ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur violence I মণিপুৰ হিংসাৰ লগত জড়িত মেইটেইৰ ওপৰত নিষেধাজ্ঞা বৃদ্ধি

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 29, 2023
Reading Time: 1 min read
A A
0
Manipur violence : মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কুকি-জো সম্প্ৰদায়ৰ ৩ লোকক গুলীয়াই হত্যা

RELATED POSTS

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike

Assam Rifles Busts Rs 1.87 Cr Heroin Near Myanmar Border in Mizoram

New Logo Smal 2 | ASSAM TIMES POST

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মণিপুৰ হিংসাৰ (Manipur Violence) লগত জড়িত ৯টা মেইটেই গোটৰ ওপৰত নিষেধাজ্ঞা আৰু পাঁচ বছৰ বৃদ্ধিৰ বাবে ন্যায়াধিকৰণ গঠন কৰিছে। এই ন্যায়াধিকৰণৰ নেতৃত্বত আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ। এই সংগঠনসমূহে যোৱা ছমাহৰ হিংসাত্মক পৰিস্থিতিত সশস্ত্ৰ আক্ৰমণত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰাৰ অভিযোগ।

মণিপুৰ হিংসা
মণিপুৰ হিংসাৰ লগত জড়িত মেইটেইৰ ওপৰত নিষেধাজ্ঞা বৃদ্ধি:

সেয়েহে এই মাহত গৃহ মন্ত্ৰালয়ে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ (ইউএপিএ) অধীনত এই সংগঠনসমূহক পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰে।

‘নিষিদ্ধ’ ঘোষণা কৰা সংগঠনসমূহৰ ভিতৰত আছে পিপলছ লিবাৰেচন আৰ্মীৰ ৰাজনৈতিক শাখা ৰিভলুচনেৰী পিপলছ ফ্ৰণ্ট (আৰপিএফ), মণিপুৰ পিপলছ আৰ্মী (এমপিএ), ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্টৰ সশস্ত্ৰ শাখা, পিপলছ ৰিভলুচনেৰী পাৰ্টি অব কাংগলেইপাকৰ (প্ৰিপাক) সশস্ত্ৰ শাখা লাল সেনা আৰু কাংগলেইপাক কমিউনিষ্ট পাৰ্টিৰ (কেচিপি) সশস্ত্ৰ শাখা কাংগলেইপাক ৰে। কঠোৰপন্থী মেইটেই সংগঠন কাংগলেই ইয়াওল কানবা লুপ (কেৱাইকেএল), মেইটেই সমন্বয় সমিতি (কোৰ কম) আৰু এলায়েন্স ফৰ ছ’চিয়েলিষ্ট ইউনিটি কাংগলেইপাকো (আছুকে) এই তালিকাত আছে।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্ত্ৰালয়ে অভিযোগ কৰে যে চীন সমৰ্থিত কুকি-জো উগ্ৰপন্থী সংগঠন কুকি নেচনেল আৰ্মী, কুকি নেচনেল ফ্ৰন্ট, ইউনাইটেড কুকি লিবাৰেচন ফ্ৰণ্টে শেহতীয়াকৈ মণিপুৰত সংঘটিত দলীয় হিংসাৰ সৈতে জড়িত হৈ আছে। শেহতীয়াকৈ মণিপুৰত সংঘটিত হিংসাত্মক পৰিস্থিতিত ম্যানমাৰৰ সশস্ত্ৰ সংগঠন পিডিএফৰ ভূমিকাৰো অভিযোগো উত্থাপন হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: মণিপুৰ হিংসাৰ লগত জড়িতমেইটেইৰ ওপৰত নিষেধাজ্ঞা বৃদ্ধি
Share4Tweet3Send

Related Posts

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য
NORTHEAST

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

by News Desk
September 4, 2026
52
Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike
NORTHEAST

Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike

by News Desk
August 31, 2026
60
Assam Rifles Busts Rs 1.87 Cr Heroin Near Myanmar Border in Mizoram
NORTHEAST

Assam Rifles Busts Rs 1.87 Cr Heroin Near Myanmar Border in Mizoram

by News Desk
August 30, 2026
55
Assam Police Arrest Four in Meghalaya, Recover Two Stolen Bikes
NORTHEAST

Assam Police Arrest Four in Meghalaya, Recover Two Stolen Bikes

by News Desk
August 29, 2026
53
Breaking : NSCN (IM) Cadre Apprehended in Ledo; Mobile Phone Seized
NORTHEAST

Breaking : NSCN (IM) Cadre Apprehended in Ledo; Mobile Phone Seized

by News Desk
August 29, 2026
53
Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ
NORTHEAST

Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ

by News Desk
August 28, 2026
51
ADVERTISEMENT
India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী
National-International

Dellhi student protest : দিল্লীৰ ছাত্ৰ প্ৰতিবাদকাৰীলৈ জাননী প্ৰেৰণ, উত্তৰ প্ৰদেশ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ প্ৰতিক্ৰিয়া

September 9, 2026
50

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ
DIPHU

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

September 9, 2026
50
Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প
National-International

Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প

September 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী

Dellhi student protest : দিল্লীৰ ছাত্ৰ প্ৰতিবাদকাৰীলৈ জাননী প্ৰেৰণ, উত্তৰ প্ৰদেশ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ প্ৰতিক্ৰিয়া

September 9, 2026
India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী

India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী

September 9, 2026
Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

September 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d