ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

সন্দীপ ৰেড্ডীৰ ছবিত সালসলনিঃ ৰণৱীৰ নহয়; থাকিব প্ৰভাস-

Staff Reporter by Staff Reporter
December 26, 2019
Reading Time: 1 min read
A A
0
সন্দীপ ৰেড্ডীৰ ছবিত সালসলনিঃ ৰণৱীৰ নহয়; থাকিব প্ৰভাস-

সন্দীপ ৰেড্ডীয়ে যেতিয়াই “অৰ্জুন ৰেড্ডী” ৰ দৰে এখন সফল ছবি নিৰ্মাণ কৰিছিল তেতিয়াৰ পৰাই তেওঁৰ সৈতে বহু তাৰকা কাম কৰিবলৈ আগ্ৰহী হৈ পৰিছিল। তেওঁৰ ছবি “অৰ্জুন ৰেড্ডী” ইমানেই সফল আছিল যে তেওঁ যেতিয়া উক্ত ছবিখনৰ হিন্দী ৰিমেক “কৱীৰ সিং” নিৰ্মাণ কৰিছিল; তেতিয়াও এই ছবিখন চুপাৰ হিট হৈ পৰিছিল।

RELATED POSTS

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

ranbir singh | ASSAM TIMES POST

পুনৰ বাৰ পৰিচালক ৰেড্ডী ব্যস্ত হৈ পৰিছে তেওঁৰ আগন্তুক ছবি “ডেবিল” ক লৈ। কিন্তু ছবিখনক উদ্দেশ্যি আন এটা খবৰেহে বৰ্তমান শিৰোনাম দখল কৰিছে। কিছু দিনপূৰ্বে, উক্ত “ডেবিল” ছবিখনত বলীউড ষ্টাৰ ৰণৱীৰ কাপুৰক গ্ৰহণ কৰাৰ কথা উল্লেখ কৰা হৈছিল। কিন্তু এতিয়া আকৌ, আন এক খবৰ মতে, ৰণৱীৰ কাপুৰক আঁতৰাই দক্ষিণৰ চুপাৰষ্টাৰ প্ৰভাসেহে এই ছবিখনত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিব বুলি কোৱা হৈছে।

after ranbir kapoor opts out prabhas to collaborate with sandeep reddy vanga for dark thriller 001 | ASSAM TIMES POST

বৰ্তমানলৈ ছবিখনত কিয়নো এনে সালসলনি কৰা হৈছে তাৰ কোনো স্পষ্টী কৰণ দিয়া হোৱা নাই।”ডেবিল” ছবিখনত আন এক চৰিত্ৰ ৰূপায়ন কৰিব পূজা হেগড়েই।

Source: https://rupaliparda.com/archives/8916

Tags: bollywood cinemabollywood filmbollywood moviebollywood newsPrasantRanbeer KapoorSandeep Reddy
Share4Tweet3Send

Related Posts

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

by News Desk
June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

by News Desk
June 26, 2026
50
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা
National-International

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

by News Desk
June 26, 2026
50
Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান

Recover large property : হায়দৰাবাদত মহিলা বিষয়াৰ পৰা বৃহৎ সম্পত্তি উদ্ধাৰ

Earthquake in Venezuela : ভেনিজুৱেলাত ভূমিকম্পত খহি পৰা অট্টালিকাৰ তলত জীৱিতৰ সন্ধান : মৃত্যুৰ সংখ্যা ২৩৫লৈ বৃদ্ধি

ADVERTISEMENT
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
50
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা
National-International

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT