Bangladesh Political Crisis : লুণ্ঠন কৰা অস্ত্ৰ ঘূৰাই দিয়াৰ বাবে সাত দিনৰ সময় বান্ধি দিলে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে
শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি বাংলাদেশৰ পৰা পলায়ন কৰাৰ এসপ্তাহ পাৰ হৈ গ’ল। আনহাতে, নোবেল বঁটাবিজয়ী মহম্মদ ইউনুছ ...