ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Editorial

Magh bihu celebration I ভোগৰ ভোগজৰা আৰু মেজিৰ জুইৰ উত্তাপত চহকী হওক অসমীয়া জাতি

কামৰুল খান , সম্পাদক :

News Desk by News Desk
January 14, 2024
Reading Time: 1 min read
A A
0
Magh bihu celebration I ভোগৰ ভোগজৰা আৰু মেজিৰ জুইৰ উত্তাপত চহকী হওক অসমীয়া জাতি

RELATED POSTS

Bhogali Bihu 2026 : ভোগৰ ভোগালীত উথপথপ ৰাজ্য, হাঁহে-মাহে এসাঁজ খোৱাৰ আয়োজন

ভোগৰ সম্ভাৰ আৰু মেজিৰ জুইৰ তাপত টনকিয়াল হওক অসমীয়া জাতি

Embracing 2025: A Journey of Growth, Resilience, and Human Connection

New Logo Smal 1 | ASSAM TIMES POST

আঘোণৰ নৰা গছকি অহা মাঘৰ আজি উৰুকা (Maghar Uruka)। ভোগৰ ভোগজৰাটি লৈ পুনৰ আহিছে হেঁপাহৰ ভোগালী। পুহৰ নিহালিখন কাটি কৰি ঠেঁটুৱৈ লগা জাৰকো আওকাণ কৰি এতিয়া প্ৰতিগৰাকী অসমীয়া ব্যস্ত ভোগৰ ভোগথালখন প্ৰস্তুত কৰাত ব্যস্ত।

Magh bihu celebration
Magh bihu celebration:

হয়, অসম আৰু অসমীয়াৰ চহকী পৰম্পৰাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে তিনিটা বিহু (Bihu)। তাৰে ভিতৰত মাঘ বিহু (Magh Bihu) হৈছে অতি উল্লেখনীয়। সাধাৰণতে চহাপ্ৰাণৰ সোণগুটি সদৃশ শস্য চপোৱাৰ আনন্দ-উলাহত প্ৰাপ্তিৰ এক অনন্য উৎসৱ হৈছে মাঘ বিহু। মাঘ বিহুৰ পৱিত্ৰ দোমাহীৰ আগদিনাক কোৱা হয় উৰুকা।

ই উৰুকাৰ আছে এক বিশেষ তাৎপৰ্য। পথাৰত ভেলাঘৰ (Velaghar) আৰু মেজি (Mage) নিৰ্মাণ কৰি গঞাই লগে-ভাগে এসাঁজ খোৱাটো এটা পৰম্পৰা। ইয়াৰ দ্বাৰা পথাৰৰ লগত সম্পৃক্ত চহা জীৱন আৰু ভাতৃত্ববোধৰ প্ৰকাশ পায়। আনহাতে, বিহুৰ দিনা পুৱাতে অগ্নি দেৱতাক প্ৰণাম জনাই মেজিত অগ্নিসংযোগ কৰা হয়। এই মেজিৰ জুইৰ লগত যেন সকলো অপায়-অমংগল পুৰি ছাই হৈ যায় তাৰেই এক প্ৰতীকী অৰ্থ। আনহাতে, পুহৰ শীতক পুৰি এক নতুন ঋতুৰ আগমনৰ বার্তাও ইয়াত লুকাই থাকে।

অসমীয়া গ্ৰাম্য জীৱন বিভিন্ন ব্যঞ্জন উপকৰণেৰে ভৰি আছে। মাঘ বিহুত তাৰ প্ৰকাশ পায়। বিধে বিধে লাড়ু, পিঠা, জলপান; চুঙা পিঠা, দৈ; মাছ, মাংস আদি কি নাথাকে এই ভোগৰ উৎসৱত। ধনী-দুখীয়া সকলোৱে মিলি উদৰ পূৰাই এসাঁজ খোৱাৰ এক অনাবিল আনন্দ এই ভোগালী বিহু।

bihu 3 1 | ASSAM TIMES POST

অৱশ্যে সময়ৰ অগ্ৰগামী গতিত আমাৰ পৰম্পৰা, সংস্কৃতি আদিয়েও ৰূপ সলাইছে। এয়া এক অৱধাৰিত প্ৰক্ৰিয়া। কিন্তু সময়ৰ সোঁতত যাতে আমাৰ চহকী পৰম্পৰা, সংস্কৃতি, ৰীতি-নীতি আদি উটি যাব নোৱাৰে তাৰ বাবে সচেষ্ট হ’ব লাগিব। তেতিয়াহে আমি আমাৰ পৰম্পৰাক লৈ গৌৰৱ কৰিব পাৰিম।

এই মাঘৰ মাহটো হওক অসমীয়া জাতি আৰু জনজীৱনৰ ভৱিষ্যত গঢ়াৰ এক ভিত্তি বৰ্ষ, তাৰেই কামনাৰে সকলোকে মাঘ বিহু তথা উৰুকাৰ শুভেচ্ছা জনালোঁ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: MaghBihuCelebrationমাঘবিহু
Share6Tweet4Send

Related Posts

Bhogali Bihu 2026 : ভোগৰ ভোগালীত উথপথপ ৰাজ্য, হাঁহে-মাহে এসাঁজ খোৱাৰ আয়োজন
Editorial

Bhogali Bihu 2026 : ভোগৰ ভোগালীত উথপথপ ৰাজ্য, হাঁহে-মাহে এসাঁজ খোৱাৰ আয়োজন

by News Desk
January 13, 2026
56
ভোগৰ সম্ভাৰ আৰু মেজিৰ জুইৰ তাপত টনকিয়াল হওক অসমীয়া জাতি
Editorial

ভোগৰ সম্ভাৰ আৰু মেজিৰ জুইৰ তাপত টনকিয়াল হওক অসমীয়া জাতি

by Staff Reporter
January 13, 2025
60
Embracing 2025: A Journey of Growth, Resilience, and Human Connection
Editorial

Embracing 2025: A Journey of Growth, Resilience, and Human Connection

by ASSAM TIMES POST
January 1, 2025
56
নতুন বছৰটো হওক মানৱতাৰ জয়গানৰ এটা বছৰ:
Editorial

নতুন বছৰটো হওক মানৱতাৰ জয়গানৰ এটা বছৰ:

by ASSAM TIMES POST
January 1, 2025
53
ৰাষ্ট্ৰীয় প্ৰেছ দিৱস: গণতন্ত্ৰত সাংবাদিকতাৰ গুৰুত্ব আৰু উদযাপন
Editorial

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস: গণতন্ত্ৰত সাংবাদিকতাৰ গুৰুত্ব আৰু উদযাপন

by ASSAM TIMES POST
November 15, 2024
63
close up photo of plastic bottle
Featured

The Urgent Need to Address Growing Pollution in Assam:

by Sanjeev Sarma
March 4, 2023
245.1k
ADVERTISEMENT
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

September 21, 2026
57
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা
DIPHU

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
61
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত
National-International

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026
51
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ
National-International

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

September 21, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

September 21, 2026
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d