Kokrajhar : কোকৰাঝাৰত ক্ৰমে ঘূৰি আহিবলৈ ধৰিছে স্বাভাৱিক অৱস্থা, কঠোৰ সতৰ্কতা অৱলম্বন নিৰাপত্তা বাহিনীৰ
কোকৰাঝাৰ (Kokrajhar) জিলাত ক্ৰমে স্বাভাৱিক অৱস্থা পুনৰ ঘূৰি আহিবলৈ ধৰিছে। সাম্প্ৰতিক হিংসাত্মক ঘটনাৰ পিছত নিৰাপত্তা বাহিনীয়ে কঠোৰ সতৰ্কতা অৱলম্বন কৰিছে৷ ...










