ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সদৌ অসম বিলক্লাৰ্ক, মিটাৰ ৰীডাৰ কৰ্মী সন্থাৰ সপ্তাহজোৰা অসহযোগ আন্দোলনৰ আদি দ্বিতীয় দিন

ASSAM TIMES POST by ASSAM TIMES POST
December 3, 2019
Reading Time: 1 min read
A A
0

logo atp 199x300 | ASSAM TIMES POSTASSAM TIMES POST
ডিফুঃ সদৌ অসম অস্থায়ী বিলক্লাৰ্ক আৰু মিটাৰ ৰীডাৰ কৰ্মী সন্থাৰ ১১ দফীয়া দাবী পূৰণ নোহোৱাৰ প্ৰতিবাদত ৰাজ্যজুৰি প্ৰতিজিলাৰ সদৰ আৰু মহকুমাত ২ ডিচেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ অসহযোগ আন্দোলন আৰম্ভ হৈছে ৷ এই উপলক্ষে পাহাৰীয়া জিলা কাৰবি আংলঙৰ ডিফু বৈদ্যুতিক উপসংমণ্ডলতো বিলক্লাৰ্ক মিটাৰ ৰীডাৰ কৰ্মী সকলে অৱস্থান ধৰ্ণা কাৰ্যসূচীৰে অসহযোগ কৰি প্ৰতিবাদ সাব্যস্ত কৰি আছে ৷

RELATED POSTS

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

WhatsApp Image 2019 12 03 at 3.21.47 AM | ASSAM TIMES POST

বিলক্লাৰ্ক মিটাৰ ৰীডাৰ কৰ্মী সকলে সাংবাদিক সকলৰ আগত ক্ষোভ উজাৰি কয় যে চৰকাৰে তেওঁলোকৰ ন্যায্য দাবীক লৈ ভেকোঁ- ভাওনা আৰম্ভ কৰিছে ৷ অস্থায়ী বিলক্লাৰ্ক মিটাৰ ৰীডাৰ কৰ্মী সকলে অশেষ ত্যাগ স্বীকাৰ কৰি ৰ’দে- বৰষুণে উপভোক্তা সকলৰ অভাৱ অভিযোগৰ প্ৰতি গুৰুত্ব আৰোপ কৰি নিজৰ দায়িত্ব সমূহ সততাৰে পালন কৰি আহিছে ৷

তাৰ বাবে চৰকাৰ আৰু সংশ্লীষ্ট কৰ্তৃপক্ষই এই কৰ্মচাৰী সকলক মিটাৰ ৰিডিঙৰ বাবে তিনিটকাকৈ আৰু স্পট বিলিঙৰ বাবে ৭ টকাহে আদায় দিয়ে যদিও সেয়া নিয়মীয়া নহয় ৷ তিনিমাহৰ দৰমহা জমা হলেও ডেৰমাহৰহে আদায় পোৱা যায় ৷ ইয়াৰোপৰি যোৱা ২৮ এপ্ৰিলত বিলক্লাৰ্ক মিটাৰ ৰীডাৰ সকলৰ লিখিত সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল যদিও আজিলৈকে সাক্ষাৎকাৰ বা লিখিত পৰীক্ষাৰ ফলাফল সমূহ ঘোষণা কৰা নহ’ল আৰু এই সকল কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰণ নকৰিলে ৷

WhatsApp Image 2019 12 03 at 3.21.47 AM 1 | ASSAM TIMES POST

ইয়াৰ বিপৰীতে এই ক্ষেত্ৰত ব্যক্তিগত কৰণ কৰিবলৈ গৈ এই কৰ্মচাৰী সকলৰ জীৱনলৈ অনিশ্চয়তা নমাই অনাৰ চেষ্টা কৰিছে বুলি অভিযোগ কৰে ৷ সংশ্লিষ্ট বিভাগটোৰ উৰ্দ্ধতন বিষয়া কৰ্মী সকলে উচ্চ হাৰত দৰমহা লাভ কৰি যেনেকৈ পৰিয়াল পোহপাল দি আছে তেনেকৈ তেওঁলোকেও নুন্যতম টকাৰে পৰিয়ালটোক পোহপাল দি আছে যদিও চাকৰি নিয়মীয়া কৰণ নোহোৱাৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে বুলি আক্ষেপ প্ৰকাশ কৰে ৷ তেওঁলোকৰ ন্যায্যদাবী সমূহ পূৰণ নহলে পৰৱৰ্তী সময়ত সন্থাই জংগী আন্দোলন আৰম্ভ কৰি প্ৰতিবাদ তীব্ৰতৰ কৰি তোলা হব বুলি সকিয়াই দিয়ে ৷

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

by ASSAM TIMES POST
June 2, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

by News Desk
June 2, 2026
50
১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা
KARBI ANGLONG

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

by Staff Reporter
June 2, 2026
50
ADVERTISEMENT
SC Halts Eviction in Sonapur’s Kosutuli, Demands Immediate Report from Assam Government
National-International

Supreme Court of India I নিম্ন পদত উচ্চ মেধাসম্পন্ন প্ৰাৰ্থী বিবেচনা কৰিব নোৱাৰি, উচ্চতম ন্যায়ালয়

June 5, 2026
50
Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ
National-International

Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ

June 5, 2026
50
Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ
National-International

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
50
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু
National-International

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

SC Halts Eviction in Sonapur’s Kosutuli, Demands Immediate Report from Assam Government

Supreme Court of India I নিম্ন পদত উচ্চ মেধাসম্পন্ন প্ৰাৰ্থী বিবেচনা কৰিব নোৱাৰি, উচ্চতম ন্যায়ালয়

June 5, 2026
Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ

Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ

June 5, 2026
Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx