JK terrorist attack : জম্মু-কাশ্মীৰৰ অৰণ্যত উদ্ধাৰ সন্ত্ৰাসবাদীৰ গোপন আত্মগোপন স্থান, উদ্ধাৰ লুকুৱাই ৰখা বিস্ফোৰক আৰু খাদ্য
জম্মু-কাশ্মীৰৰ ৰাজৌৰী (Rajouri of Kashmir)ত উদ্ধাৰ হৈছে সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান (Terrorist's hiding place)। এক গোপন সূত্ৰৰ ভিত্তিত নিৰাপত্তাৰক্ষীয়ে বুধবাৰে নিশা ...









