Cab Protest : কেব চালকৰ প্ৰতিবাদ সাময়িক স্থগিত, পৰিবহণ বিভাগৰ সৈতে বৈঠকৰ পিছতে সিদ্ধান্ত; ১৭ ছেপ্টেম্বৰলৈ চলিব কেব সেৱা
কেব চালকসকলৰ (Cab protest) সৈতে পৰিবহণ বিভাগৰ আলোচনা সম্পন্ন হোৱাৰ পিছতে সাময়িকভাৱে স্থগিত (Temporarily suspended) ৰখা হৈছে কেব চালকসকলৰ প্ৰতিবাদ। ...







