ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুৰ ধৰমনালাত ৰন্ধন কলা প্ৰশিক্ষণৰ বাবে প্ৰতিষ্ঠান মুকলি

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
May 19, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

কাৰবি আংলং (Karbi Anglong) জিলাত নিবণুৱা যুৱক-যুৱতীসকলৰ সমস্যা দূৰীকৰণৰ বাবে তুলিৰাম ৰংহাঙ নেতৃত্বাধীন কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে বিভিন্ন পদক্ষেপ লৈ থকাৰ সময়তে ডিফুৰ ধৰমনালাৰ এগৰাকী উদীয়মান যুৱকে দক্ষতা বিকাশৰ (Skill Development) জৰিয়তে নিৱণুৱা যুৱক-যুৱতীসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে হাতত লৈছে এক প্ৰশংসনীয় পদক্ষেপ৷ ডিফুৰ ধৰমনালাৰ সকলোৰে পৰিচিত যুৱক গুৰ্মিট সিঙে (Gurmit Singh) সুদুৰ গুৱাহাটী পৰা দক্ষতা বিকাশৰ প্ৰতিষ্ঠানত ৰন্ধনকলাৰ (Cooking) ওপৰত মাষ্টাৰ চেফ অমিতাভ দত্তৰ (Master Chef Amitabh Dutt) তত্বাৱধনাত ডিপ্লমালৈ ধৰমনালা (Dharamtala)ৰ নিজা বাসভৱনতে স্থানীয় যুৱক-যুৱতীসকলৰ সহায়ক হোৱাকৈ মুকলি কৰিছে ৰন্ধনকলাৰ এক প্ৰতিষ্ঠান (institute of open culinary arts)ৰ৷ সুদূৰ গুৱাহাটীৰ মাষ্টাৰচেফ অমিতাভ দত্তৰ উপস্থিতিত অমিতাভ দত্ত আৰু গুৰ্মিট সিঙৰ সহ-ধৰ্মিনীদ্বয় ক্ৰমে, শৰ্মিষ্টা দত্ত আৰু মনমিত কৌৰে ফিটা কাটি প্ৰতিষ্ঠানখনৰ শুভ-উদ্ধোধন কৰে৷ প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষই কেনেদৰে প্ৰতিষ্ঠানখনত যুৱক-যুৱতীসকলক ৰন্ধনকলাৰ ওপৰত প্ৰশিক্ষিত কৰিব তাৰ ওপৰত এক ব্যৱহাৰিক দিশো আজি প্ৰদৰ্শন কৰে ৷

diphup1 1 | ASSAM TIMES POST

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মাষ্টাৰ চেফ অমিতাভ দত্তই কয় যে, তেওঁৰ ছাত্ৰ গুৰ্মিট সিঙে ডিফুত নিবণুৱা যুৱক-যুৱতী সকলৰ দক্ষতা বিকাশৰ বাবে সূদুৰ গুৱাহাটীলে গৈ ধনৰ অপচয় নকৰাকৈ ডিফুতে ৰন্ধন কলাৰ ওপৰত জ্ঞান আহৰণ কৰিবলৈ প্ৰতিষ্ঠান মুকলি কৰাত তেওঁ গৌৰাৱান্বিত ৷ মুঠ ৬ মহীয়া এডভান্স ক’ৰ্চৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলে ৰন্ধনকলা সন্দৰ্ভত ডিপ্লমা লাভ কৰি স্বনিৰ্ভৰশীলহৈ বিভিন্ন পঞ্চ তাৰাকা হোটেল, ৰেষ্টুৰেণ্ট আদিত চাকৰি পাই নিশ্চিত কেৰিয়াৰ গঢ়ি তুলিব পাৰিব বুলি কয় ৷ লগতে উক্ত প্ৰতিষ্ঠানত বিভিন্ন দেশ বিদেশৰ ৰন্ধন কৌশলৰ লগতে মগজুৰ সামগ্ৰিক বিকাশত সহায়ক হ’ব বুলি কয় ৷

diphup2 1 | ASSAM TIMES POST

আনহাতে ডিফুৰ ‘অনলি চেফ’ (only Chef) শীৰ্ষক ৰন্ধনকলাৰ নিৰ্ভৰযোগ়্য প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী গুৰ্মিট সিঙে সাংবাদিকৰ আগত নিজৰ মত ব্যক্ত কৰি কয় যে, তেওঁ নিজে ৰন্ধন কলাৰ ওপৰত লাভ কৰা অভিজ্ঞতা আৰু অনুভৱখিনি সমল হিছাপে লৈ তেওঁ ডিফুৰ নিবণুৱা যুৱক-যুৱতী সকলৰ হিতাৰ্থে ডিফুত এই প্ৰতিষ্ঠান মুকলি কৰিছে ৷ কম ব্যয়তে এই প্ৰতিষ্ঠানখনত স্থানীয় যুৱক-যুৱতী সকলে ৰন্ধনকলাৰ জ্ঞান আহৰণ কৰি দক্ষতা বিকাশৰ সুযোগ লাভ কৰিবলৈ সক্ষম হব ৷

Tags: culinary artsDiphuonly Chefঅনলি চেফডিফুৰন্ধনকলাৰ
Share4Tweet3Send

Related Posts

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ
KARBI ANGLONG

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

by News Desk
April 21, 2026
50
খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক
KARBI ANGLONG

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

by Staff Reporter
April 18, 2026
50
Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক
KARBI ANGLONG

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

by News Desk
April 11, 2026
50
Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন
KARBI ANGLONG

Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন

by News Desk
April 3, 2026
50
Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ
KARBI ANGLONG

Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ

by News Desk
April 2, 2026
50
Drugs seized : কাৰ্বি আংলঙৰ পুৰণি লাহৰিজানত যাত্ৰীবাহী বাছৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ, দুই মহিলা সৰবৰাহকাৰীক আটক
KARBI ANGLONG

Drugs seized : কাৰ্বি আংলঙৰ পুৰণি লাহৰিজানত যাত্ৰীবাহী বাছৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ, দুই মহিলা সৰবৰাহকাৰীক আটক

by News Desk
April 1, 2026
50
ADVERTISEMENT
Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ
National-International

Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ

April 29, 2026
50
Petrol prices : ১ মে’ৰ পৰা বৃদ্ধি হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য, কি কয় কেন্দ্ৰীয় চৰকাৰে
National-International

Petrol prices : ১ মে’ৰ পৰা বৃদ্ধি হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য, কি কয় কেন্দ্ৰীয় চৰকাৰে

April 29, 2026
50
Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়
Assam

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়

April 29, 2026
50
Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে
National-International

Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে

April 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ

Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ

April 29, 2026
Petrol prices : ১ মে’ৰ পৰা বৃদ্ধি হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য, কি কয় কেন্দ্ৰীয় চৰকাৰে

Petrol prices : ১ মে’ৰ পৰা বৃদ্ধি হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য, কি কয় কেন্দ্ৰীয় চৰকাৰে

April 29, 2026
Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়

April 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx