ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত হৰিভক্ত কটুৱাল জন্মজয়ন্তী উদযাপন : কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
July 3, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

RELATED POSTS

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

৮৯ সংখ্যক হৰিভক্ত কটুৱালৰ জন্মজয়ন্তী উদযাপন (Haribhakta Katwal’s birth anniversary celebrated) উপলক্ষে আৰু ২০২৩ বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উত্তীৰ্ণ (Passed higher and higher secondary school) হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক (Meritorious students) সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (All Assam Gorkha Students Union) চমুকৈ আগছুৱে আজি ডিফুত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা (Formal felicitation at Diphu) জনায়৷

ডিফুৰ জয়ছিং দলৈ সোঁৱৰণী প্ৰক্ষেগৃহত আগছুৰ কাৰবি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদক ঔম ছেত্ৰীয়ে আঁত ধৰা সভাখনৰ পৌৰুহিত্য কৰে আগছুৰ কাৰবি আংলং জিলা সমিতিৰ সভাপতি লক্ষী লিম্বুৱে৷ আদৰণি ভাষণ প্ৰদান কৰে আগছু কাৰবি আংলং জিলা সমিতিৰ মুখ্য উপদেষ্টা সুৰজ ছেত্ৰীয়ে৷ ইয়াৰ পূৰ্বে পুৱাৰ ভাগতে সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি লক্ষী লিম্বুৱে৷ সভাত ২০২৩ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ প্ৰায় ৫ শত্ধিক ছাত্ৰ-ছাত্ৰীসকলত গোৰ্খা মাফলাৰ আৰু মানপত্ৰৰে সম্বৰ্ধা জ্ঞাপন কৰে৷

gorkhap | ASSAM TIMES POST

উক্ত সভাত মুখ়্য অতিথি হিচাপে উপস্থিত থাকে কাৰবি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে বিধায়ক দৰচিং ৰংহাঙ, কেইবাগৰাকী ইএম, এমএচি, এইছপপচিএফৰ সভাপতি লাইচেন ইংলেঙ, আগছুৰ কাৰবি আংলং জিলাৰ সমিতিৰ মুখ্য উপদেষ্টা সুৰজ ছেত্ৰী, কেএছএৰ সভাপতি থমছন ৰংপি, ভাৰতীয় গোৰ্খা পৰিষদৰ উপসভাপতি পুষ্পজন ছেত্ৰীকে প্ৰমুখ্য কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে কয় যে, গোৰ্খা ছাত্ৰ সন্থাই এটি স্থায়ী কাৰ্যালয় আৰু কিছুমান দাবী জনাই পৰিষদৰ তেওঁৰ ওচৰত স্মাৰক পত্ৰ অৰ্পন কৰিছে৷ পৰিষদৰ বাজেটত এছঅ’পিডি পূঁজীৰ জৰিয়তে গোৰ্খা ছাত্ৰ সন্থাৰ বাবে এটি স্থায়ী কাৰ্যালয় স্থাপন কৰি দিয়াৰ লগতে এবছৰৰ ভিতৰত স্মাৰক-পত্ৰত থকা দাবীসমূৰ পূৰণ কৰাৰ আশ্বাস প্ৰদান কৰে৷

Gorkhap1 | ASSAM TIMES POST

লগতে জিলাখনত উগ্ৰপন্থী সমস্যা সমাধানৰ লগতে সকলো ধৰণস সংঘাত নোহোৱা হোৱাৰ বাবে উন্নয়ন সম্ভৱ হোৱাৰ লগতে শৈক্ষিক সংস্কাৰ হৈছে৷ উচ্চ আৰু উচ্চতৰ মাধমযমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ শতকৰা হাৰ পাহাৰীয়া জিলাখন বেছি হৈছে ৷ ই এটা শুভ লক্ষণ ৷

আনহাতে আগছুৰ কাৰবি আংলং জিলা সমিতিৰ সভাপতি লক্ষী লিম্বুৱে কয় যে, আজি আগছুৰ কাৰবি আংলং জিলা সমিতিৰ উদ্যোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৫ শতাধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷ আগছুৱে নিজৰ এখন স্থায়ী কাৰ্যালয়ৰ লগতে গোৰ্খা হোষ্টলৰ স্থাপনৰ লগতে আন কেইবাটাও দাবী সম্বলিত স্মাৰক পত্ৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহ্ঙক অৰ্পণ কৰিছে৷

উক্ত দাবীসমূহ এবছৰৰ ভিতৰতে পূৰ্ণ কৰিব বুলি মুখ্য কাৰ্যবাহী সদস়্য গৰাকী দিয়া প্ৰতিশ্ৰুতি পালন কৰিব বুলি নেতাগৰাকী আশাবাদী বুলি কয় ৷ ইয়াৰোপৰি সভাখনত হৰিভক্ত কটুৱালৰ ৮৯ সংখ্যক জন্ম জয়ন্তী উপলক্ষে উপস্থিত বক্তা সকলে হৰিভক্ত কটুৱালৰ জীৱনাদৰ্শৰ ওপৰত বিস্তৃতভাবে আলোকপাত কৰে৷ ইয়াৰোপৰি হৰিভক্ত কটুৱালৰ প্ৰাতিকৃতিত ভক্তসকলে বন্তি প্ৰজলন আৰু পুষমপাঞ্জলীৰে গভীৰ শ্ৰদ্ধ্া নিবেদন কৰে৷

Tags: DiphuHaribhaktaKatwal'sbirthanniversaryডিফুহৰিভক্তকটুৱালৰজন্মজয়ন্তী
Share4Tweet3Send

Related Posts

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

by News Desk
August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

by News Desk
August 1, 2026
50
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

by News Desk
July 30, 2026
50
ADVERTISEMENT
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
50
Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক
National-International

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

August 6, 2026
50
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড
National-International

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

August 6, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

August 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

August 6, 2026
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

August 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx