ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Bangladesh political crisis I দেশ এৰিব বিচৰা হিন্দু বাংলাদেশী শৰণাৰ্থীক আশ্ৰয় দিয়াৰ দাবী বংগ বিজেপিৰ, অস্বীকাৰ দিল্লীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 10, 2024
Reading Time: 1 min read
A A
0
Bangladesh political crisis I দেশ এৰিব বিচৰা হিন্দু বাংলাদেশী শৰণাৰ্থীক আশ্ৰয় দিয়াৰ দাবী বংগ বিজেপিৰ, অস্বীকাৰ দিল্লীৰ

RELATED POSTS

Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প

Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ

Online shopping : ভুৱা লেবেল লগাই ম্যাদ উকলা খাদ্য বিক্ৰী, আমাজন, ইনষ্টামাৰ্টৰ পৰা জব্দ প্ৰায় ৩ কোটিৰ খাদ্য সামগ্ৰী

New Logo Smal | ASSAM TIMES POST

সীমান্তত প্ৰতিদিনে বৃদ্ধি পাইছে দেশ এৰিব বিচৰা বাংলাদেশীৰ সংখ্যা। কিন্তু তেনে পৰিৱেশত শৰণাৰ্থীৰ বাবে সীমান্তৰ দুৱাৰ মুকলি কৰিবলৈ অনিচ্ছুক নৰেন্দ্ৰ মোডী চৰকাৰ। আনহাতে, বংগৰ বিজেপি (Bengal BJP) নেতৃত্বই বাংলাদেশত ক্ষতিগ্ৰস্ত হিন্দু (Hindus affected in Bangladesh) শৰণাৰ্থীসকলৰ বাবে ভাৰতত আশ্ৰয় প্ৰদান কৰাটো বিচাৰিছে (Seeks shelter in India)। কিন্তু এই মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰে এনে কোনো পদক্ষেপ ল’বলৈ অনিচ্ছুক, যিয়ে প্ৰথম অৱস্থাতে নতুন চৰকাৰৰ সৈতে সম্পৰ্ক তিক্ত কৰি তুলিব।

দেশ এৰিব বিচৰা হিন্দু বাংলাদেশী শৰণাৰ্থীক আশ্ৰয় দিয়াৰ দাবী বংগ বিজেপিৰ, অস্বীকাৰ দিল্লীৰ

উল্লেখযোগ্য যে বংগৰ বিৰোধী নেতা শুভেন্দু অধিকাৰীয়ে দাবী কৰে যে এই অশান্তিৰ ফলত এক কোটি শৰণাৰ্থীয়ে দেশ বিশেষকৈ পশ্চিমবংগলৈ পলায়ন কৰিব পাৰে। বিজেপি নেতাসকলৰ মতে এই শৰণাৰ্থীসকলৰ অধিকাংশই হিন্দু। বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সৌমিক ভট্টাচাৰ্যয়ো বাংলাদেশৰ নিপীড়িত হিন্দুৰ পক্ষত মানৱীয় দৃষ্টিৰে থিয় হোৱাৰ কথা কৈছে। বিজেপিৰ ৰাজ্যিক নেতৃত্বই কয় যে যদি কোনো হিন্দু ধৰ্মীয় নিৰ্যাতনৰ বাবে বাংলাদেশ এৰি ভাৰত, বিশেষকৈ পশ্চিমবংগলৈ আহিবলৈ বাধ্য হয়, তেন্তে নাগৰিকত্ব সংশোধনী আইনৰ (CAA) দ্বাৰা তেওঁলোকক নাগৰিকত্ব প্ৰদানৰ কথা বিবেচনা কৰা হ’ব।

কিন্তু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, “যিকোনো চৰকাৰৰ নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাটো দায়িত্ব। এই ক্ষেত্ৰতো প্ৰথমে বাংলাদেশ চৰকাৰৰ দায়িত্ব হ’ব দেশৰ আইন-শৃংখলাৰ পৰিস্থিতি নিয়ন্ত্ৰণ আৰু শৰণাৰ্থীসকলৰ মনত আস্থা ঘূৰাই অনা। কাৰণ ই একাধিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। উদাহৰণস্বৰূপে, সীমান্ত মুকলি কৰিলে পশ্চিমবংগৰ ওপৰত জনসংখ্যাৰ বিশাল চাপ বৃদ্ধি পাব।

অনাগত দিনত কেন্দ্ৰ আৰু ৰাজ্যসমূহে এই শৰণাৰ্থীসকলৰ পুনৰ সংস্থাপনৰ দায়িত্ব ল’ব লাগিব। সীমান্ত মুকলি হ’লে হিন্দুৰ উপৰি ৰাজনৈতিক কাৰণত অত্যাচাৰৰ সন্মুখীন হোৱা আৱামী লীগৰ মুছলমান নেতা-কৰ্মীসকলো ভাৰতলৈ প্ৰব্ৰজন কৰাৰ সম্ভাৱনা আছে। সেয়াও ভাৰতৰ বাবে বাঞ্ছনীয় নহয়। কাৰণ ইয়াৰ ফলত নতুনকৈ সীমান্ত অঞ্চলত জনসংখ্যাৰ ভাৰসাম্য বিঘ্নিত হ’ব পাৰে।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Bangladeshpoliticalcrisisবাংলাদেশীহিন্দু
Share5Tweet3Send

Related Posts

Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প
National-International

by News Desk
September 9, 2026
50
Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ
National-International

Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ

by News Desk
September 9, 2026
50
Online shopping : ভুৱা লেবেল লগাই ম্যাদ উকলা খাদ্য বিক্ৰী, আমাজন, ইনষ্টামাৰ্টৰ পৰা জব্দ প্ৰায় ৩ কোটিৰ খাদ্য সামগ্ৰী
National-International

Online shopping : ভুৱা লেবেল লগাই ম্যাদ উকলা খাদ্য বিক্ৰী, আমাজন, ইনষ্টামাৰ্টৰ পৰা জব্দ প্ৰায় ৩ কোটিৰ খাদ্য সামগ্ৰী

by News Desk
September 9, 2026
50
Body recovered : বাসগৃহৰ পৰা উদ্ধাৰ দিল্লীৰ প্ৰাক্তন মুখ্য সচিবৰ মৃতদেহ, আত্মহত্যাৰ সন্দেহ

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
51
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

ADVERTISEMENT
Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ
DIPHU

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

September 9, 2026
50
Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প
National-International

Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প

September 9, 2026
50
Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ
National-International

Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ

September 9, 2026
50
Online shopping : ভুৱা লেবেল লগাই ম্যাদ উকলা খাদ্য বিক্ৰী, আমাজন, ইনষ্টামাৰ্টৰ পৰা জব্দ প্ৰায় ৩ কোটিৰ খাদ্য সামগ্ৰী
National-International

Online shopping : ভুৱা লেবেল লগাই ম্যাদ উকলা খাদ্য বিক্ৰী, আমাজন, ইনষ্টামাৰ্টৰ পৰা জব্দ প্ৰায় ৩ কোটিৰ খাদ্য সামগ্ৰী

September 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

September 9, 2026
Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প

Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প

September 9, 2026
Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ

Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ

September 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d