ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Unidentified Dead body I ডিফুৰ কাষৰ ৰে’ল লাইনৰ অচিনাক্ত মৃতদেহ উদ্ধাৰ : চিনাক্তকৰণৰ বাবে মৰ্গত সংৰক্ষণ

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু :

News Desk by News Desk
May 25, 2023
Reading Time: 1 min read
A A
0
Unidentified Dead body I ডিফুৰ কাষৰ ৰে’ল লাইনৰ অচিনাক্ত মৃতদেহ উদ্ধাৰ : চিনাক্তকৰণৰ বাবে মৰ্গত সংৰক্ষণ

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST
বুধবাৰে সন্ধিয়া ডিফুৰ সমীপৰ দলদলী ৰে’ল লাইনৰ (Daldali railway line near Diphu) কাষত এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ (Unidentified Dead body recovered) হোৱা ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ডিফু চৰকাৰী ৰে’ল আৰক্ষীৰ সূত্ৰ অনুসৰি বুধবাৰে সন্ধিয়া প্ৰায় ৬ মান বজাত দলদলী ৰে’ল লাইনৰ কাষত এজন অচিনাক্ত লোক পৰি থকা বুলি খবৰ লাভ কৰি ডিফু চৰকাৰী ৰে’ল আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মণি মেচৰ নেতৃত্বত পহৰা চকীৰ ষ্টাফৰ সহযোগত দলদলী ৰে’ল লাইনৰ কাষত মৃত অৱস্থাত পৰি থকা এজন ৩৫ বছৰীয়া অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

 মৃতদেহ উদ্ধাৰ
ডিফুৰ কাষৰ ৰে’ল লাইনৰ অচিনাক্ত মৃতদেহ উদ্ধাৰ:

লোকজন ক’লা ৰঙৰ স্প’ৰ্টিং আৰু নীলা ৰঙৰ জীন্স পেন্ট পৰিধান কৰি আছিল ৷ আৰক্ষীৰ পৰা জানিব পৰা মতে প্ৰত্যক্ষদৰ্শীয়ে লোকজনক ডাউন অবধ আছাম ৰে’লৰ পৰি মৃত হৈছে বুলি কয়৷ মৃত লোকজনৰ পৰা আৰক্ষীয়ে কোনো ধৰণৰ নথি-পত্ৰ আৰু মোবাইল ফেন উদ্ধাৰ কৰিব নোৱাৰাৰ বাবে লোকজনক চিনাক্ত কৰিবলৈ সক্ষম নহ’ল বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷

RELATED POSTS

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

আৰক্ষীয়ে অচিনাক্ত মৃতদেহটো দণ্ডাধীশৰ হতুৱাই চুৰৎহাল কৰাই মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত চিনাক্তকৰণৰ বাবে ৭২ ঘণ্টা ডিএমচিএইছৰ মৰ্গত সংৰক্ষণ কৰি ৰখা হৈছে বুলি জানিবলৈ দিছে ৷ এই সন্দৰ্ভ ডিফু ৰেল আৰক্ষী পহৰা চকীত ২৪ ম’ ২০২৪ ইং তাৰিখত ৩২৭/২৩ ত দৈনিক দৰজ পঞ্জীত দৰজ দি তদন্ত অব্যাহত ৰখা হৈছে বুলি জানিব পৰা গৈছে৷

Tags: Daldali railway lineunidentified bodyঅচিনাক্ত মৃতদেহদলদলী ৰে'ল লাইন
Share4Tweet3Send

Related Posts

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক
KARBI ANGLONG

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

by News Desk
May 2, 2026
50
Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ
KARBI ANGLONG

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

by News Desk
April 21, 2026
50
খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক
KARBI ANGLONG

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

by Staff Reporter
April 18, 2026
50
Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক
KARBI ANGLONG

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

by News Desk
April 11, 2026
50
Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন
KARBI ANGLONG

Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন

by News Desk
April 3, 2026
50
Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ
KARBI ANGLONG

Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ

by News Desk
April 2, 2026
50
ADVERTISEMENT
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

May 6, 2026
50
Punjub blast : পঞ্জাবৰ বিএছএফৰ মুখ্য কাৰ্যালয় আৰু সেনা শিবিৰৰ বাহিৰত বিস্ফোৰণ
National-International

Punjub blast : পঞ্জাবৰ বিএছএফৰ মুখ্য কাৰ্যালয় আৰু সেনা শিবিৰৰ বাহিৰত বিস্ফোৰণ

May 6, 2026
50
Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Guwahati

Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

May 6, 2026
50
Assam CM : মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ ভিডিঅ’, উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি জনস্বাৰ্থৰ গোচৰ
Assam

Himanta Biswa Sarma I মমতাক অপসাৰণ কৰিব লাগে, পদত্যাগ নকৰা প্ৰসংগত বিস্ফোৰক অসমৰ মুখ্যমন্ত্ৰী

May 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

May 6, 2026
Punjub blast : পঞ্জাবৰ বিএছএফৰ মুখ্য কাৰ্যালয় আৰু সেনা শিবিৰৰ বাহিৰত বিস্ফোৰণ

Punjub blast : পঞ্জাবৰ বিএছএফৰ মুখ্য কাৰ্যালয় আৰু সেনা শিবিৰৰ বাহিৰত বিস্ফোৰণ

May 6, 2026
Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

May 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx