ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Arvind Kejriwal | দিল্লীত কেজৰিৱালৰ বাসগৃহ নিৰ্মাণত খৰচ ৫৩ কোটি টকা! আক্ৰমণ বিজেপিৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 26, 2023
Reading Time: 1 min read
A A
0
দিল্লী চৰকাৰৰ হস্পিটেলসমূহ কেৱল দিল্লীবাসীৰ বাবেহে সংৰক্ষিত থাকিব : কেজৰিৱাল

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ (Arvind Kejriwal) চৰকাৰী বাসগৃহ পুনৰ বিতৰ্কৰ কেন্দ্ৰবিন্দুত। ইয়াৰ পূৰ্বে বিজেপিয়ে উত্থাপন কৰিছিল যে আপৰ মুৰব্বীগৰাকীৰ বাসগৃহ নিৰ্মাণৰ বাবে বিপুল পৰিমাণৰ ধন ব্যয় কৰিছে। এইবাৰ দিল্লীৰ উপ-ৰাজ্যপালৰ হাতত তদন্তৰ প্ৰতিবেদন দাখিল কৰা হয়। উক্ত প্ৰতিবেদন অনুসৰি, বাসগৃহ নিৰ্মাণৰ বাবে ৫২ কোটি ৭১ লাখ টকা ব্যয় কৰা হৈছে।

Arvind Kejriwal
₹52.71 crore spent on Chief Minister Arvind Kejriwal’s house complex

দিল্লীৰ ৰাজহুৱা কাম-কাজ বিভাগৰ অনুমোদন সাপেক্ষে সকলো কাম কৰা হৈছে। এই তদন্তৰ প্ৰতিবেদনক আহিলা হিচাপে ব্যৱহাৰ কৰি বিজেপিয়ে আপৰ বিৰুদ্ধে এক নতুন অভিযোগ উত্থাপন কৰিছে। কিন্তু আপৰ ফালৰ পৰা কোৱা হৈছে যে বিজেপিয়ে কেজৰিৱালক ইয়াৰ নেতা আৰু কৰ্মীসকলৰ সৈতে সংযোগ স্থাপন কৰিব নোৱাৰাৰ বাবে পোনপটীয়াকৈ আক্ৰমণ কৰি আছে।

তদন্তৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে দিল্লীৰ ৬ নং ফ্লেগ ষ্টাফ ৰোডত থকা মুখ্যমন্ত্ৰীৰ বাসগৃহ পুনৰ নিৰ্মাণৰ বাবে ৩৩.৪৯ কোটি টকা ব্যয় কৰা হৈছে। আৰু মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ অধীনত বিষয়াসকলৰ ঘৰ নিৰ্মাণৰ বাবে ১৯ কোটি ২২ লাখ টকা ব্যয় কৰা হৈছে। প্ৰতিবেদনত ১৯৪২-৪৩ চনৰ পৰা এই স্থানত বাংলো থকা বুলিও দাবী কৰা হৈছে। পিছত দিল্লীৰ মুখ্যমন্ত্ৰীক আবণ্টন দিয়া হয়। কিন্তু কেজৰিৱালে কয় যে বাংলোটো ‘বসবসাৰ অনুপযোগী’ হৈ পৰিছে।

তেওঁৰ দলটোৱে ঘৰৰ ছাদৰ এটা অংশ ভাঙি পৰাৰ ছবিও টুইট কৰে। ইয়াৰ পিছত নিৰ্মাণ বিভাগে পুৰণি বাংলো ভাঙি নতুন বাসগৃহ নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়ায়। ২০২০ চনত আপ চৰকাৰৰ নিৰ্মাণ মন্ত্ৰীয়ে ঘৰটোৰ ওচৰতে এটা পাকঘৰ নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়াইছিল, যিটো ২৪ জন লোকৰ বাবে খাব পৰা ঠাই। তাৰ পিছত মুখ্যমন্ত্ৰীৰ নতুন বাসগৃহটো পুৰণি ভৱনটোৰ কাষত নিৰ্মাণ হয়।

Kejriwal 2 | ASSAM TIMES POST

নতুন বাসগৃহটোক লৈ সৃষ্টি হোৱা বিতৰ্কৰ বাবে উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই মুখ্য সচিবক সকলো তথ্য সংগ্ৰহ কৰি তেওঁক জমা দিবলৈ নিৰ্দেশ দিয়ে। এপ্ৰিল মাহৰ নিৰ্দেশৰ পিছত মুখ্য তদন্তকাৰী বিষয়াই (ভিজিলেন্স বিষয়া) ১২ মেʼত ৰাজ্যপালৰ ওচৰত প্ৰতিবেদন দাখিল কৰে।

প্রতিবেদনত উল্লেখ কৰা হৈছে যে মাত্র ১৫-২০ কোটি টকা ব্যয় সাপেক্ষে এই বাসগৃহ নির্মাণৰ কাম আৰম্ভ কৰা হৈছে৷ প্ৰথম নিবিদাত মাত্ৰ ৮.৬১ কোটি টকাহে ব্যয় হৈছিল।

আপে অৱশ্যে এই প্ৰসংগত কয় যে ইয়াত কোনো ভূল নাই। ইয়াৰ বিপৰীতে অধ্যাদেশৰ বিতৰ্কক ঢাকি ৰাখিবলৈ এই প্ৰতিবেদনৰ উচটনি দিয়া হৈছে নেকি সেই বিষয়টো তেওঁলোকে উত্থাপন কৰিছে।

Tags: Arvind Kejriwal
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!
National-International

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026
50
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

June 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx