ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Terrorist Attack in Kashmir I কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহতৰ সংখ্যা ৫ জনলৈ বৃদ্ধি, পুঞ্চত সেনাৰ তালাচী অভিযান

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 22, 2023
Reading Time: 1 min read
A A
0
কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু

Indian Railway I ভাৰতীয় ৰে’লত ৬ হাজাৰোধিক পদত নিযুক্তি, কেনেদৰে আবেদন কৰিব

বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ (Jammu Kashmir Terrorist Attack) পুঞ্চ আৰু ৰাজৌৰী জিলাৰ সীমান্তত সেনাৰ ট্ৰাকত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত আন এজন সেনা নিহত হয় । যাৰ বাবে এই হিংসাত্মক ঘটনাত মৃত্যুৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি পালে । উল্লেখ্য যে বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪.৪৫ বজাত ৰাজৌৰীৰ ডেৰা কি গলি অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত এখন জীপ আৰু ৪৮ ৰাষ্ট্ৰীয় ৰাইফলছৰ এখন ট্ৰাকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হয় ।

কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ
কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহতৰ সংখ্যা ৫ জনলৈ বৃদ্ধি:

সেনা সূত্ৰই জনোৱা মতে, সন্ত্ৰাসবাদীয়ে স্বয়ংক্ৰিয় ৰাইফল আৰু গ্ৰেনেড লঞ্চাৰেৰে আক্ৰমণ কৰিছিল । পিছত লস্কৰ-ই-তৈবাৰ এটা শাখা পিপলছ এণ্টি-ফেচিষ্ট ফ্ৰণ্টে (পিএএফএফ) এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে । উল্লেখ্য যে সেনাই বুধবাৰে নিশা ডেৰা কি গলিত এক অভিযান আৰম্ভ কৰে ।

ৰাষ্ট্ৰীয় ৰাইফলছৰ জোৱানসকলে সেই অভিযানত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল । দুয়োখন বাহন চুৰানকোট আৰক্ষী থানাৰ অন্তৰ্গত বাফ্লিয়াজৰ পৰা ৰাজৌৰীলৈ গৈ আছিল । বাফ্লিয়াজ আৰু ডেৰা কি গলিৰ মাজৰ পাহাৰীয়া অঞ্চলত থকা গভীৰ অৰণ্যৰ সুযোগ লয় সন্ত্ৰাসবাদীয়ে । টোপা পীৰ অঞ্চলৰ ওচৰৰ এটা ঠেক পাহাৰীয়া পথৰ মুখত এখন সেনাৰ জীপ আৰু ট্ৰাকৰ ওপৰত আক্ৰমণ কৰা হয় ।

পথ ভাঁজত গাড়ীখনৰ গতি লেহেম হোৱাৰ লগে লগে গুলী আৰু গ্ৰেনেডৰ আক্ৰমণ আৰম্ভ হয় ।
আনহাতে, আক্ৰমণৰ পিছতে পুঞ্চৰ এছএছপি বিনয় শৰ্মাকে ধৰি জম্মু-কাশ্মীৰ আৰক্ষী আৰু সেনা বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় । প্ৰকাশ পোৱা এটা ভিডিঅ’টোত ৰাস্তাত তেজ পৰি থকা দেখা যায় । ইয়াৰ উপৰি সেনা জোৱানসকলৰ ভঙা হেলমেটো প্ৰত্যক্ষ কৰা গৈছে ।

লগতে সেনাৰ বাহনখনৰ আইনাও ভাঙি যায় । আক্ৰমণত ঘটনাস্থলীতে তিনিজন জোৱান নিহত হয় । আনহাতে, আন চাৰিজন আহত হয় । আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত তাতেই আৰু এজনৰ মৃত্যু হয় । সূত্ৰ অনুসৰি, শুকুৰবাৰে পুৱতি নিশা আঘাতপ্ৰাপ্ত আন এজন জোৱানে মৃত্যুবৰণ কৰে ।

Tags: কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণতনিহতৰ সংখ্যা ৫ জনলৈ বৃদ্ধিপুঞ্চত সেনাৰ তালাচী অভিযান
Share4Tweet3Send

Related Posts

Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য
National-International

Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

by News Desk
June 4, 2026
50
Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু
National-International

Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু

by News Desk
June 4, 2026
50
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :
National-International

Indian Railway I ভাৰতীয় ৰে’লত ৬ হাজাৰোধিক পদত নিযুক্তি, কেনেদৰে আবেদন কৰিব

by Staff Reporter
June 4, 2026
50
Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

by Staff Reporter
June 4, 2026
50
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ
National-International

Cockroach Janata Party I শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, প্ৰথম সংবাদমেলতে ‘ককৰোচ জনতা পাৰ্টি’ৰ দাবী

by Staff Reporter
June 4, 2026
50
Bihar fire I দিল্লীৰ পিছত এইবাৰ বিহাৰ, হাস্পতালৰ অগ্নিকাণ্ডত ৩ ৰোগীৰ মৃত্যু
National-International

Bihar fire I দিল্লীৰ পিছত এইবাৰ বিহাৰ, হাস্পতালৰ অগ্নিকাণ্ডত ৩ ৰোগীৰ মৃত্যু

by Staff Reporter
June 4, 2026
50
ADVERTISEMENT
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী
DIPHU

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
50
Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য
National-International

Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

June 4, 2026
50
Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু
National-International

Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু

June 4, 2026
50
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :
National-International

Indian Railway I ভাৰতীয় ৰে’লত ৬ হাজাৰোধিক পদত নিযুক্তি, কেনেদৰে আবেদন কৰিব

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

June 4, 2026
Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু

Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx