Supreme Court of India : সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তিয়ে ধৰ্ম-জাতি-ভাষাৰ ভিত্তিত কোনো বিশেষ সম্প্ৰদায়ক আক্ৰমণ কৰিব নোৱাৰে, উচ্চতম ন্যায়ালয়
সাংবিধানিক পদত অধিষ্ঠিত (Constitutionally established position) হৈ কোনো ব্যক্তিয়ে কোনো বিশেষ সম্প্ৰদায়ক ধৰ্ম (Riligion), জাতি (Caste), ভাষা বা অঞ্চলৰ ভিত্তিত ...








