ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Parliament Election 2024 I ২০২৪ ৰ লোক সভা নিৰ্বাচনঃ কাৰবি আংলঙত ঐক্যৱদ্ধ ভাবে যুঁজিব এজেপি আৰু এপিএইছএলচি দলে

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

Staff Reporter by Staff Reporter
August 21, 2023
Reading Time: 1 min read
A A
0
Parliament Election 2024 I ২০২৪ ৰ লোক সভা নিৰ্বাচনঃ কাৰবি আংলঙত ঐক্যৱদ্ধ ভাবে যুঁজিব এজেপি আৰু এপিএইছএলচি দলে

RELATED POSTS

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

আগন্তুক লোক সভা নিৰ্বাচনত (Lok Sabha Election) দুই পাৰ্বত্য জিলা কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলং জিলাত ঐক্যৱদ্ধ ভাবে নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দিতা কৰাৰ সংকল্প গ্ৰহণ কৰে ৷ সোমবাৰে ডিফুত এক যুটীয়া সংবাদমেলত এই কথা সদৰি কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু কাৰবি আংলঙৰ অল পাৰ্টী হিলছ লীডাৰ্চ কনফাৰেন্স চমুকৈ এপিএইছএলচি দলৰ সভাপতি অৱসৰ প্ৰাপ্ত আইএছ বিষয়া জে আই কাথাৰে ৷

লোক সভা নিৰ্বাচন
২০২৪ ৰ লোক সভা নিৰ্বাচন:

ডিফুত অসম জাতীয় পৰিষদ আৰু অল পাৰ্টি হিলচ্ লীডাৰ কনফাৰেন্স (APHLC) সংবাদ মেলৰ পূৰ্বে  ডিফুৰ হেমপি হোটেলত দুয়োটা দলৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক বৈঠক অনুষ্ঠিত হৈ যায়  ৷ সংবাদ মেলত  দুয়োটা দলে ভৱিষ্যতৰ দিনত ঐক্যবদ্ধ ভাৱে খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰাৰ সংকল্প গ্ৰহণ কৰে৷ ষষ্ঠ অনুসুচীৰ সকলো সুবিধা খিলঞ্জীয়া লোকক দিয়াৰ বাবে দুয়োটা দলে কাম কৰিব বুলি ঐক্যমত পোষণ কৰে৷ সংবাদমেলক সম্বোধন কৰি  অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় যে কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদত চলি থকা দুৰ্নীতিৰ অভিযোগ ৰাষ্ট্ৰপতিলৈ দিব ৷ 

কাৰবি আংলং  স্বায়ত্ত্বশাসিত পৰিষদক ATM আখ্যা দিছে এজেপি শীৰ্ষ নেতা  লুৰিণজ্যোতিয়ে ৷আনহাতে সংবাদমেলত সমাগত লোকসভা নিৰ্বাচনত APHLC য়ে প্ৰাৰ্থী দিব বুলি কয় দলটোৰ সভাপতি জন ইংতি কাথাৰে সদৰি কৰে ৷  লুৰিণজ্যোতিয়ে গগৈয়ে  কয় যে বিজেপিৰ হৰুৱাৰ স্বাৰ্থত সকলো বিৰোধী দল একগোট হৈছে আৰু INDIA ত APHLC  কো অন্তৰ্ভুক্ত কৰাৰ বাবে আলোচলনা কৰা হ’ব। কাৰবি আংলঙলৈ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ লোক দুৰ্নীতি ধৰিবলৈ নাহে বুলি লুৰিণজ্যোতিয়ে ৰাজ্য চৰকাৰক কটাক্ষ কৰে।

আনহাতে সংবাদমেলৰ পূৰ্বে ২১ আগষ্ট ২০২৩ তাৰিখে ডিফুত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদ আৰু All Party Hills Leaders Conference (APHLC)ৰ যৌথ সভাত গ্ৰহণ কৰা প্ৰস্তাৱসমূহ ক্ৰমে, ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ মাজত ঐক্যবদ্ধ উদাৰ জাতীয় চেতনাক উৎসাহিত কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি অসম জাতীয় পৰিষদ আৰু All Party Hill Leaders Conference (APHLC) দলে অসমৰ মাটিত আঞ্চলিকতাবাদী জাতীয় ৰাজনৈতিক ধাৰাক ঐক্যবদ্ধতাৰে শক্তিশালীভাৱে আগবঢ়াই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

কাৰ্বি আংলং জিলাৰ প্ৰতি ইঞ্চি মাটিত কাৰ্বি জনসাধাৰণৰ অধিকাৰ নিশ্চিত হ’ব লাগিব৷ লগতে জিলাখনত বসবাস কৰা অন্য খিলঞ্জীয়া জনগোষ্ঠীসূহৰ অধিকাৰ আৰু মৰ্যাদাও সুৰক্ষিত হ’ব লাগিব৷ কাৰ্বি জনসাধাৰণৰ ভাগ্য আৰু ভৱিষ্যত যাতে বহিৰাগত বা অনুপ্ৰৱেশকাৰীয়ে নিৰ্ণয় কৰিব নোৱাৰে, তাৰ বাবে কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তা আছে বুলি আজিৰ সভাই মত ব্যক্ত কৰে৷
সভাই বংগ সেনাই কাৰ্বি আংলঙত বহিৰাগত আগ্ৰাসন আৰু অনুপ্ৰৱেশক উদগণি যোগোৱাৰ লগতে কাৰ্বি আংলঙৰ মাটিত কাৰ্বি জনগণৰ লগতে অন্যান্য খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা আৰু ভাৰতৰ সংবিধান বিৰোধী কাম-কাজ চলাই থকালৈ চাই বংগ সেনাক নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰে৷

আজিৰ সভাই কাৰ্বি আংলং জিলাৰ সকলো চৰকাৰী চাকৰিত কাৰ্বি আৰু অন্যান্য স্থানীয় খিলঞ্জীয়া লোকৰ নিযুক্তিত অগ্ৰাধিকাৰ প্ৰদান কৰিব লাগে বুলি মত প্ৰকাশ কৰে৷ এই ক্ষেত্ৰত অসম চুক্তিৰ ৬নং দফা ৰূপায়ন উচ্চ ক্ষমতাসম্পন্ন সমিতি (বিপ্লৱ শৰ্মা কমিটী)ৰ পৰামৰ্শাৱলীৰ নীতি মানিব লাগে বুলি আজিৰ সভাই মত প্ৰকাশ কৰে৷

আজিৰ সভাই কাৰ্বি আংলং জিলাৰ দুৰ্নীতি-অনিয়ম তথা ৰাজ্যখনলৈ আৱন্টিত ধন তথা সেয়া ব্যয়ৰ ন্যায়িক তদন্ত ঘোষণা কৰাৰ দাবীৰে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ দুয়োটা দলে যৌথ স্মাৰকপত্ৰ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: এজেপি আৰু এপিএইছএলচি দলেকাৰবি আংলঙত ঐক্যৱদ্ধ ভাবে যুঁজিব২০২৪ ৰ লোক সভা নিৰ্বাচন
Share6Tweet4Send

Related Posts

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
62
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
62
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
58
ADVERTISEMENT
বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
50
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত
National-International

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
52
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas
Assam

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026
51
US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত
National-International

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

September 19, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d