Arawali controversy : আৰাৱলীৰ এক ইঞ্চি মাটিতো খনন চলাব নোৱাৰিব, বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনলৈ অপেক্ষা কৰিবলৈ দি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন বিশ্লেষণ নোহোৱালৈকে আৰৱালী পৰ্বতৰ (Aravali Mountains) এক ইঞ্চি মাটিতো কোনো ধৰণৰ খনন কামৰ (Excavation work) অনুমতি দিয়া ...







