ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ethanol in Petrol । ১ এপ্ৰিলৰ পৰা পেট্ৰ’লত ২০ শতাংশ ইথানল বাধ্যতামূলক, কিয় এই পদক্ষেপ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 26, 2026
Reading Time: 1 min read
A A
0
২২ অক্টোবৰ পৰা গুৱাহাটীত নাপাব পেট্ৰ’ল, পঢ়ি লওঁক

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

১ এপ্ৰিলৰ পৰা সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত ২০ শতাংশ ইথানল আৰু ন্যূনতম ‘ৰিচাৰ্জ অক্টেন নম্বৰ (আৰ অ’ এন) ৯৫’যুক্ত পেট্ৰ’ল (Petrol) বিক্ৰী কৰাটো বাধ্যতামূলক কৰা হৈছে।

Ethanol in Petrol ।
১ এপ্ৰিলৰ পৰা পেট্ৰ’লত ২০ শতাংশ ইথানল বাধ্যতামূলক, কিয় এই পদক্ষেপ:

কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰি কয়, “তেল কোম্পানীয়ে ব্যুৰো অব ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডে নিৰ্ধাৰণ কৰা মানদণ্ড অনুসৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত ২০ শতাংশ পৰ্যন্ত ইথানলৰ সৈতে মিহলি কৰা মটৰ স্পিৰিট (পেট্ৰ’ল) বিক্ৰী কৰিব লাগিব আৰু ইয়াৰ নূন্যতম আৰ অ’ এন (RON) হ’ব ৯৫।”

কেন্দ্ৰীয় চৰকাৰে বিশেষ পৰিস্থিতিত, নিৰ্দিষ্ট অঞ্চলৰ বাবে আৰু সীমিত সময়ৰ বাবে এই ক্ষেত্ৰত কিছু ৰেহাইৰ অনুমতি দিব পাৰে বুলিও অধিসূচনাত উল্লেখ কৰা হৈছে। ইথানল মাকৈ, কুঁহিয়াৰ বা আন শস্যৰ পৰা তৈয়াৰ কৰা হয়। ই নবীকৰণযোগ্য, থলুৱাভাৱে উৎপাদিত আৰু বিশুদ্ধ পেট্ৰ’লৰ তুলনাত কম প্ৰদূষণকাৰী ইন্ধন বুলি দাবী কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে।

তেল আমদানি হ্ৰাস কৰাৰ উপৰি প্ৰদূষণ হ্ৰাস কৰিবলৈ পেট্ৰ’লত ইথানল মিহলাই দিয়াটো বাধ্যতামূলক কৰা বুলিও অধিসূচনাত উল্লেখ কৰা হৈছে আৰু এনে পদক্ষেপে কৃষকসকলক সহায় কৰে। কাৰণ ই মাকৈ, কুঁহিয়াৰ আৰু কৃষিজাত উদ্বৃত্তৰ চাহিদা বৃদ্ধি কৰে।

নূন্যতম RON95-ৰ ওপৰত গুৰুত্ব দিয়া হৈছে ইঞ্জিনৰ ক্ষতি ৰোধ কৰিবলৈ। আৰ অ’ এন হৈছে ইঞ্জিনত ইন্ধনৰ ন’কিং (প্ৰাক-জ্বলন) প্ৰতিৰোধ ক্ষমতাৰ পৰিমাপ। ইঞ্জিনৰ ভিতৰত ইন্ধন অসমানভাৱে জ্বলিলে অত্যধিক শব্দ, শক্তি হেৰুওৱা আৰু সময়ৰ লগে লগে ইঞ্জিনৰ ক্ষতি হ’লে ন’কিং হয়। আৰ অ’ এন যিমানেই বেছি হ’ব সিমানেই ইন্ধন ‘ন’ক’ কৰিবলৈ প্ৰতিৰোধী হ’ব।

সহজ ভাষাত ক’বলৈ গ’লে অক্টেন হৈছে ইন্ধনৰ ‘চাপৰ অধীনত আত্মনিয়ন্ত্ৰণ’। উচ্চ আৰ অ’ এন মানে উচ্চ সংকোচনৰ অধীনত ইন্ধন সুস্থিৰ হৈ থাকে। ইথানলৰ প্ৰাকৃতিকভাৱে উচ্চ অক্টেন মান প্ৰায় ১০৮। পেট্ৰ’লত ২০ শতাংশ ইথানল মিহলাই দিলে ন’কিং প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

প্ৰদূষণ আৰু তেল আমদানিৰ ব্যয় হ্ৰাস কৰিবলৈ ভাৰতেও আমেৰিকা, ব্ৰাজিলকে ধৰি আন বহু দেশৰ দৰে ২০২২ চনৰ পৰা পেট্ৰ’লত ইথানলৰ অংশ বৃদ্ধিৰ পথত খোজ দিবলৈ আৰম্ভ কৰিছে। এইবাৰ ১০ শতাংশৰ পৰা ২০ শতাংশলৈ বৃদ্ধি কৰা হৈছে। খাদ্য মন্ত্ৰালয়ে দাবী কৰিছে যে ৬০ লাখ টনতকৈ অধিক উদ্বৃত্ত চেনি ইথানল প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হ’ব।

ফলত চেনিৰ মূল্য হ্ৰাস পোৱাৰ আশংকা হ্ৰাস পাব। ১ কোটি ৬৫ লাখ টন শস্য ব্যৱহাৰ হোৱাৰ বাবে কৃষকসকল উপকৃত হ’ব। তদুপৰি ইয়াৰ জৰিয়তে ৪০ হাজাৰ কোটি টকাৰ বিনিয়োগ আৰু বৃহৎ চাকৰিৰ সুযোগ মুকলি হ’ব। তেল আমদানিৰ ব্যয় বছৰি প্ৰায় ৫০ হাজাৰ কোটি টকা হ্ৰাস পাব।

২০২৬-২৭ চনৰ ভিতৰত সম্পূৰ্ণ ই-২০ আনিবলৈ বছৰি প্ৰয়োজন হ’বলগীয়া ১০ বিলিয়ন লিটাৰতকৈ অধিক ইথানলৰ আধাৰ উৎস হ’ব মাকৈ। কিন্তু প্ৰশ্ন উত্থাপন হৈছে, তেল আমদানিৰ খৰচ কমিলেও ইথানল মিহলি কৰা ইন্ধনৰ বাবে ক্ৰেতাই কিয় অধিক মূল্য দিব? কিয় হ্ৰাস নহ’ব তেলৰ দাম? ইয়াৰ কোনো উত্তৰ দিয়া নাই কেন্দ্ৰই। এতিয়া পেট্ৰ’লৰ সৈতে মিহলি কৰা ১০ শতাংশ ইথানল চলি থকা বাহনত ব্যৱহাৰ কৰিব পৰা যাব।

১ এপ্ৰিলৰ দিশে লক্ষ্য ৰাখি পেট্ৰ’লিয়াম মন্ত্ৰালয়ে কয় যে ইতিমধ্যে ই-২০ ইন্ধনৰ বাবে উপযোগী উপাদান থকা নতুন বাহনৰ উৎপাদন আৰম্ভ হৈছে। ২০২৬ চনৰ এপ্ৰিল মাহৰ পৰা সকলো নতুন বাহনৰ ইঞ্জিন ই-২০ ব্যৱহাৰ যোগ্য হ’ব।

Tags: ইথানল বাধ্যতামূলককিয় এই পদক্ষেপ১ এপ্ৰিলৰ পৰা পেট্ৰ'লত ২০ শতাংশ
Share4Tweet3Send

Related Posts

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে
National-International

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

by News Desk
May 11, 2026
50
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক
National-International

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

by News Desk
May 11, 2026
50
CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল
National-International

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

by News Desk
May 11, 2026
50
North-East : উত্তৰ-পূবৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানী, ৪ যুৱকক চিনাক্ত দিল্লী আৰক্ষীৰ
National-International

North-East : উত্তৰ-পূবৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানী, ৪ যুৱকক চিনাক্ত দিল্লী আৰক্ষীৰ

by News Desk
May 11, 2026
50
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
National-International

Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই

by News Desk
May 11, 2026
50
Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ
National-International

Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ

by News Desk
May 11, 2026
50
ADVERTISEMENT
Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে
National-International

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

May 11, 2026
50
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক
National-International

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

May 11, 2026
50
CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল
National-International

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

May 11, 2026
50
Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী
Assam

Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী

May 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

May 11, 2026
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

May 11, 2026
CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

May 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx