NCERT textbook controversy : চৰম বিতৰ্কৰ মাজতে উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি, অষ্টম শ্ৰেণীৰ কিতাপ নিষিদ্ধ
সমাজ বিজ্ঞানৰ পাঠ্যপুথিত ‘ন্যায়পালিকাৰ দুৰ্নীতি’ বিষয়ক লৈ উত্তপ্ত বিতৰ্কৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ উচ্চতম ন্যায়ালয়ে (Suprem Court) কঠোৰ ব্যৱস্থা (Strict measures) গ্ৰহণ...
















