ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁও গ্ৰন্হমেলাত ‘গণতান্ত্ৰিক চেতনা গঠনত সংবাদ মাধ্যমৰ ভূমিকা ‘ শীৰ্ষক আলোচনা চক্ৰ

ASSAM TIMES POST by ASSAM TIMES POST
December 22, 2019
Reading Time: 1 min read
A A
0
নগাঁৱৰ মধুপুৰ উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত নিচাযুক্ত ঔষধৰ খালি বাকচ উদ্ধাৰক লৈ প্ৰতিক্ৰিয়াঃ বন্ধ স্কুলত ড্ৰাগছৰ আড্ডা চলাই ড্ৰাগছ মাফিয়াই

assam times post 2 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

 সংবাদ মাধ্যমে এতিয়াও মৌলিক চৰিত্ৰ হেৰুওৱা নাই : জ্যোতিৰ্ময় চক্ৰৱৰ্তী

নগাঁও : নগাঁও চহৰৰ কলঙৰ বাকৰিৰ নেহৰুবালিত ১৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত ‘ নগাঁও গ্ৰন্হমেলা- ২০১৯ ‘ ত আজি বিয়লি ‘ গণতান্ত্ৰিক চেতনা গঠনত সংবাদ মাধ্যমৰ ভূমিকা ‘ শীৰ্ষক এক মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত হয় ।

WhatsApp Image 2019 12 22 at 6.08.21 PM | ASSAM TIMES POST

আলোচনা চক্ৰত মুখ্য বক্তা ৰূপে অংশগ্ৰহণ কৰি ৰাজ্যৰ জনসংযোগ বিভাগৰ যুটীয়া সঞ্চালক জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে কয় : গণতন্ত্ৰত মতান্তৰ হ’ব পাৰে কিন্তু মনান্তৰ নহয় । সংবাদ মাধ্যম সমাজৰ লগত অতি নিবিড় ভাবে জড়িত । আধুনিক যুগত সংবাদ মাধ্যম পণ্য হৈ পৰিছে । ভাৰতবৰ্ষত এতিয়াও পুঁজিবাদ শক্তিশালী হোৱা নাই । সংবাদ মাধ্যমে এতিয়াও মৌলিক চৰিত্ৰ হেৰুওৱা নাই । তাৰ ফলত এই মাধ্যম সমুহে গণতন্ত্ৰ শক্তিশালী কৰি ৰাখিছে ।

WhatsApp Image 2019 12 22 at 6.08.22 PM e1577018902181 | ASSAM TIMES POST

যি কোনো কথাত পুঁজি লাগিবই । বৰ্তমান সংবাদ মাধ্যমত পুঁজিপতিৰ কোটি কোটি টকা বিনিয়োগ হৈ আছে । গতিকে বহু ক্ষেত্ৰত সংবাদ মাধ্যমে বুজাবুজি কৰিব লাগে । সাংবাদিকে ৰাইজক সংবাদ জনোৱাৰ লগতে তাৰ একোটা বিশ্লেষণো দিব পাৰে । চক্ৰৱৰ্তীয়ে আৰু কয় যে সাংবাদিক সমাজৰ এক গুৰুত্বপূৰ্ণ অংশ । সাংবাদিক এজনৰ জ্ঞান আৰু তথ্যৰ কোনো সীমাবদ্ধতা থাকিব নালাগে । সাম্প্ৰতিক সময়ত সংবাদৰ নিৰপেক্ষতাকলৈ বহু আলোচনা হ’লেও বাতৰি কাকতৰ সংবাদ এটা এতিয়াও অধিকাংশ লোকে সত্য বুলিয়ে ভাবে । সাংবাদিক সকল যুগৰ অগ্ৰদূত ।

