ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

অসম-মেঘালয় সীমান্তৰ অসমবাসীক নিৰাপত্তা প্ৰদানৰ দাবীত ডিফুত কাৰ্বি ছাত্ৰ সন্থাৰ ধৰ্ণা

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
May 15, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

 বিগত ১৭ এপ্ৰিলৰ পৰা অসম-মেঘালয় সীমান্তত খাছি দুৰ্বৃত্তই পশ্চিম কাৰ্বি আংলং (West Karbi Anglong) জিলাৰ ভিতৰলৈ সোমাই আহি অসমবাসীক অত্যাচাৰ কৰাৰ লগতে বিগত চাৰিদিন ধৰি সীমান্তত চলাই থকা খাছি দুৰ্বৃত্তৰ তাণ্ডৱ প্ৰতিৰোধ (Resistance from Khasi miscreants) কৰাৰ লগতে সীমান্তত বাস কৰা অসমবাসীক নিৰাপত্তা প্ৰদানৰ দাবীত আজি কাৰ্বি ছাত্ৰ সন্থাই (Karbi Students Union) ডিফুস্তিত কেন্দ্ৰীয় কাৰ্যালয়ত ধৰ্ণা (Dharna at central office in Diphu) কাৰ্যসূচী ৰূপায়ন কৰে।

ksap2 | ASSAM TIMES POST

সংগঠনটোৰ সদস্যসকলে আমাক ন্যায় লাগে, কাৰ্বি ছাত্ৰ সন্থা জিন্দাবাদ, খাছি দুৰ্বৃত্তৰ আক্ৰমণ বন্ধ কৰক আদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। সংবাদ মাধ্যমৰ আগত ছাত্ৰ সংগঠনটোৰ নেতাসকলে কয় যে- মেঘালয় চৰকাৰৰ প্ৰৰোচনাত অসমৰ ভিতৰলৈ সোমাই আহি সীমান্তৰ অসমবাসীক আক্ৰমণ কৰা ঘটনাৰ আমি তীব্ৰ নিন্দা কৰিছো। কাৰ্বি মানুহৰ সম্পত্তি, অসমৰ সম্পত্তি তেওঁলোকে ধ্বংস কৰিছে। ইমানতে ক্ষান্ত নোহোৱা খাছি দুৰ্বৃত্তই সীমান্তৰ অসমবাসীক আক্ৰমণ কৰি প্ৰাণে মৰাৰ চেষ্টা কৰা বুলিও সংগঠনটোৰ তীব্ৰ কৰে। খাছি দুৰ্বৃত্তৰ এনে আক্ৰমণৰ ফলত সীমান্তত বাস কৰা অসমবাসীয়ে এতিয়া তীব্ৰ নিৰাপত্তাহীনতাত ভোগা বুলিও সংগঠনটোৱে দাবী কৰে।

lksaP | ASSAM TIMES POST

সংগঠনটোৱে অসম চৰকাৰ আৰু আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদক এই সমস্যা শীঘ্ৰে সমধা কৰিবলৈ দাবী জনোৱা লগতে সীমান্তৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী তোলে। ইয়াৰ লগতে সংগঠনটোৱে অসম চৰকাৰে সীমা বিবাদ নিষ্পত্তিৰ বাবে চুবুৰীয়া ৰাজ্যৰ সৈতে কৰা ‘গীভ এণ্ড টেক’ নীতি পশ্চিম কাৰ্বি আংলঙৰ ক্ষেত্ৰত মেঘালয়, নাগালেণ্ড আগ্ৰাসন চলাই অসমৰ ভূমি সংকুচিত কৰি আহিছে। এইবোৰ শীঘ্ৰে বন্ধ হ’ব লাগে বুলিও সংগঠনটোৱে দাবী কৰে। এনেদৰে বহিঃ ৰাজ্যৰ আগ্ৰাসন চলি থাকিলে অসমৰ ভূমি ক্ৰমাৎ কমি আহিব বুলিও সংগঠনটোৱে সকিয়াই দিয়ে।

ইপিনে সংগঠনটোৰ সভাপতি থানছিং তিমুঙে অসম চৰকাৰে সীমান্ত সুৰক্ষা দিব নোৱৰাটো সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি দাবী কৰি আমি অসমৰ পৰা পৃথক হৈ আমাৰ জনতাক নিৰাপত্তা প্ৰদান কৰাটোৱেই শ্ৰেয় বুলি দাবী কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Karbi Students Unionকাৰ্বি ছাত্ৰ সন্থা
Share5Tweet3Send

Related Posts

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
70
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
62
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
ADVERTISEMENT
Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান
NORTHEAST

Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

September 29, 2026
50
CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান
National-International

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

September 29, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

September 29, 2026
50
Governor : ডিফুত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ‘নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা’ কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যপালৰ
DIPHU

Governor : ডিফুত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ‘নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা’ কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যপালৰ

September 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

September 29, 2026
CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

September 29, 2026
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

September 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d