ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Again Tense in Manipur I গণকবৰ কাৰ্যসূচীক লৈ পুনৰ উত্তপ্ত মণিপুৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 3, 2023
Reading Time: 1 min read
A A
0
Manipur Violence I মুখ্যমন্ত্ৰীৰ সভাস্থলীত অগ্নিসংযোগ ক্ষুব্ধ জনজাতীয় লোকৰ! অশান্ত মণিপুৰত স্তব্ধ ইণ্টাৰনেট সেৱা

RELATED POSTS

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

মণিপুৰৰ (Manipur) চুৰাচান্দপুৰ আৰু বিষ্ণুপুৰ জিলাত কুকিসকলৰ গণকবৰৰ পৰিকল্পনাক লৈ পুনৰ সংঘৰ্ষৰ আশংকা কৰা হৈছে। টুইবং অঞ্চলত টুইবং সংঘৰ্ষত নিহত কুকিসকলৰ মৃতদেহ বৃহস্পতিবাৰে মৰ্গৰ পৰা উলিয়াই গণকবৰ দিয়া হʼব বুলি ঘোষণা কৰিছে কুকিছ আইটিএলএফৰ যৌথ মঞ্চই।

গণকবৰ কাৰ্যসূচী
গণকবৰ কাৰ্যসূচীক লৈ পুনৰ উত্তপ্ত মণিপুৰ:

কিন্তু মেইটেই কোকোমি আৰু অন্যান্য মণিপুৰী সংগঠনৰ যৌথ মঞ্চই বিষ্ণুপুৰ জিলাৰ মেইটেই অঞ্চলৰ টৰবুং বাংলাত ‘চীনা-কুকি ড্ৰাগছ সন্ত্ৰাসবাদী’ৰ মৃতদেহ সমাধিস্থ কৰিবলৈ নিদিয়ে বুলি প্ৰকাশ কৰে। ইতিমধ্যে মহিলাসকল দলে দলে উক্ত অঞ্চলৰ ফালে আগবাঢ়িছে।

ইম্ফলত কোকোমিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰে। তেওঁলোকে দাবী কৰে যে মেইটেইসকলক বহিষ্কাৰ কৰি কুকিসকলে অঞ্চলটো দখল কৰিছে। গতিকে তাত থকা মৌপালন কেন্দ্ৰত কুকিৰ গণ সমাধি কোনো ধৰণে গ্ৰহণ কৰা নহʼব।

মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ ওপৰতো হেঁচা বাঢ়িছে। এনে পৰিস্থিতিত ৰাজ্য চৰকাৰে টৰবুঙত সমাধিস্থ কৰাৰ অনুমতি দিব পাৰে বা নিদিবও পাৰে। কিন্তু চৰকাৰে অনুমতি নিদিলে আকৌ কুকিসকল ক্ষোভিত হৈ উঠিব। অঞ্চলটোত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। লগতে অসম ৰাইফলছৰ ৩৬ নং বেটেলিয়নৰ মূল শিবিৰ আছে।

আইটিএলএফৰ তথ্য অনুসৰি, লমকা (কুকিসকলক দিয়া চুৰাচান্দপুৰৰ নতুন নাম) চিকিৎসালয়ৰ মৰ্গত ৩৫টা মৃতদেহ আছে। ইম্ফলৰ পৰা যদি ৰাজ্য চৰকাৰে আৰু অধিক মৃতদেহ প্ৰেৰণ কৰে তেন্তে সেইবোৰো একে ঠাইতে সমাধিস্থ কৰা হʼব। মৃতসকলৰ ভিতৰত এজন ইহুদী, দুজন মচীহ ইহুদী আৰু বাকীসকল খ্ৰীষ্টান।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: গণকবৰ কাৰ্যসূচীক লৈপুনৰ উত্তপ্ত মণিপুৰ
Share4Tweet3Send

Related Posts

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men
NORTHEAST

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

by News Desk
September 18, 2026
56
Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও
NORTHEAST

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

by News Desk
September 14, 2026
52
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪
NORTHEAST

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

by News Desk
September 12, 2026
56
Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ
NORTHEAST

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

by News Desk
September 11, 2026
52
Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য
NORTHEAST

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

by News Desk
September 4, 2026
52
Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike
NORTHEAST

Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike

by News Desk
August 31, 2026
60
ADVERTISEMENT
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
50
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
50
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026
50
CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d