসমৰাজ্যিকজনজাতিসন্মিলন
Share4Tweet3Send

Related Posts

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

by News Desk
July 22, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
ADVERTISEMENT
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
50
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত
Dima Hasao

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx