ASSAM TIMES POST
নতুন দিল্লী : সমগ্ৰ দেশ জোকাৰি যোৱা নিৰ্ভয়া কাণ্ডত জড়িত চাৰি নৰপিশাচক ওলোমাব ফাঁচী কাঠত। উৰ্ধতম ন্যায়ালয়ে চাৰি নৰপিশাচৰ ক্ষমাদান নাকচ কৰাৰ পিছত তিহাৰ জেল কৰ্তৃপক্ষই ১৬ ডিচেম্বৰৰ পুৱা ৫ বজাত ওলোমাব চাৰি নৰপিশাচক।
উল্লেখযোগ্য যে ২০১৩ বৰ্ষৰ ১৬ ডিচেম্বৰত সংঘটিত হৈছিল দেশ জুৰি কপাঁই যোৱা নিৰ্ভয়া কাণ্ড৷ এই শাস্তি প্ৰদান কৰাত নিৰ্যাতিতৰ পৰিয়ালটোৱে এক ন্যায় বাৰ্তা লাভ কৰে৷











