ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

212 Meiteis who crossed over to Myanmar brought back I ম্যানমাৰৰ পৰা ২০০ মণিপুৰী নাগৰিকক ঘূৰাই আনিলে সেনাই

নিউজ ডেস্কঃ

News Desk by News Desk
August 19, 2023
Reading Time: 1 min read
A A
0
212 Meiteis who crossed over to Myanmar brought back I ম্যানমাৰৰ পৰা ২০০ মণিপুৰী নাগৰিকক ঘূৰাই আনিলে সেনাই

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

বিগত তিনিমাহ ধৰি জ্বলি আছে মণিপুৰ (Manipur is burning)। হিংসাত্মক ঘটনাত বহু লোকে হেৰুৱাইছে ঘৰ-দুৱাৰ। হিংসা বিধ্বস্ত ৰাজ্যখনৰ পৰা দুশৰো অধিক লোকে নিজৰ প্ৰাণৰক্ষাৰ বাবে ম্যানমাৰত আশ্ৰয় লৈছিল। অৱশেষত ভাৰতীয় সেনাই নিৰাপদ অৱস্থাত সকলোকে মণিপুৰলৈ ঘূৰাই আনে। সূত্ৰ অনুসৰি, শুকুৰবাৰে বিয়লি ইম্ফলৰ পৰা ১১০ কিলোমিটাৰ দক্ষিণে অৱস্থিত ম’ৰেলৈ প্ৰায় ২১২ জন নাগৰিকক ঘূৰাই অনা (212 Meiteis who crossed over to Myanmar brought back) হয়।

ম্যানমাৰৰ পৰা ২০০ মণিপুৰী নাগৰিকক ঘূৰাই আনিলে সেনাই
ম্যানমাৰৰ পৰা ২০০ মণিপুৰী নাগৰিকক ঘূৰাই আনিলে সেনাই

মন কৰিবলগীয়া যে ইয়াৰে বেছিভাগেই মেইটেই সম্প্ৰদায়ৰ। ভাৰতীয় সেনাৰ অসম ৰাইফলছ আৰু গোৰ্খা ৰেজিমেণ্টৰ বিষয়াসকলে সীমান্তত আদৰণি জনায় উভতি অহা লোকসকলক। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ভাৰতীয় সেনাবাহিনীৰ এই কামৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। শুকুৰবাৰে নিশা এক্সত (পূৰ্বৰ টুইটাৰ) তেওঁ লিখিছে, “মণিপুৰৰ অশান্তিৰ বাবে ম’ৰে টাউনৰ পৰা পলায়ন কৰা ২১২ জন ভাৰতীয় নাগৰিকক ম্যানমাৰৰ পৰা ঘূৰাই অনা হৈছে ।” মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকক দেশলৈ ঘূৰাই অনাৰ বাবে ভাৰতীয় সেনাক প্ৰশংসা কৰে ।

Tags: Army bringsManipuriNationalsManipurমণিপুৰমণিপুৰীনাগৰিকঘূৰাইআনিলেসেনাই
Share4Tweet3Send

Related Posts

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

by News Desk
July 14, 2026
50
Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack
NORTHEAST

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

by Staff Reporter
July 6, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
NORTHEAST

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

by Staff Reporter
July 5, 2026
50
Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ
NORTHEAST

Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ

by News Desk
July 5, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

by News Desk
July 2, 2026
50
Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে
NORTHEAST

Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

by News Desk
July 2, 2026
50
ADVERTISEMENT
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
Rare pangolin rescued in Diphu

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx