ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PM Modi । ডিজিটেল জগতত জনপ্ৰিয়তাৰ শীৰ্ষত প্ৰধানমন্ত্ৰী মোদী, ইনষ্টাগ্ৰামত ১০ কোটি ফ’ল’ৱাৰ থকা বিশ্বৰ প্ৰথম ৰাষ্ট্ৰনেতা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 26, 2026
Reading Time: 1 min read
A A
0
Modi Assam Visit : প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পাছতে অসমসহ ৫ ৰাজ্যত নিৰ্বাচনৰ দিন ঘোষণা, ১৪ মাৰ্চত প্ৰকল্পৰে ভৰা পেকেজলৈ বৰাকত নৰেন্দ্ৰ মোদী

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

ডিজিটেল জগতত তেওঁ অতি জনপ্ৰিয়। কেৱল জনপ্ৰিয় হোৱাই নহয়, এই বিশ্বৰ লগত তেওঁ যে গভীৰভাৱে জড়িত সেই কথা বাৰে বাৰে প্ৰমাণিত হৈছে। এইবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) সেই সকলোবোৰ অভিলেখ অতিক্ৰম কৰিলে।

PM Modi ।
ইনষ্টাগ্ৰামত ১০ কোটি ফ’ল’ৱাৰ থকা বিশ্বৰ প্ৰথম ৰাষ্ট্ৰনেতা:

বৃহস্পতিবাৰে তেওঁ ইনষ্টাগ্ৰামত ১০ কোটি ফ’ল’ৱাৰ লাভ কৰা বিশ্বৰ প্ৰথমজন ৰাষ্ট্ৰনেতা আৰু ৰাজনীতিবিদ হিচাপে পৰিগণিত হয়। ইয়াৰ দ্বাৰা ডিজিটেল জগতত অনন্য বিশ্ব অভিলেখ গঢ়িলে প্ৰধানমন্ত্ৰীয়ে।

২০১৪ চনত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত মোদীয়ে এটা ইনষ্টাগ্ৰাম একাউণ্ট খুলিছিল। তেতিয়াৰে পৰা এই ছ’চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁৰ জনপ্ৰিয়তা যোৱা দশকত অপৰিসীমভাৱে বৃদ্ধি পাইছে। পৰিসংখ্যাই দেখুৱাইছে যে জনপ্ৰিয়তাৰ ক্ষেত্ৰত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক বহু পিছ পেলাই থৈ গৈছে।

বৰ্তমান ট্ৰাম্পৰ অনুগামী ৪ কোটি ৩২ লাখ। কিন্তু মোদীৰ অনুগামীৰ সংখ্যা দুগুণতকৈও অধিক।
ৰাষ্ট্ৰনেতাসকলৰ ভিতৰত মোদী আৰু ট্ৰাম্পৰ পিছত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোধ ছুবিয়ানো এই তালিকাত আছে। তেওঁৰ অনুগামীৰ সংখ্যা ১.৫ কোটি।

তাৰ পিছতে আছে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা দা চিলভা (১৪ কোটি ৪ লাখ), তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইইপ এৰদোগান (১১ কোটি ১৬ লাখ)। আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিয়েলে (৬৪ লাখ)। ইয়াৰ পৰা স্পষ্ট যে দেশতেই হওক বা বিদেশতেই হওক যুৱক-যুৱতীসকলৰ মাজত মোদীৰ জনপ্ৰিয়তা স্পষ্টভাৱে বেছি।

ইনষ্টাগ্ৰামত জনপ্ৰিয়তাৰ ক্ষেত্ৰত দেশৰ ৰাজনৈতিক আৰু হেভিৱেট নেতাকো চেৰ পেলাই থৈ গৈছে মোদীয়ে। ৰাষ্ট্ৰীয় পৰ্যায়ত মোদীৰ পিছত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। তেওঁৰ অনুগামী ১ কোটি ৬১ লাখ। তাৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধী (১ কোটি ২৬ লাখ)।

Tags: ইনষ্টাগ্ৰামত ১০ কোটি ফ’ল’ৱাৰ থকাডিজিটেল জগতত জনপ্ৰিয়তাৰবিশ্বৰ প্ৰথম ৰাষ্ট্ৰনেতাশীৰ্ষত প্ৰধানমন্ত্ৰী মোদী
Share4Tweet3Send

Related Posts

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে
National-International

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

by News Desk
May 11, 2026
50
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক
National-International

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

by News Desk
May 11, 2026
50
CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল
National-International

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

by News Desk
May 11, 2026
50
North-East : উত্তৰ-পূবৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানী, ৪ যুৱকক চিনাক্ত দিল্লী আৰক্ষীৰ
National-International

North-East : উত্তৰ-পূবৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানী, ৪ যুৱকক চিনাক্ত দিল্লী আৰক্ষীৰ

by News Desk
May 11, 2026
50
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
National-International

Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই

by News Desk
May 11, 2026
50
Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ
National-International

Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ

by News Desk
May 11, 2026
50
ADVERTISEMENT
Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে
National-International

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

May 11, 2026
50
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক
National-International

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

May 11, 2026
50
CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল
National-International

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

May 11, 2026
50
Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী
Assam

Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী

May 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

May 11, 2026
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

May 11, 2026
CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

May 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx