ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

Death Anniversary I আজি মনোৰঞ্জন ক্ষেত্ৰখনৰ তিনিগৰাকী সুদক্ষ শিল্পীৰ স্মৃতিদিৱসঃ

মনোৰঞ্জনঃ

Staff Reporter by Staff Reporter
June 14, 2023
Reading Time: 1 min read
A A
0
Death Anniversary I আজি মনোৰঞ্জন ক্ষেত্ৰখনৰ তিনিগৰাকী সুদক্ষ শিল্পীৰ স্মৃতিদিৱসঃ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

আজি অসমীয়া ছবি জগতৰ দুগৰাকী ক্ৰমে সুপ্ৰভা দেৱী আৰু ইভা আচাওৰ লগতে বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুতিথিত (Death Anniversary) আটাইকে আমাৰ তৰফৰ পৰা একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

Suprabha Devi
মনোৰঞ্জন ক্ষেত্ৰখনৰ তিনিগৰাকী সুদক্ষ শিল্পীৰ স্মৃতিদিৱসঃ

সুপ্ৰভা দেৱীঃ অসমীয়া চলচিত্ৰ জগতৰ প্ৰথম মহিলা চলচিত্ৰ পৰিচালিকা তথা প্ৰযোজিকা। ১৯৮৪ চনত “নয়নমণি” নামৰ ছবিখন পৰিচালনাৰ জৰিয়তে এগৰাকী পৰিচালিকা হিচাবে বিশেষ পৰিচয় লাভ কৰিছিল তেওঁ। ছবিখনে যদিও সেই সময়ত বৰ বেছি সফলতা লাভ কৰিব পৰা নাছিল তৎস্বত্বেও এই ছবিখনৰ জৰিয়তেই তেওঁ আজিও আমাৰ প্ৰতিগৰাকী অসমীয়াৰ বুকুত স্মৰণীয় হৈ আছে। আইদেউ সন্দিকৈৰ পিছত কেমেৰাৰ আঁৰলৈ আহিবলৈ সাহস কৰা প্ৰথমগৰাকী মহিলা আছিল সুপ্ৰভা দেৱী। তেওঁ স্বামী দিজেন্দ্ৰ নাৰায়ণৰ সৈতেও যুঁটীয়াভাৱে আন বহুকেইখন ছবিৰ প্ৰযোজনা কৰিছে।

Eva Asaoইভা আচাওঃ গুণে-ৰূপে অপ্ৰতিদ্বন্দী আছিল এইগৰাকী অভিনেত্ৰী। ফিল্মফেয়াৰৰ কভাৰত স্থান লাভ কৰা প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰী আছিল ইভা আচাও। অভিনয়ৰ প্ৰতি থকা হেঁপাহৰ ফলতেই তেওঁ চৈধ্য বছৰ বয়সতেই নটসূৰ্য্য ফণী শৰ্মা দেৱৰ ছবি “পিয়লি ফুকন” ত অভিনয় কৰিবৰ বাবে কলিকতা পাইছিলগৈ। বলীউডত অভিনয় কৰাৰো সুবিধা পাইছিল যদিও অভিনেত্ৰী গৰাকীয়ে ব্যক্তিগত কাৰণবশতঃ যাব পৰা নাছিল।

Sushant Singh Rajput সুশান্ত সিং ৰাজপুতঃ ২০২০ চনৰ আজিৰ দিনটোতেই মৃত্যুক আঁকোৱালি লোৱা এইগৰাকী অভিনেতাৰ মৃত্যুৱে সমগ্ৰ বিশ্বকেই শোকাহত কৰি তুলিছিল। কম দিনৰ ভিতৰত অভিনয় জগতখনত দপদপাই আছিল অভিনেতা গৰাকী। “পবিত্ৰ ৰিষ্টা” ৰ মানৱৰ চৰিত্ৰ ৰূপায়ণ কৰি দৰ্শকৰ হৃদয় জিনা এইগৰাকী অভিনেত্ৰী “এম এচ ধোনী” ত কৰা অভিনয়ক আজি পৰ্যন্ত পাহৰিব পৰা নাই। তেওঁৰ মৃত্যুৱে প্ৰভাৱ পেলাইছিল বলীউড ক্ষেত্ৰখনত। তেখেতৰ অনুপস্থিতিয়ে আজিও মৰ্মাহত কৰে বহু অনুৰাগীক।

Tags: Death Anniversary
Share4Tweet3Send

Related Posts

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
50
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
50
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ
Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

by News Desk
March 21, 2025
50
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
50
Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ
Entertainment

Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ

by News Desk
December 13, 2024
50
Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন
Entertainment

Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন

by News Desk
December 13, 2024
50
ADVERTISEMENT
Air India : বিমানত হিন্দু আৰু শিখক ‘হালাল’ খাদ্য পৰিবেশন নকৰে এয়াৰ ইণ্ডিয়াই
National-International

‎এদিনত বাতিল হ’ল ১০০ খন বিমান I ইন্ধনৰ মূল্যবৃদ্ধিত বৃহৎ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ

May 3, 2026
50
‎দিল্লীৰ বিবেক বিহাৰত ভয়ংকৰ অগ্নিকাণ্ড, মৃত্যু ৯ ‎
National-International

‎দিল্লীৰ বিবেক বিহাৰত ভয়ংকৰ অগ্নিকাণ্ড, মৃত্যু ৯ ‎

May 3, 2026
50
‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক
KARBI ANGLONG

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

May 2, 2026
50
Youtube I ইউটিউব চাই ঘৰতে সন্তান প্ৰসৱ ১৫ বছৰীয়া কিশোৰীৰ! নৱজাতকক ডিঙি চেপি হত্যা
National-International

‎প্ৰসৱৰ পিছত বাচি থকা ছোৱালীৰ সংখ্যা বৃদ্ধি পাইছে I কেন্দ্ৰ

May 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Air India : বিমানত হিন্দু আৰু শিখক ‘হালাল’ খাদ্য পৰিবেশন নকৰে এয়াৰ ইণ্ডিয়াই

‎এদিনত বাতিল হ’ল ১০০ খন বিমান I ইন্ধনৰ মূল্যবৃদ্ধিত বৃহৎ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ

May 3, 2026
‎দিল্লীৰ বিবেক বিহাৰত ভয়ংকৰ অগ্নিকাণ্ড, মৃত্যু ৯ ‎

‎দিল্লীৰ বিবেক বিহাৰত ভয়ংকৰ অগ্নিকাণ্ড, মৃত্যু ৯ ‎

May 3, 2026
‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

May 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx