ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

Shivani Chakraborty I কৰ্কট ৰোগত আক্ৰান্ত শিৱানীৰ ইচ্ছা পূৰণ কৰিলে শ্বাহৰুখ খানে

নিউজ ডেস্কঃ

News Desk by News Desk
May 23, 2023
Reading Time: 1 min read
A A
0
Shivani Chakraborty I কৰ্কট ৰোগত আক্ৰান্ত শিৱানীৰ ইচ্ছা পূৰণ কৰিলে শ্বাহৰুখ খানে

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

শেহতীয়াকৈ ছচিয়েল মিডিয়াত হঠাতে এটা খবৰ বিয়পি পৰে। খৰদাহৰ চৌষষ্ঠি বছৰীয়া শিৱানী চক্ৰৱৰ্তী (Shivani Chakraborty)। কেন্সাৰ ৰোগী, হাতত বেছি সময় নাই। শেষ ইচ্ছা, প্ৰিয় তাৰকা শ্বাহৰুখ খানক (Favourite Star Shah Rukh Khan) এবাৰ চাবলৈ। নিজ হাতেৰে অভিনেতাজনক ৰান্ধি খুৱাবলৈ। ছচিয়েল মিডিয়াত শিৱানীৰ মনৰ‌ কথা লিখিছে তেওঁৰ কন্যা প্ৰিয়াই।

তেওঁ নিজেও শ্বাহৰুখৰ অনুৰাগী। লগে লগে ভাইৰেল হৈ পৰে পোষ্টটো। মুম্বাইৰ মন্নততো গৈ পালে এই খবৰ। বাদশ্বাহে কেতিয়াও নিজৰ অনুৰাগীক নিৰাশ নকৰে। এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল। শিৱানী দেৱীলৈ মন্নতৰ পৰা ফোন আহে। মাতৃ আৰু কন্যাৰ লগত প্ৰায় ৪০ মিনিট কথা পাতে শ্বাহৰুখ খানে। লগতে কাষতে থাকিব বুলি প্ৰতিশ্ৰুতি দিয়ে। শীঘ্ৰে কলকাতালৈ আহি (Coming to Kolkata soon) শিৱানীক লগ কৰিব বুলিও কয়।

কৰ্কট ৰোগ
কৰ্কট ৰোগত আক্ৰান্ত শিৱানীৰ ইচ্ছা পূৰণ কৰিলে শ্বাহৰুখ খানে:

শ্বাহৰুখ খানৰ এগৰাকী অন্ধ অনুৰাগী তেওঁ। ঘৰৰ চাৰিওফালে শ্বাহৰুখৰ ছবি ৰখা হৈছে। ২০০০ চনৰ পৰা শ্বাহৰুখৰ ছবিৰ সকলো পোষ্টাৰ তেওঁৰ হাতত আছে। এনে দুৰাৰোগ্য বেমাৰৰ মাজতো তেওঁ শ্বাহৰুখৰ ‘পাঠান’ চাবলৈ গৈছিল। অৱশেষত ভিডিঅ’ কলত লগ পালে মৰমৰ তাৰকাগৰাকীক। শিৱানী দেৱী আৰু কন্যা প্ৰিয়াই প্ৰথমে বিশ্বাস কৰিব পৰা নাছিল। ফোনটো পাই প্ৰিয়াই প্ৰায় চিঞৰি উঠিল।

পিছত কোনোমতে নিজকে চম্ভালি লৈ বাদশ্বাহৰ লগত কথা পাতিবলৈ সক্ষম হয়। সংবাদ মাধ্যমক প্ৰিয়াই কয়, “মোৰ ডিঙিটো শুকাই গৈছিল। মায়ে বৰ মুক্তভাৱে কথা কয়। শ্বাহৰুখে আমাৰ লগত প্ৰায় আধা ঘণ্টামান কথা পাতিলে। মাতৃৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে আৰ্থিক সহায়ৰ বিষয়েও কয়। কলকাতালৈ আহিলে লগ হʼব বুলিও কয়। এতিয়াও বিশ্বাস কৰিব পৰা নাই। কিন্তু মা বৰ সুখী।”

কিন্তু কেৱল সেয়াই নহয়, শ্বাহৰুখে শিৱানী দেৱীৰ হাতৰ ৰন্ধা মাছ খাবলৈ ইচ্ছা প্ৰকাশ কৰে। আনকি কন্যা প্ৰিয়াৰ বিয়াত উপস্থিত থকাৰ ইচ্ছাও প্ৰকাশ কৰে অভিনেতাজনে। ইমান ডাঙৰ তাৰকাৰ ইমান সৰল‌ আব্দাৰ শুনি শিৱানীয়ে চকুলো ৰাখিব নোৱাৰিলে।

Tags: Shah Rukh KhanShivani Chakrabortyশিৱানী চক্ৰৱৰ্তীশ্বাহৰুখ খান
Share4Tweet3Send

Related Posts

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
50
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
50
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ
Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

by News Desk
March 21, 2025
50
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
50
Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ
Entertainment

Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ

by News Desk
December 13, 2024
50
ADVERTISEMENT
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
50
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx