ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Home Minister Amit Shah : গুৱাহাটীত অসম আৰক্ষীৰ পাছিং আউট পেৰেডত অংশগ্ৰহণ গৃহমন্ত্ৰী অমিত শ্বাহৰ

নিউজ ডেস্কঃ

News Desk by News Desk
January 20, 2024
Reading Time: 1 min read
A A
0

RELATED POSTS

EVMক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL

Tragedy on Hatigaon: হাতীগাঁওৰ পথত অঘটন, কুঁৱাত পৰি কৰুণ মৃত্যুএজন ব্যক্তিৰ

Fack Note : মহানগৰীত পুনৰ জাল নোটসহ এজনক গ্ৰেপ্তাৰ

New Logo Smal 3 | ASSAM TIMES POST

অসম ভ্ৰমণৰ দ্বিতীয়দিনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Home Minister Amit Shah visits Assam) শনিবাৰে বিয়লি গুৱাহাটীত উপস্থিত হয়। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত তেজপুৰত সশস্ত্ৰ সীমা বলৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে অমিত শ্বাহে।

Amitp | ASSAM TIMES POST

তাৰ পৰা তেওঁ ঠেলামৰাত অনুষ্ঠিত বাথৌ মহাসভাৰ অধিবেশনত অংশগ্ৰহণ কৰে গৃহমন্ত্ৰীয়ে। তেওঁক সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ পৰা পোনে পোনে আহি গৃহমন্ত্ৰীয়ে সৰুসজাই ষ্টেডিয়ামত আয়োজিত 2,551 গৰাকী অসম আৰক্ষী কমাণ্ডোৰ পাছিং আউট পেৰেডত (Passing out parade of Assam Police Commando) অংশগ্ৰহণ কৰি অভিবাদন গ্ৰহণ কৰে৷ তেওঁৰ সৈতে উপস্থিত থাকে মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং।

Amitp3 | ASSAM TIMES POST

এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছত গৃহমন্ত্ৰীয়ে কলাক্ষেত্ৰলৈ ৰাওনা হয়। তাত শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰি অমিত শ্বাহে লাচিত বৰফুকনৰ ওপৰত ৰচিত গ্ৰন্থ (Book on Lachit Borphukan) ‘অসমৰ সাহসী লাচিত বৰফুকন’ উন্মোচন (Assam’s brave Lachit Borphukan unveiled) কৰে৷ লগতে তেওঁ ব্ৰহ্মপুত্ৰ নদীমুখ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰো উদ্বোধন কৰে। উল্লেখযোগ্য যে লাচিত বৰফুকনৰ ওপৰত এই গ্ৰন্থখন ভাৰতৰ স্বীকৃত মুঠ ২৪টা ভাষাত প্ৰণয়ন কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AmitShahGuwahatiঅমিতশ্বাহগুৱাহাটীত
Share4Tweet3Send

Related Posts

EVMক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL
Guwahati

EVMক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL

by News Desk
September 18, 2026
53
Tragedy on Hatigaon: হাতীগাঁওৰ পথত অঘটন, কুঁৱাত পৰি কৰুণ মৃত্যুএজন ব্যক্তিৰ
Guwahati

Tragedy on Hatigaon: হাতীগাঁওৰ পথত অঘটন, কুঁৱাত পৰি কৰুণ মৃত্যুএজন ব্যক্তিৰ

by ASSAM TIMES POST
September 18, 2026
54
Fack Note : মহানগৰীত পুনৰ জাল নোটসহ এজনক গ্ৰেপ্তাৰ
Guwahati

Fack Note : মহানগৰীত পুনৰ জাল নোটসহ এজনক গ্ৰেপ্তাৰ

by News Desk
September 17, 2026
51
Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ
Guwahati

Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ

by News Desk
September 14, 2026
52
Ramanuj encounter : পত্নীহন্তা ৰামানুজক আৰক্ষীৰ এনকাউণ্টাৰ
Guwahati

Ramanuj encounter : পত্নীহন্তা ৰামানুজক আৰক্ষীৰ এনকাউণ্টাৰ

by News Desk
September 14, 2026
52
Ganeshguri Sexual assault : গণেশগুৰীৰ হোটেলত ১৫ বছৰীয়া কিশোৰীক নিৰ্যাতনৰ অভিযোগ
Guwahati

Ganeshguri Sexual assault : গণেশগুৰীৰ হোটেলত ১৫ বছৰীয়া কিশোৰীক নিৰ্যাতনৰ অভিযোগ

by News Desk
September 11, 2026
57
ADVERTISEMENT
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

September 21, 2026
50
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা
DIPHU

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
50
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত
National-International

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026
50
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ
National-International

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

September 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

September 21, 2026
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d