Earthquakes : তুৰস্ক-ছিৰিয়াত ৮ হাজাৰোধিক মৃত্যু, আহতৰ হিচাপ নাই! বিধ্বস্ত দুই দেশত ভাৰতৰ সহায়ৰ হাত
২৭২৪ৰ পৰা প্ৰায় ৮০০০লৈ! শেহতীয়াকৈ তুৰস্ক (Turkey) আৰু ছিৰিয়াত (Syria) সংঘটিত হোৱা ভূমিকম্পত (Earthquake)মৃত্যু হোৱা লোকৰ সংখ্যা এদিনতে দুগুণতকৈও অধিক ...







