ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Drugs Seized I লাহৰিজানত আৰক্ষীৰ তালাচীত মহিলাৰ পৰা উদ্ধাৰ বুজন পৰিমাণৰ হেৰ’ইন

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
May 3, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে মাৰাথান অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে৷ আৰক্ষীৰ নিশ্ছিদ্ৰ তালাচীৰ বাবে আৰক্ষীয়ে কাৰবি আংলঙৰ (Karbi Anglong) অসম নাগালেণ্ড সীমান্ত অঞ্চলত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে লাভ কৰিছে ইটোৰ পিছত আনটো সফলতা ৷ ড্ৰাগছ সৰবৰাহকাৰী সকলে নিতৌ ন ন কৌশল অৱলম্বন কৰিও সীমান্তত আৰক্ষীৰ শেন দৃষ্টিৰ পৰা ৰক্ষা পৰিব পৰা নাই ৷ কেতিয়াবা বিলাসী, বাহনত, কেতিয়াবা ট্ৰাকত কেতিয়াবা মটৰ চাইকেলৰ জৰিয়তে ড্ৰাগছ সৰবৰাহৰ অপচেষ্টা কৰিও সফল হব পৰা নাই সৰবৰাকাৰীয়ে৷

 উদ্ধাৰ বুজন পৰিমাণৰ হেৰ'ইন
লাহৰিজানত আৰক্ষীৰ তালাচীত মহিলাৰ পৰা উদ্ধাৰ বুজন পৰিমাণৰ হেৰ’ইন:

আজি কাৰবি আংলঙৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজান (Lahorijan Gate) গেটত অৰক্ষী আৰু চি-২০ চি আৰপি এফৰ নিয়মীয়া নাকা তালাচীত পদ পথেৰে খোজকাঢ়ি ড্ৰাগছ সৰবৰাহ চেষ্টা চলোৱা এগৰাকী মহিলাৰ কৱলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুজন পৰিমানৰ সন্দেহযুক্ত হেৰ’ইন (Heroin seized)৷

lahorip2 1 | ASSAM TIMES POST

আজি বিয়লি ৪ বজাত খটখটী থানা (Khotkhati Police Station)ৰ অ’চি ৰমেন বৰদলৈৰ নেতৃত্বত উপ-পৰিদৰ্শক নিতুল শইকীয়া আৰৱ স্বমধন স্বৰ্গীয়াৰী, থানা ষ্টাফ আৰু চি-20 চি আৰপিএফ দলৰ সহযেগত চলা নাকা তালাচীত ডিমাপুৰ দিশৰ পৰা অসমৰ লাহৰিজান গেট পদপথে খোজকাঢ়ি পাৰ হৈ থকা অৱস্থাত এগৰাকী মহিলাৰ পৰা ২০টা চাবোনৰ বাকচত এটা স্কুল বেগৰ ভিতৰত কঢ়িয়াই অনা অৱস্থাত ২৫৪.৮৭ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ (254.87 grams of heroin recovered) কৰিবলৈ সক্ষম হয় ৷

উদ্ধাৰ হোৱা হেৰইনখিনিৰ সৈতে নগাঁৱৰ ধিং থানা অন্তৰ্গত পানবাৰী গাঁৱৰ মৃত মইনুল হকৰ পত্নী ছবিনা খাতুন (২৭)ক আটক (Chhabina Khatun detained) কৰিবলৈ সক্ষম হয়৷ ধৃত ছবিনা খাতুনৰ বৰ্তমান ঠিকনা কাৰবি আংলং জিলাৰ অসম-নাগালেণ্ড জিলাৰ লাহৰিজান টিলা বস্তিত বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে নিৰাপেক্ষ সাক্ষীগণৰ উপস্থিতিত এনডিপিএছ এক্টৰ অধীনত সন্দেহযুক্ত হেৰ’ইনখিনি জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: HeroinLOHORIJANলাহৰিজানহেৰইন
Share14Tweet9Send

Related Posts

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
70
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
62
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
ADVERTISEMENT
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

September 25, 2026
50
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

September 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

September 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d