ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ED raid I কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয়নৰ ঘৰত ইডিৰ তালাচী অভিযান

Staff Reporter by Staff Reporter
May 27, 2026
Reading Time: 1 min read
A A
0
ED raid I কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয়নৰ ঘৰত ইডিৰ তালাচী অভিযান

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Karnataka political crisis I কৰ্ণাটকত মুখ্যমন্ত্ৰী পৰিৱৰ্তনৰ সম্ভাৱনা, শিৱকুমাৰ যাব সিদ্দাৰমাইয়াৰ ঘৰলৈ

Husband sold woman I ৫০ হাজাৰ টকাত পত্নীক বিক্ৰী, বন্দী কৰি মহিলাক দলবদ্ধ ধৰ্ষণ

India China conflict I চীন-পাকিস্তানৰ যৌথ বিবৃতিত জম্মু-কাশ্মীৰ প্ৰসংগ, ভাৰতৰ প্ৰতিক্ৰিয়া

কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নৰ ঘৰত বলবৎকাৰী সঞ্চালকালয় চমুকৈ ইডিৰ তালাচী অভিযান (ED Raid) । জানিব পৰা মতে, ‘কোচিন মিনাৰেলছ এণ্ড ৰুটাইল লিমিটেড’ৰ সৈতে জড়িত দুৰ্নীতিৰ গোচৰৰ ভিত্তিত এই তালাচী চলোৱা হৈছে। এই গোচৰৰ সৈতে জড়িত বিজয়নৰ কন্যা। কেৱল বিজয়নৰ ঘৰতে নহয়, ইডিয়ে এই গোচৰত সমগ্ৰ কেৰালাৰ আন ৯টা স্থানত তালাচী চলাইছে।

ED raid I
কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয়নৰ ঘৰত ইডিৰ তালাচী অভিযান:

ইডিৰ বিষয়াসকলৰ উদ্ধৃতি দি এএনআয়ে প্ৰকাশ কৰা অনুসৰি, এই তালাচী ‘কোচিন মিনাৰেলছ এণ্ড ৰুটাইল লিমিটেড’ আৰু বিজয়নৰ কন্যা টি বীনাৰ কোম্পানী ‘এক্সেলজিক ছলিউচনছ প্ৰাইভেট লিমিটেড’ৰ বিৰুদ্ধে উত্থাপিত আৰ্থিক অনিয়মৰ অভিযোগৰ অংশ। ঔদ্যোগিক ৰাসায়নিক পদাৰ্থ উৎপাদন কৰা কেৰালাৰ কোম্পানী ‘কোচিন মিনাৰেলছ এণ্ড ৰুটাইল লিমিটেড’ৰ বিৰুদ্ধে উৎকোচ আৰু ধন সৰবৰাহৰ অভিযোগত তদন্ত চলি আছে।

অভিযোগ অনুসৰি, বিজয়নৰ কন্যাৰ কোম্পানীটোৱে কোনো ধৰণৰ সেৱা আগনবঢ়োৱাকৈ ‘কোচিন মিনাৰেলছ এণ্ড ৰুটিল লিমিটেড’ৰ পৰা বিপুল পৰিমাণৰ ধন লৈছিল। অৱশ্যে এই গোচৰত অভিযুক্ত হিচাপে বিজয়নৰ নাম পোনপটীয়াকৈ উল্লেখ কৰা হোৱা নাই।

২০২৩ চনৰ আগষ্ট মাহত প্ৰথম অভিযোগ পোহৰলৈ আহিছিল।সেই সময়ত ‘এক্সেলজিক ছলিউচনছ প্ৰাইভেট লিমিটেড’এ ২০১৭ চনৰ পৰা ২০২০ চনৰ ভিতৰত কোনো ধৰণৰ সেৱা প্ৰদান নকৰাকৈ ‘এক্সেলজিক ছলিউচনছ প্ৰাইভেট লিমিটেড’ৰ পৰা ১.৭২ কোটি টকা লাভ কৰা বুলি দাবী কৰা হৈছিল।

২০২৫ চনৰ এপ্ৰিল মাহত কেন্দ্ৰীয় কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়ে বিজয়নৰ কন্যাৰ বিৰুদ্ধে অবৈধ ধন দিয়াৰ অভিযোগত গোচৰ ৰুজু কৰাৰ অনুমতি দিছিল। এছ এফ আই অ’ই তেওঁলোকৰ অভিযোগনামাত বীনা আৰু ‘কোচিন মিনাৰেলছ এণ্ড ৰুটিল লিমিটেড’ৰ সঞ্চালক শশীধৰণকে ধৰি ২৭জন লোকক অভিযুক্ত হিচাপে উল্লেখ কৰিছে।

কেৱল সেয়াই নহয়, চাৰ্জশ্বীটত কেইবাটাও কোম্পানীৰ কথাও উল্লেখ কৰা হৈছিল। কোম্পানী আইনৰ ৪৪৭ ধাৰাত বীনাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে। এই অভিযোগত দোষী সাব্যস্ত হ’লে ব্যক্তিজন ছমাহৰ পৰা ১০ বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হ’ব পাৰে। ইয়াৰ উপৰি অভিযুক্তই প্ৰৱঞ্চনাৰ সৈতে জড়িত ধনৰ তিনিগুণ ধন দিব লাগিব।

Tags: কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীবিজয়নৰ ঘৰত ইডিৰ তালাচী অভিযান
Share4Tweet3Send

Related Posts

Karnataka political crisis I কৰ্ণাটকত মুখ্যমন্ত্ৰী পৰিৱৰ্তনৰ সম্ভাৱনা, শিৱকুমাৰ যাব সিদ্দাৰমাইয়াৰ ঘৰলৈ
National-International

by Staff Reporter
May 27, 2026
50
Husband sold woman I ৫০ হাজাৰ টকাত পত্নীক বিক্ৰী, বন্দী কৰি মহিলাক দলবদ্ধ ধৰ্ষণ
National-International

Husband sold woman I ৫০ হাজাৰ টকাত পত্নীক বিক্ৰী, বন্দী কৰি মহিলাক দলবদ্ধ ধৰ্ষণ

by Staff Reporter
May 27, 2026
50
India China conflict I চীন-পাকিস্তানৰ যৌথ বিবৃতিত জম্মু-কাশ্মীৰ প্ৰসংগ, ভাৰতৰ প্ৰতিক্ৰিয়া
National-International

India China conflict I চীন-পাকিস্তানৰ যৌথ বিবৃতিত জম্মু-কাশ্মীৰ প্ৰসংগ, ভাৰতৰ প্ৰতিক্ৰিয়া

by Staff Reporter
May 27, 2026
50
Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ
National-International

Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ

by News Desk
May 26, 2026
50
Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই
National-International

Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই

by News Desk
May 26, 2026
50
Grenade attack : মহিলা থানা লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা : ২ পাকিস্তানী নাগৰিকসহ ৯ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল
National-International

Grenade attack : মহিলা থানা লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা : ২ পাকিস্তানী নাগৰিকসহ ৯ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল

by News Desk
May 26, 2026
50
ADVERTISEMENT
Karnataka political crisis I কৰ্ণাটকত মুখ্যমন্ত্ৰী পৰিৱৰ্তনৰ সম্ভাৱনা, শিৱকুমাৰ যাব সিদ্দাৰমাইয়াৰ ঘৰলৈ
National-International

Karnataka political crisis I কৰ্ণাটকত মুখ্যমন্ত্ৰী পৰিৱৰ্তনৰ সম্ভাৱনা, শিৱকুমাৰ যাব সিদ্দাৰমাইয়াৰ ঘৰলৈ

May 27, 2026
50
ED raid I কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয়নৰ ঘৰত ইডিৰ তালাচী অভিযান
National-International

ED raid I কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয়নৰ ঘৰত ইডিৰ তালাচী অভিযান

May 27, 2026
50
Husband sold woman I ৫০ হাজাৰ টকাত পত্নীক বিক্ৰী, বন্দী কৰি মহিলাক দলবদ্ধ ধৰ্ষণ
National-International

Husband sold woman I ৫০ হাজাৰ টকাত পত্নীক বিক্ৰী, বন্দী কৰি মহিলাক দলবদ্ধ ধৰ্ষণ

May 27, 2026
50
India China conflict I চীন-পাকিস্তানৰ যৌথ বিবৃতিত জম্মু-কাশ্মীৰ প্ৰসংগ, ভাৰতৰ প্ৰতিক্ৰিয়া
National-International

India China conflict I চীন-পাকিস্তানৰ যৌথ বিবৃতিত জম্মু-কাশ্মীৰ প্ৰসংগ, ভাৰতৰ প্ৰতিক্ৰিয়া

May 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karnataka political crisis I কৰ্ণাটকত মুখ্যমন্ত্ৰী পৰিৱৰ্তনৰ সম্ভাৱনা, শিৱকুমাৰ যাব সিদ্দাৰমাইয়াৰ ঘৰলৈ

Karnataka political crisis I কৰ্ণাটকত মুখ্যমন্ত্ৰী পৰিৱৰ্তনৰ সম্ভাৱনা, শিৱকুমাৰ যাব সিদ্দাৰমাইয়াৰ ঘৰলৈ

May 27, 2026
ED raid I কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয়নৰ ঘৰত ইডিৰ তালাচী অভিযান

ED raid I কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয়নৰ ঘৰত ইডিৰ তালাচী অভিযান

May 27, 2026
Husband sold woman I ৫০ হাজাৰ টকাত পত্নীক বিক্ৰী, বন্দী কৰি মহিলাক দলবদ্ধ ধৰ্ষণ

Husband sold woman I ৫০ হাজাৰ টকাত পত্নীক বিক্ৰী, বন্দী কৰি মহিলাক দলবদ্ধ ধৰ্ষণ

May 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT