ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Young man eats gold I সাত টুকুৰা সোণ খাইছিল এজন যুৱকে, অস্ত্ৰোপচাৰ নকৰাকৈ উলিয়ালে চিকিৎসকে

নিউজ ডেস্কঃ

News Desk by News Desk
May 12, 2023
Reading Time: 1 min read
A A
0
Young man eats gold I সাত টুকুৰা সোণ খাইছিল এজন যুৱকে, অস্ত্ৰোপচাৰ নকৰাকৈ উলিয়ালে চিকিৎসকে

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত

বিমানবন্দৰৰ পৰা সোণ সৰবৰাহ কৰাৰ সময়ত চোৰাং ব্যৱসায়ীয়ে বিভিন্ন পন্থা অৱলম্বন কৰে। অৱশ্যে বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীৰ হাতত ধৰা পৰে অপৰাধী। শেহতীয়াকৈ মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (Mumbai International Airport)ত এনে এটা ঘটনা পোহৰলৈ আহিছে। সোণ সৰবৰাহ (Gold supply) কৰি থকা অৱস্থাত ধৰা পৰাৰ ভয়ত নিজেই সোণখিনি খাই পেলায় এজন যুৱকে (young man eats gold)। ইয়াৰ পিছতো তেওঁ নিৰাপত্তাৰক্ষীৰ নজৰ এৰাই বিমানবন্দৰৰ পৰা ওলাই যাব নোৱাৰিলে।

সোণ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ইন্তিজাৰ আলী নামৰ ৩০ বছৰীয়া যুৱক এজন। জেৰাৰ সময়তে যুৱকজনে কয় যে তেওঁ ৭ টুকুৰা সোণ খাইছে। যুৱকজনৰ কাহিনী শুনি তদন্তকাৰী স্তম্ভিত হৈ পৰে। এক্স-ৰে কৰি যুৱকজনৰ পেটত সোণ থকা বুলি ধৰা পৰে।

সাত টুকুৰা সোণ
সাত টুকুৰা সোণ খাইছিল এজন যুৱকে:

ইয়াৰ পিছতে তদন্তকাৰীয়ে যুৱকজনৰ পেটৰ পৰা সোণখিনি উলিওৱাৰ সিদ্ধান্ত লয়। চিকিৎসকৰ সৈতে যোগাযোগ কৰা হয়। যুৱকজনক মুম্বাইৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশ্যে যুৱকজনৰ কোনো অস্ত্ৰোপচাৰ কৰা হোৱা নাছিল। যুৱকজনক ফাইবাৰযুক্ত খাদ্য খাবলৈ দিয়া হয়। প্ৰতিদিনে এক ডজন কল খুৱাই দিয়া হয়। ইয়াৰ পিছত সাধাৰণ পদ্ধতিৰে যুৱকজনৰ শৰীৰৰ পৰা ৭ টুকুৰা সোণ উলিওৱা হয়। এই ঘটনা কেতিয়া সংঘটিত হৈছিল সেয়া জানিব পৰা হোৱা নাই। শুকুৰবাৰে পোহৰলৈ আহে ঘটনাটো।

এই ঘটনাই তামিল ছবি ‘অয়ন’ৰ কথা মনত পেলাই দিয়ে। ছবিখনত দেখা যায় যে চোৰাং ব্যৱসায়ীয়ে নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ বাবে খাই পেলাইছিল। পিছত ধৰা পৰাৰ পিছত অস্ত্ৰোপচাৰ কৰা হয়। অৱশ্যে মুম্বাই বিমানবন্দৰৰ কাণ্ডত অস্ত্ৰোপচাৰৰ সন্মুখীন হʼবলগীয়া হোৱা নাছিল সোণৰ সৰবৰাহকাৰীজনে। কল খাই পেটৰ পৰা সোণ উলিয়াই অনা হয়।

Tags: goldMumbai International Airporমুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰসোণ
Share4Tweet3Send

Related Posts

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী
National-International

by News Desk
August 10, 2026
50
Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ
National-International

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

by News Desk
August 10, 2026
50
Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত

by News Desk
August 10, 2026
50
Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত
National-International

Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত

by News Desk
August 10, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

by News Desk
August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

by News Desk
August 8, 2026
50
ADVERTISEMENT
Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী
National-International

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

August 10, 2026
50
Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ
National-International

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

August 10, 2026
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

August 10, 2026
Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT