ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

আজি বৰদিনঃ ১৮৪৫ চনত প্ৰতিষ্ঠা হোৱা অসমৰ দ্বিতীয় পুৰণি গীৰ্জাত উলহ মালহেৰে বৰদিন উদযাপন

ASSAM TIMES POST by ASSAM TIMES POST
December 25, 2019
Reading Time: 1 min read
A A
0
আজি বৰদিনঃ ১৮৪৫ চনত প্ৰতিষ্ঠা হোৱা অসমৰ দ্বিতীয় পুৰণি গীৰ্জাত উলহ মালহেৰে বৰদিন উদযাপন

logo atp | ASSAM TIMES POSTASSAM TIMES POST
আছিফ আলি,শিৱসাগৰঃ আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ উৎসৱ পবিত্ৰ বৰদিন।

RELATED POSTS

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

এই উপলক্ষে আজি শিৱসাগৰ নগৰৰ বৰপুখুৰী পাৰত অৱস্থিত উত্তৰ-পূব ভাৰতৰ দ্বিতীয় পুৰণি গীৰ্জা ঘৰত খ্ৰীষ্টান ধৰ্মাবলম্বী লোক সকলে পৰম্পৰাগত ৰীতি নীতিৰে ব্যাপক উৎসাহ উদ্দীপনাৰে বৰদিন উদযাপন কৰে। বৰদিন উপলক্ষে গীৰ্জা ঘৰ চৌহদ আটক ধুনীয়াকৈ সজাই পৰাই তোলাৰ লগতে পুৱা সমূহীয়া প্ৰাৰ্থনাত শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ বৃহৎ সংখ্যক লোকে অংশগ্ৰহণ কৰে।

WhatsApp Image 2019 12 24 at 23.37.59 | ASSAM TIMES POST

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি শিৱসাগৰ বাপ্টিষ্ট গীৰ্জাই এইবাৰ বৰদিনৰ কেবাটাও কাৰ্যসূচী বাতিল কৰিছে।

অসমীয়া ভাষা সংস্কৃতি আৰু জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি সৃষ্টি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি গীৰ্জাঘৰ পৰিচালনা সমিতিয়ে পবিত্ৰ বৰদিনৰ উপলক্ষে পাৰম্পৰিক ৰূপে পালন কৰি অহা সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী বাতিল কৰিছে।

WhatsApp Image 2019 12 24 at 23.37.59 1 | ASSAM TIMES POST

‘কা’ৰ বিৰোধিতা কৰি বাপ্টিষ্ট মণ্ডলীয়ে এইবাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে বৰদিনৰ সন্ধিয়া বাতিল কৰিছে সাংস্কৃতিক অনুষ্ঠান।

এইবাৰ জাক জমকতাৰ বিপৰীতে কেৱল ধৰ্মীয় অনুষ্ঠানৰে বৰদিন উদযাপন কৰা হৈছে শিৱসাগৰত।

WhatsApp Image 2019 12 24 at 23.37.58 | ASSAM TIMES POST

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

by News Desk
August 3, 2026
50
Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

by News Desk
August 3, 2026
50
Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি
Assam

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

by News Desk
August 3, 2026
50
Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized
Assam

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

by News Desk
August 1, 2026
50
Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

by Staff Reporter
July 31, 2026
50
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

by Staff Reporter
July 31, 2026
50
ADVERTISEMENT
KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ
DIPHU

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

August 3, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

August 3, 2026
50
Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে
National-International

Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

August 3, 2026
50
Kerala rains death toll : কেৰালাত ধাৰাসাৰ বৰষুণত ১৫ জনৰ মৃত্যু, নিৰুদ্দেশ ৭
National-International

Kerala rains death toll : কেৰালাত ধাৰাসাৰ বৰষুণত ১৫ জনৰ মৃত্যু, নিৰুদ্দেশ ৭

August 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

August 3, 2026
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

August 3, 2026
Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

August 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx