ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Oommen Chandy I কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমেন চাণ্ডীৰ দেহাৱসান

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 18, 2023
Reading Time: 1 min read
A A
0
Oommen Chandy I  কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমেন চাণ্ডীৰ দেহাৱসান

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Drugs seized : গুজৰাট উপকূলত জব্দ ১১০০ কোটিৰ ড্ৰাগছ, ব্ৰাজিল হৈ কেইবাখনো দেশ ঘূৰি উপস্থিত হৈছিল মুণ্ড্ৰাত

Byjus founder jail I আদালত অৱমাননাৰ অভিযোগত বাইজুচৰ প্ৰতিষ্ঠাপক ৰবিন্দ্ৰনক ৬ মাহৰ কাৰাদণ্ড 

Karnataka political crisis I কৰ্ণাটকত মুখ্যমন্ত্ৰী পৰিৱৰ্তনৰ সম্ভাৱনা, শিৱকুমাৰ যাব সিদ্দাৰমাইয়াৰ ঘৰলৈ

জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমেন চাণ্ডীৰ (Oommen Chandy) মৃত্যু। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ । মঙলবাৰে পুৱা বেংগালুৰুত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।

ওমেন চাণ্ডী
কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমেন চাণ্ডীৰ দেহাৱসান:

এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল জ্যেষ্ঠ নেতাগৰাকী। ওমেন চাণ্ডীৰ মৃত্যুৰ কথা ছচিয়েল মিডিয়াত প্ৰকাশ কৰে তেওঁৰ পুত্ৰই। কেৰালা প্ৰদেশ কংগ্ৰেছৰ সভাপতি কে সুধাকৰণে ছচিয়েল মিডিয়াত শোক প্ৰকাশ কৰে।

এটা টুইটত তেওঁ লিখিছে, “আজি ওমেন চাণ্ডীৰ দৰে কিংবদন্তি এজনক হেৰুৱাই মই গভীৰভাৱে দুখী।” সুধাকৰণে তেওঁৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে চৰকাৰী বন্ধ আৰু দুদিনীয়া শোক ঘোষণা কৰিছে কেৰালা চৰকাৰে।

ওমেন চাণ্ডী ৰাজনীতিত সদায় সফল হৈ আহিছে। ২৭ বছৰ বয়সত প্ৰথমবাৰৰ বাবে বিধায়ক হয়। এতিয়ালৈকে তেওঁ কেৰালাৰ আটাইতকৈ দীৰ্ঘদিনীয়া বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।

একেৰাহে ১১ বাৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰে তেওঁ। অৰ্থাৎ ডেৰ শতিকাতকৈও অধিক সময় তেওঁ বিধায়ক হিচাপে কাম কৰিছিল। তেওঁ দুবাৰকৈ কেৰালাৰ মুখ্যমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ মৃত্যুত ৰাজনৈতিক মহলে গভীৰ শোক প্ৰকাশ কৰিছে। শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও ।

Tags: ওমেন চাণ্ডীৰ দেহাৱসানকেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী
Share4Tweet3Send

Related Posts

Drugs seized : গুজৰাট উপকূলত জব্দ ১১০০ কোটিৰ ড্ৰাগছ, ব্ৰাজিল হৈ কেইবাখনো দেশ ঘূৰি উপস্থিত হৈছিল মুণ্ড্ৰাত
National-International

by News Desk
May 27, 2026
50
Byjus founder jail I আদালত অৱমাননাৰ অভিযোগত বাইজুচৰ প্ৰতিষ্ঠাপক ৰবিন্দ্ৰনক ৬ মাহৰ কাৰাদণ্ড 
National-International

Byjus founder jail I আদালত অৱমাননাৰ অভিযোগত বাইজুচৰ প্ৰতিষ্ঠাপক ৰবিন্দ্ৰনক ৬ মাহৰ কাৰাদণ্ড 

by Staff Reporter
May 27, 2026
50
Karnataka political crisis I কৰ্ণাটকত মুখ্যমন্ত্ৰী পৰিৱৰ্তনৰ সম্ভাৱনা, শিৱকুমাৰ যাব সিদ্দাৰমাইয়াৰ ঘৰলৈ
National-International

