ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ECI publishes draft delimitation proposal I সমষ্টি বিলুপ্তিকৰণৰ বিৰোধিতা কৰা সকল অসমৰ বদন : মন্ত্ৰী পিযুষ হাজৰিকা

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
June 21, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

মঙলবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ সমষ্টি (ECI publishes draft delimitation proposal) বিলুপ্তিকৰণকলৈ প্ৰকাশ কৰা খচৰা তালিকাৰ পিছত আজি ডিফু (Diphu)ত উপস্থিত ৰাজ্যৰ কেবিনেট মন্ত্ৰী পিযুষ হাজৰিকাই (Minister Pijush Hazarika) প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী পিযুষ হাজৰিকাই কয় যে, তেওঁ সমষ্টি বিলুপ্তিকৰণৰ খছৰাখন ভালদৰে পঢ়া নাই যদিও এই সমষ্টি বিলুপ্তি কৰণে অসমৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থ সুৰক্ষিত কৰিব৷ কাৰবি আংলং, গুৱাহাটী, কোকৰাঝাৰ, ধেমাজী, লক্ষীমপুৰ, তিনিচুকীয়াত এটাকৈ আসন বৃদ্ধি পোৱা কাৰ্য অসমক ভালপোৱাসকল আৰু শ-শ বছৰ ধৰি বসবাস কৰা খিলঞ্জীয়াসকলৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত হোৱাটো বুজায়৷

কাৰবি আংলং আৰু বিটিচিত এটাকৈ আসন বৃদ্ধি পোৱা মানে ট্ৰাইবেল সকলৰ স্বাৰ্খ সুৰক্ষিত হোৱা, গুৱাহাটী, তিনিচুকীয়া, ধেমাজী আৰু লক্ষীমপুৰত আসন বৃদ্ধি পোৱা মানে আহোমসকলৰ স্বাৰ্থ সুনিশ্চিত হোৱা৷

draft delimitation proposal
ECI publishes draft delimitation proposal:

ডিলিমিটেশ্যন প্ৰক্ৰিয়াটো ভাৰতৰ নিৰ্বাচন আয়োগে কাৰিকৰী দিশসমূহ চালি জাৰি চাইহে কৰিছে, তেনেক্ষেত্ৰত নিৰ্বাচন আয়োগৰ ওপৰত মন্তব্য কৰিব নোৱাৰি৷ কংগ্ৰেছে বিষয়টো বিচৰাধীন বুলি কৈ নিজকে ডাঙৰ উকিল বুলি জাহিৰ কৰিব খুজিছে নেকি বুলি প্ৰশ্ন কৰে৷

মন্ত্ৰীগৰাকীয়ে কাৰো নাম নধৰাকৈ কয় যে, একাংশ অসমক ভাল নোপোৱা নতুন আৰু আধুনিক বদনে সমষ্টি বিলুপ্তিকৰণৰ বিৰোধিতা কৰাৰ লগতে ন্যায়ালয়ত গোচৰ তৰিছে ৷ নিৰ্বাচন আয়োগে নিশ্চয় সকলো দিশ ভালদৰে চাইহে এই খছৰা প্ৰকাশ কৰিছে গতিকে বিষয়টো বিচৰাধীন হ’লেও ডিলিমেটেশ্যন ওপৰত প্ৰভাৱ নপৰে বুলি মন্তব্য কৰে ৷

আনহাতে কংগ্ৰেছ দলক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, কংগ্ৰেছ আধুনিক বদনসকলৰ লগত লগ লাগি ডিলিমিটেশ্যন প্ৰক্ৰিয়াৰ বিৰোধিতা কৰিছে সেয়ে কংগ্ৰেছ দলো আধুনিক বদন সকলৰ দৰে সমান বদন৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AssamconstituencydraftPijush Hazarikaঅসমৰসমষ্টিবিলুপ্তিকৰণপিযুষহাজৰিকাসমষ্টিপুনৰনিৰ্ধাৰণখচৰা
Share6Tweet4Send

Related Posts

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
62
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
62
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
58
ADVERTISEMENT
বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
57
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত
National-International

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
52
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas
Assam

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026
51
US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত
National-International

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

September 19, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d