ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Bangladesh Political Crisis : লুণ্ঠন কৰা অস্ত্ৰ ঘূৰাই দিয়াৰ বাবে সাত দিনৰ সময় বান্ধি দিলে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে

নিউজ ডেস্কঃ

News Desk by News Desk
August 12, 2024
Reading Time: 1 min read
A A
0
Bangladesh Political Crisis : লুণ্ঠন কৰা অস্ত্ৰ ঘূৰাই দিয়াৰ বাবে সাত দিনৰ সময় বান্ধি দিলে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Online fraud : ৱাটছএপত বিয়াৰ কাৰ্ডৰ লিংক, অবাঞ্চিত নিমন্ত্ৰণ গ্ৰহণ কৰিবলৈ গৈ একাউণ্ট খালী

US Iran tension : ইৰাণত তেলৰ লেনদেনৰ বাবে শাস্তি, ১৪ জাহাজত নিষেধাজ্ঞা আমেৰিকাৰ

Supreme Court of India I ইচ্ছাৰ বিৰুদ্ধে সন্তান জন্ম দিবলৈ বাধ্য কৰিব নোৱাৰিব, ৩০ সপ্তাহত গৰ্ভপাতৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি বাংলাদেশৰ পৰা পলায়ন কৰাৰ এসপ্তাহ পাৰ হৈ গ’ল। আনহাতে, নোবেল বঁটাবিজয়ী মহম্মদ ইউনুছ (Mohammad Yunus)ৰ নেতৃত্ব বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰ (Interim Government in Bangladesh) গঠন কৰা হৈছে। ইয়াৰ পিছতো ভাৰতৰ চুবুৰীয়া দেশখনত শান্তি সম্পূৰ্ণৰূপে ঘূৰি অহা নাই। দেশখনৰ সংবাদ মাধ্যমত মাজে মাজে বিভিন্ন অঞ্চলত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ আহি আছে।

আনহাতে, দুষ্কৃতিকাৰীয়ে লুণ্ঠন (Miscreants loot) কৰিছে চৰকাৰী অস্ত্ৰ-শস্ত্ৰ (Government weapons)। ইয়াৰ পিছতে কঁপনি উঠিছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ। যাৰবাবে লুণ্ঠন কৰা সকলো অস্ত্ৰ ঘূৰাই দিয়াৰ নিৰ্দিষ্ট সময়সীমা বান্ধি দিছে (Specified timeline for return of arms)।

Bang 1 | ASSAM TIMES POST
লুণ্ঠন কৰা অস্ত্ৰ ঘূৰাই দিয়াৰ বাবে সাত দিনৰ সময় বান্ধি দিলে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে

গৃহ পৰিক্ৰমা বিভাগৰ উপদেষ্টা ব্ৰিগেডিয়াৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) এম ছেখাৱত হোছেইনে কয়, “আমি ১৯ আগষ্টৰ ভিতৰত সকলো অস্ত্ৰ-শস্ত্ৰ থানাত জমা দিবলৈ আহ্বান (Urges to submit all weapons to police stations by August 19) জনাইছোঁ।”

উল্লেখ্য, বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ ফলত বাংলাদেশত ৰাজনৈতিক পৰিৱৰ্তন ঘটে। প্ৰধানমন্ত্ৰীৰ পদত্যাগ কৰিবলৈ বাধ্য হয় হাছিনা। আনহাতে, বাংলাদেশৰ সংসদ ভংগ কৰা হৈছে। ইফালে হাছিনাই বাংলাদেশ এৰি যোৱাৰ পিছৰে পৰা বিভিন্ন ঠাইত অশান্তিৰ জুই জ্বলি উঠে। লুটপাত, লণ্ডভণ্ড, মাৰপিট, হত্যা সকলো সংঘটিত হয়। বিভিন্ন থানা আৰু অস্ত্ৰ ভাণ্ডাৰত লুটপাত চলে। যিমানে পাৰে সিমানে অস্ত্ৰ হাতত তুলি লয়। এতিয়া সেই লুণ্ঠন কৰা অস্ত্ৰবোৰ অন্তৱৰ্তীকালীন চৰকাৰৰ বাবে মূৰৰ কামোৰ হৈ পৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: BangladeshGovernmentweaponsBangladeshpoliticalcrisisবাংলাদেশবাংলাদেশচৰকাৰীঅস্ত্ৰ-শস্ত্ৰ
Share5Tweet3Send

Related Posts

Online fraud : ৱাটছএপত বিয়াৰ কাৰ্ডৰ লিংক, অবাঞ্চিত নিমন্ত্ৰণ গ্ৰহণ কৰিবলৈ গৈ একাউণ্ট খালী
National-International

Online fraud : ৱাটছএপত বিয়াৰ কাৰ্ডৰ লিংক, অবাঞ্চিত নিমন্ত্ৰণ গ্ৰহণ কৰিবলৈ গৈ একাউণ্ট খালী

by News Desk
February 7, 2026
53
US Iran tension : ইৰাণত তেলৰ লেনদেনৰ বাবে শাস্তি, ১৪ জাহাজত নিষেধাজ্ঞা আমেৰিকাৰ
National-International

US Iran tension : ইৰাণত তেলৰ লেনদেনৰ বাবে শাস্তি, ১৪ জাহাজত নিষেধাজ্ঞা আমেৰিকাৰ

by News Desk
February 7, 2026
54
Supreme Court challenging the automatic disqualification of a MP or MLA:
National-International

Supreme Court of India I ইচ্ছাৰ বিৰুদ্ধে সন্তান জন্ম দিবলৈ বাধ্য কৰিব নোৱাৰিব, ৩০ সপ্তাহত গৰ্ভপাতৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

by Staff Reporter
February 7, 2026
50
Assam Crime Records I চলিত বছৰত সাত মাহত অসমত ৫ শতাধিক হত্যাকাণ্ড
National-International

Delhi crime । বছৰৰ প্ৰথম মাহটোত ৰাজধানীত ৫ শতাধিক মহিলা নিৰুদ্দেশৰ তথ্য নস্যাৎ দিল্লী আৰক্ষীৰ

by Staff Reporter
February 7, 2026
50
Polluted city of India I জানুৱাৰী মাহত দেশৰ আটাইতকৈ প্ৰদূষিত চহৰ কোনখন, তালিকা প্ৰকাশ
National-International

Polluted city of India I জানুৱাৰী মাহত দেশৰ আটাইতকৈ প্ৰদূষিত চহৰ কোনখন, তালিকা প্ৰকাশ

by Staff Reporter
February 7, 2026
51
Pakistan Blast I পাকিস্তানৰ মছজিদত আত্মঘাতী বিস্ফোৰণত ভাৰতলৈ আঙুলি পাক মন্ত্ৰীৰ
National-International

Pakistan Blast I পাকিস্তানৰ মছজিদত আত্মঘাতী বিস্ফোৰণত ভাৰতলৈ আঙুলি পাক মন্ত্ৰীৰ

by Staff Reporter
February 7, 2026
50
ADVERTISEMENT
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
KARBI ANGLONG

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

February 8, 2026
54
Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২
 কাৰ্বি আংলঙ

Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

February 8, 2026
53
বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:
Assam

বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:

February 8, 2026
54
ৰাজ্যজুৰি গুণমুগ্ধক শোকসাগৰত পেলাই মহাপ্ৰয়াণ অসমৰ নাট্য কাব্য জগতৰ মহীৰূহ ৰফিকুল হোছেইনৰ: বোকাখাতত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন ৰফিকুল হোছেইনলৈ:

Assam Times Post is an Online Assamese and English News Portal from Assam.

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

February 8, 2026
Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

February 8, 2026
বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:

বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:

February 8, 2026

Categories

ALL NEWS (17416) Artificial Intelligence (3) Assam (13922) BREAKING NEWS (6492) Business (34) crime (26) cultural (5) Digital Transformation (3) DIPHU (4) Economy (101) Editorial (17) EDUCATION AND TECHNOLOGY (103) election (4) Entertainment (768) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2064) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3547) Lifestyle (24) literature (16) Music (1) National-International (11472) NORTHEAST (895) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (2) Social Media (2) Sports News (507) Stories (16) Tech (14) Technology (3) Travel (6) Uncategorized (15) Video News (90)  কাৰ্বি আংলঙ (11) আসাম (2)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d