Karnataka political crisis I কৰ্ণাটকত মুখ্যমন্ত্ৰী পৰিৱৰ্তনৰ সম্ভাৱনা, শিৱকুমাৰ যাব সিদ্দাৰমাইয়াৰ ঘৰলৈ

by Staff Reporter
May 27, 2026
50
ED raid I কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয়নৰ ঘৰত ইডিৰ তালাচী অভিযান
National-International

ED raid I কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয়নৰ ঘৰত ইডিৰ তালাচী অভিযান

by Staff Reporter
May 27, 2026
50
Husband sold woman I ৫০ হাজাৰ টকাত পত্নীক বিক্ৰী, বন্দী কৰি মহিলাক দলবদ্ধ ধৰ্ষণ
National-International

Husband sold woman I ৫০ হাজাৰ টকাত পত্নীক বিক্ৰী, বন্দী কৰি মহিলাক দলবদ্ধ ধৰ্ষণ

by Staff Reporter
May 27, 2026
50
India China conflict I চীন-পাকিস্তানৰ যৌথ বিবৃতিত জম্মু-কাশ্মীৰ প্ৰসংগ, ভাৰতৰ প্ৰতিক্ৰিয়া
National-International

India China conflict I চীন-পাকিস্তানৰ যৌথ বিবৃতিত জম্মু-কাশ্মীৰ প্ৰসংগ, ভাৰতৰ প্ৰতিক্ৰিয়া

by Staff Reporter
May 27, 2026
50
ADVERTISEMENT
Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী
KARBI ANGLONG

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

May 27, 2026
50
Drugs seized : গুজৰাট উপকূলত জব্দ ১১০০ কোটিৰ ড্ৰাগছ, ব্ৰাজিল হৈ কেইবাখনো দেশ ঘূৰি উপস্থিত হৈছিল মুণ্ড্ৰাত
National-International

Drugs seized : গুজৰাট উপকূলত জব্দ ১১০০ কোটিৰ ড্ৰাগছ, ব্ৰাজিল হৈ কেইবাখনো দেশ ঘূৰি উপস্থিত হৈছিল মুণ্ড্ৰাত

May 27, 2026
50
Byjus founder jail I আদালত অৱমাননাৰ অভিযোগত বাইজুচৰ প্ৰতিষ্ঠাপক ৰবিন্দ্ৰনক ৬ মাহৰ কাৰাদণ্ড 
National-International

Byjus founder jail I আদালত অৱমাননাৰ অভিযোগত বাইজুচৰ প্ৰতিষ্ঠাপক ৰবিন্দ্ৰনক ৬ মাহৰ কাৰাদণ্ড 

May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

May 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

May 27, 2026
Drugs seized : গুজৰাট উপকূলত জব্দ ১১০০ কোটিৰ ড্ৰাগছ, ব্ৰাজিল হৈ কেইবাখনো দেশ ঘূৰি উপস্থিত হৈছিল মুণ্ড্ৰাত

Drugs seized : গুজৰাট উপকূলত জব্দ ১১০০ কোটিৰ ড্ৰাগছ, ব্ৰাজিল হৈ কেইবাখনো দেশ ঘূৰি উপস্থিত হৈছিল মুণ্ড্ৰাত

May 27, 2026
Byjus founder jail I আদালত অৱমাননাৰ অভিযোগত বাইজুচৰ প্ৰতিষ্ঠাপক ৰবিন্দ্ৰনক ৬ মাহৰ কাৰাদণ্ড 

Byjus founder jail I আদালত অৱমাননাৰ অভিযোগত বাইজুচৰ প্ৰতিষ্ঠাপক ৰবিন্দ্ৰনক ৬ মাহৰ কাৰাদণ্ড 

May 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT