ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Bangladesh political crisis : প্ৰতিবাদত সেও মানি বাংলাদেশৰ মুখ্য ন্যায়াধীশৰ পদত্যাগ

নিউজ ডেস্কঃ

News Desk by News Desk
August 10, 2024
Reading Time: 1 min read
A A
0
Bangladesh political crisis : প্ৰতিবাদত সেও মানি বাংলাদেশৰ মুখ্য ন্যায়াধীশৰ পদত্যাগ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে

Delhi Blast I  দিল্লী বিস্ফোৰণত জড়িত চাৰি চিকিৎসকৰ অনুজ্ঞাপত্ৰ বাতিল

JK Blast । হঠাতে প্ৰচণ্ড শব্দ, ৩০০ মিটাৰ দূৰৈত ছিটিকি পৰিল শৰীৰৰ অংগ, শ্ৰীনগৰ থানাত কৰুণ পৰিৱেশ

আন্দোলনকাৰীৰ প্ৰতিবাদৰ মাজতে বাংলাদেশৰ মুখ্য ন্যায়াধীশ (Chief Justice of Bangladesh) ওবাইদুল হাছানে পদত্যাগ (Obaidul Hasan resigns) কৰে। শনিবাৰে বিয়লি বাংলাদেশৰ আইন মন্ত্ৰালয়ে এই পদত্যাগ নিশ্চিত কৰে। হাছানে পদত্যাগ কৰাৰ লগে লগে মহম্মদ আছফাকুল ইছলাম (Mohammad Asfaqul Islam) বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ (Interim Government of Bangladesh) ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ (Chief Justice in-charge) হয়।

Dhaka 3 | ASSAM TIMES POST
বাংলাদেশৰ মুখ্য ন্যায়াধীশ ওবাইদুল হাছানৰ পদত্যাগ

বাংলাদেশৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, আজি পুৱা ১০.৩০ বজাৰ পৰা ঢাকাৰ উচ্চতম ন্যায়ালয়ৰ উচ্চ ন্যায়ালয় সংমণ্ডলৰ বৰ্ধিত ভৱনৰ সন্মুখত মুখ্য ন্যায়াধীশ হাছানৰ পদত্যাগৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। শতাধিক প্ৰতিবাদকাৰীয়ে মুখ্য ন্যায়াধীশকে ধৰি আপীল বিভাগৰ ৭জন ন্যায়াধীশৰ পদত্যাগৰ দাবী উত্থাপন কৰে। ফলত প্ৰায় ১.৩০ বজাত মুখ্য ন্যায়াধীশ হাছানে পদত্যাগ কৰে।

জানিব পৰা মতে, হাছানৰ উপৰি আপীল বিভাগৰ পাঁচজন ন্যায়াধীশে আজি পদত্যাগ কৰিব পাৰে। ইয়াৰ পিছত খৰখেদাকৈ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ নাম ঘোষণা কৰা হয়। ইয়াৰ দায়িত্ব দিয়া হৈছে মহম্মদ আছফাকুল ইছলামক। ইয়াৰ পূৰ্বে আছফাকুলে বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ আপীল বিভাগৰ ন্যায়াধীশ হিচাপে কাম কৰিছিল।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: Bangladeshpoliticalcrisisবাংলাদেশৰমুখ্যন্যায়াধীশৰপদত্যাগ
Share4Tweet3Send

Related Posts

টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে
National-International

টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে

by Staff Reporter
November 15, 2025
54
Delhi blast I দিল্লী বিস্ফোৰণক লৈ কেইবাখনো দেশৰ শোক প্ৰকাশ, একতাৰ বাৰ্তা
National-International

Delhi Blast I  দিল্লী বিস্ফোৰণত জড়িত চাৰি চিকিৎসকৰ অনুজ্ঞাপত্ৰ বাতিল

by Staff Reporter
November 15, 2025
53
JK Blast I শ্ৰীনগৰৰ থানাত বিস্ফোৰণ, নিহত ৯
National-International

JK Blast । হঠাতে প্ৰচণ্ড শব্দ, ৩০০ মিটাৰ দূৰৈত ছিটিকি পৰিল শৰীৰৰ অংগ, শ্ৰীনগৰ থানাত কৰুণ পৰিৱেশ

by Staff Reporter
November 15, 2025
51
উপনিৰ্বাচনৰ ফলাফলত ৮ সমষ্টিৰ ভিতৰত বিজেপিৰ জয় ২ আসনত, বিৰোধীৰ হাতত ৬
National-International

উপনিৰ্বাচনৰ ফলাফলত ৮ সমষ্টিৰ ভিতৰত বিজেপিৰ জয় ২ আসনত, বিৰোধীৰ হাতত ৬

by Staff Reporter
November 15, 2025
52
অবিৰতভাৱে ৮ ঘণ্টা বহি কাম কৰিলে বাঢ়িব পাৰে হৃদৰোগৰ আশঙ্কা! দাবী গৱেষণাত
National-International

নিৰ্বাচনত নিজৰ পৰাজয়, দলৰ পতন ডাবল ডিপ্ৰেছনৰ মাজত বিহাৰত হৃদৰোগত আক্ৰান্ত হৈ প্ৰাৰ্থীৰ মৃত্যু

by Staff Reporter
November 15, 2025
51
Nowgam blast I ফৰিদাবাদত জব্দ কৰা এম’নিয়াম নাইট্ৰেট বিস্ফোৰণ, ৯ জনৰ মৃত্যু
National-International

Nowgam blast I ফৰিদাবাদত জব্দ কৰা এম’নিয়াম নাইট্ৰেট বিস্ফোৰণ, ৯ জনৰ মৃত্যু

by Staff Reporter
November 15, 2025
52
ADVERTISEMENT
আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা
KARBI ANGLONG

আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা

November 15, 2025
55
টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে
National-International

টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে

November 15, 2025
54
CM London visit I বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ প্ৰয়াস, মুখ্যমন্ত্ৰী লণ্ডনলৈ ৰাওনা
Assam

CM London visit I বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ প্ৰয়াস, মুখ্যমন্ত্ৰী লণ্ডনলৈ ৰাওনা

November 15, 2025
52
Delhi blast I দিল্লী বিস্ফোৰণক লৈ কেইবাখনো দেশৰ শোক প্ৰকাশ, একতাৰ বাৰ্তা
National-International

Delhi Blast I  দিল্লী বিস্ফোৰণত জড়িত চাৰি চিকিৎসকৰ অনুজ্ঞাপত্ৰ বাতিল

November 15, 2025
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা

আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা

November 15, 2025
টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে

টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে

November 15, 2025
CM London visit I বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ প্ৰয়াস, মুখ্যমন্ত্ৰী লণ্ডনলৈ ৰাওনা

CM London visit I বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ প্ৰয়াস, মুখ্যমন্ত্ৰী লণ্ডনলৈ ৰাওনা

November 15, 2025

Categories

accident (1) ALL NEWS (17410) Artificial Intelligence (3) Assam (13842) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2051) Health & Fitness (631) Jobs & Career (7) KARBI ANGLONG (3492) Lifestyle (24) literature (16) National-International (10879) NORTHEAST (880) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d