সাংবাদিকে অধ্যাপকতকৈয়ো বেছি অধ্যয়ন কৰিব লাগে । অসমতো এতিয়া বৃত্তি হিচাপে সাংবাদিকতা গঢ় লৈ উঠিছে । বিশ্বৰ ভিতৰতে বিৰল সংস্কৃতি – সম্পদ অসমত আছে । আমাৰ মানসিকতা গনতান্তিক চেতনাৰে শক্তিশালী । নিৰ্মোহ ভাবে আত্ম সমালোচনা কৰিব লাগিব সংবাদ মাধ্যমে । অসমৰ ইতিহাস সংগ্ৰামেৰে পৰিপূৰ্ণ আৰু সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । আলোচনা চক্ৰত ভাষণ দি বিশিষ্ট সাংবাদিক ড° আবু হানিফাই কয় : সঁচা খৱৰ দিয়াটো আৰু বাতৰিৰ আঁৰৰ বাতৰি দিয়াটো সংবাদ মাধ্যমৰ দায়িত্ব । ৰাইজে কি ক’ব বিচাৰিছে , সমাজ কোনফালে গৈছে সেই তথ্য সংবাদ মাধ্যমে দাঙি ধৰিব লাগে । সমাজক সঠিক পথৰ সন্ধান দিব লাগে । সংবাদ মাধ্যমে জনতাক বিতৰ্কৰ সুবিধা দিব লাাগে । ড: হানিফাই আৰু কয় যে সংশোধিত নাগৰিকত্ব আইনৰ মুকলি আলোচনা সংবাদ মাধ্যমত হ’ব লাগে । সংবাদ মাধ্যমে এখন মঞ্চ নিদিলে গণতান্ত্ৰিক চেতনা কেনেদৰে জাগ্ৰত হ’ব বুলি প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় যে সংবাদ মাধ্যম সমাজৰ আইনা ।

সম্প্ৰতি ছ’চিয়েল মাধ্যম শক্তিশালী হৈছে । ছ’চিয়েল মেডিয়াত নিয়ন্ত্ৰণ নথকাটো সমাজৰ বাবে সুখৰ খবৰ নহয় ।প্ৰসংগ ক্ৰমে তেওঁ সাম্প্ৰতিক পৰিস্হিতি সম্পৰ্কত কয় যে আমি নিজে কাম নকৰা হ’লো । বিদেশীক স্পেচ কোনে দিছে ? আমি কাম নকৰিলে সেইসকলে সুবিধা পাবই ।

আলোচনা চক্ৰখন সঞ্চালনা কৰি জনসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক কবীন বৰাই কয় : সাংবাদিক সকল গণতন্ত্ৰৰ অতন্দ্ৰ প্ৰহৰী।মানৱ সভ্যতাৰ বিকাশত জুই আৰু চকাৰ আৱিস্কাৰৰ পিচতে শব্দৰ স্থান।শব্দ ব্ৰহ্মৰ নিয়ন্ত্ৰণৰ যথোচিত ব্যৱস্থা আমি ল’ব লাগিব।দেশৰ চুকে কোণে চলোৱা স্বচ্ছ ভাৰত অভিযানৰ লগতে স্বচ্ছ ভাৰতীয় মন গঢ়াৰো আমি অভিযান চলাব লাগিব।তেওঁ আৰু কয় : স্বাধীনতা লাভৰ ইমান বছৰৰ পিছতো আমি প্ৰকৃতাৰ্থত স্বাধীন হোৱা নাই।লক্ষ লক্ষ দেশবাসীয়ে স্বাধীনতাৰ সপোন ,মুক্তিৰ সপোন দেখিছিল ।

কিন্ত্ত আমি প্ৰকৃততে মুক্তনে বুলি আজি প্ৰশ্ন উত্থাপন হয়। অনুষ্ঠানৰ আঁত ধৰে মুকুল প্ৰসাদ বৰঠাকুৰে । উক্ত অনুষ্ঠানত লেখিকা মৃদুলা ভট্ট শৰ্মাৰ শিশু গ্ৰন্হ ‘ ককালৈ চিঠি ‘ উন্মোচন কৰে কবীন বৰাই । আনহাতে অভিযন্তা মিনাৰা হুছেইনৰ ‘হৃদয়ে যেতিয়া কান্দে’ নামৰ উপন্যাসখনৰ লগতে নগাঁও খ্ৰীষ্টজ্যোতি স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ জোনাক কৃষ্ণ শাণ্ডিল্যৰ ‘ৰেডিঅ’ এক্টিভ’ নামৰ ফিল’চফিকেল উপন্যাসখন উন্মোচন কৰে ড: আবু হানিফাই ।

Tags: Featured2
Share4Tweet3Send

Related Posts

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

by News Desk
July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

by News Desk
July 22, 2026
50
JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত
National-International

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

by News Desk
July 22, 2026
50
CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী
National-International

CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

by News Desk
July 22, 2026
50
SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

by News Desk
July 22, 2026
50
Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত
National-International

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

by Staff Reporter
July 22, 2026
50
ADVERTISEMENT
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
50
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত
Dima Hasao

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx