ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত কংগ্ৰেছৰ সংবাদমেলঃ কেব বিৰোধী আন্দোলনক নিশকতীয়া কৰাৰ চেষ্টা কৰা হৈছেঃ কংগ্ৰেছ

ASSAM TIMES POST by ASSAM TIMES POST
December 3, 2019
Reading Time: 1 min read
A A
0

logo atp 199x300 | ASSAM TIMES POSTASSAM TIMES POST
ডিফুঃ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু এনআৰচিকলৈ সমগ্ৰ উত্তৰ পূবেই ঐক্যবদ্ধ হৈ পৰিছে ৷ যাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিজ ঘৰৰ পৰা হেলিকাপ্তাৰলৈ পলায়ণ কৰিব লগীয়া হৈছে ৷ সেয়েহে নাগৰিকত্ব সংশোধনী বিধেয়ক ষষ্ঠ অনুসূচী আৰু ইনাৰ লাইন পাৰ্মিটযুক্ত এলেকাত কাৰ্যকৰী নহ’ব বুলি চৰকাৰে এক প্ৰকাৰ প্ৰচাৰ চলাইছে ৷

RELATED POSTS

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

WhatsApp Image 2019 12 03 at 5.02.52 AM | ASSAM TIMES POST

এনে নীতিৰে প্ৰকৃততে শেহতীয়াকৈ উত্তৰ- পূবত সৃষ্টি হোৱা কেব বিৰোধী আন্দোলনকাৰী শক্তি সকলৰ মাজত বিভাজনৰ সৃষ্টি কৰি নিশকতীয়া কৰাৰ চেষ্টা চলাইছে ৷ এই অভিযোগ কাৰবি আংলং জিলা কংগ্ৰেছৰ ৷ আজি দিনৰ প্ৰায় ১১ বজাত ডিফুত স্থিত কাৰবি আংলং জিলা কংগ্ৰেছৰ এক সংবাদ মেল আয়োজন কৰি এই অভিযোগ কৰে জিলা কংগ্ৰেছে ৷

সংবাদ মেলক সম্বোধন কৰি জিলা কংগ্ৰেছৰ উপসভাপতি ৰতন ইংতি আৰু সাধাৰণ সম্পাদক সুৰেণ ছিংনাৰ আৰু ডাঃ মংবে ৰংপিয়ে শাসকীয় বিজেপি চৰকাৰৰ বিভিন্ন নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰা পৰিলক্ষিত হয় ৷ ডিফু চিকিৎসা মহাবিদ্যালয়ত শেহতীয়াকৈ হৈ যোৱা নিযুক্তি প্ৰক্ৰিয়াই জিলাখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি নেতৃবৰ্গই কয় যে, মহাবিদ্যালয় খনত নিযুক্তি প্ৰদানৰ ক্ষেত্ৰত কাৰবি আংলঙৰ থলুৱা প্ৰাৰ্থীতকৈ বাহিৰা প্ৰাৰ্থীকহে অধিক গুৰুত্ব প্ৰদান কৰা হ’ল ৷

কাৰবি আংলং জিলাত শেহতীয়াকৈ চৰকাৰৰ ইউনিফৰ্ম চিভিল ক’ডৰ প্ৰসঙ্গক লৈ বিভিন্ন দল সংগঠন সৰৱ হৈ থকা প্ৰসংগত কংগ্ৰেছৰ নেতা কেইগৰাকীয়ে এনে আইনে মেৰুকৰণৰ জৰিয়তে ভাৰতৰ বৈচিত্ৰৰ মাজত থকা ঐক্যৰ বিনষ্ট কৰিব বুলি মন্তব্য কৰি ইয়াৰ ফল অতিকৈ মাৰাত্মক হ’ব বুলি আশংকা প্ৰকাশ কৰে ৷ চৰকাৰৰ এনে নীতিৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰতিবাদ কৰি যাব বুলি কয় ৷ আনহাতে অৰ্থনীতি ,মূল্যবৃদ্ধি নিবণুৱা সমস্যা আদিৰ প্ৰসংগকলৈ লৈ বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে জিলা কংগ্ৰেছৰ নেতৃবৰ্গই ৷

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

by ASSAM TIMES POST
June 2, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

by News Desk
June 2, 2026
50
১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা
KARBI ANGLONG

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

by Staff Reporter
June 2, 2026
50
ADVERTISEMENT
SC Halts Eviction in Sonapur’s Kosutuli, Demands Immediate Report from Assam Government
National-International

Supreme Court of India I নিম্ন পদত উচ্চ মেধাসম্পন্ন প্ৰাৰ্থী বিবেচনা কৰিব নোৱাৰি, উচ্চতম ন্যায়ালয়

June 5, 2026
50
Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ
National-International

Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ

June 5, 2026
50
Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ
National-International

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
50
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু
National-International

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

SC Halts Eviction in Sonapur’s Kosutuli, Demands Immediate Report from Assam Government

Supreme Court of India I নিম্ন পদত উচ্চ মেধাসম্পন্ন প্ৰাৰ্থী বিবেচনা কৰিব নোৱাৰি, উচ্চতম ন্যায়ালয়

June 5, 2026
Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ

Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ

June 5, 2026
Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx