ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Arawali controversy : আৰাৱলীৰ এক ইঞ্চি মাটিতো খনন চলাব নোৱাৰিব, বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনলৈ অপেক্ষা কৰিবলৈ দি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

News Desk by News Desk
May 16, 2026
Reading Time: 1 min read
A A
0
Arawali controversy : আৰাৱলীৰ এক ইঞ্চি মাটিতো খনন চলাব নোৱাৰিব, বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনলৈ অপেক্ষা কৰিবলৈ দি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Prostitution : উত্তৰাখণ্ডৰ ডেৰাডুনত শিশু বিদ্যালয়ত ব্যাপকভাৱে বেশ্যাবৃত্তি

Captagon seized : দেশত প্ৰথমবাৰৰ বাবে বৃহৎ পৰিমাণৰ ‘জেহাদী ড্ৰাগছ’ জব্দ

‎Meales : সৰু আইত আক্ৰান্ত হৈ দুমাহত ৪৫১ শিশুৰ মৃত্যু : বাংলাদেশত আতংক

বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন বিশ্লেষণ নোহোৱালৈকে আৰৱালী পৰ্বতৰ (Aravali Mountains) এক ইঞ্চি মাটিতো কোনো ধৰণৰ খনন কামৰ (Excavation work) অনুমতি দিয়া নহ’ব। শনিবাৰে উচ্চতম ন্যায়ালয়ে (Supreme Court) এই নিৰ্দেশ দিছে। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচিৰ বিচাৰপীঠে কয়, “আদালতত নিযুক্তি দিয়া বিশেষজ্ঞ সমিতিখনে পৰিৱেশৰ প্ৰতি সংবেদনশীল আৰাৱলী পৰ্বতৰ নতুন সংজ্ঞা দাখিল নকৰালৈকে তাত কোনো ধৰণৰ খননৰ অনুমতি দিয়া নহ’ব।”

পাঁচ মাহ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত গঠন হোৱা বিশেষজ্ঞ সমিতিখনে আৰাৱলীৰ নতুন সংজ্ঞা নিৰ্ধাৰণৰ কাম কৰি আছে বুলি উল্লেখ কৰি শনিবাৰে শুনানিৰ সময়ত মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “আৰাৱলীৰ নতুন সংজ্ঞাত আদালত সন্তুষ্ট নোহোৱালৈকে এক ইঞ্চিও খননৰ অনুমতি দিয়া নহ’ব।” লগতে তেওঁৰ উল্লেখযোগ্য মন্তব্য, “শক্তিশালী খনন লবীৰ বাবেই সকলো সমস্যা আৰম্ভ হৈছে। আমাৰ স্থিতি অতি স্পষ্ট। আৰাৱলীৰ পৰিৱেশ সুৰক্ষিত কৰক।” শনিবাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক আদৰণি জনাইছে পৰিৱেশ সংগঠনসমূহে। উল্লেখযোগ্য যে ২০২৫ চনৰ আৰম্ভণিতে কেন্দ্ৰই এটা সংজ্ঞা নিৰ্ধাৰণ কৰিছিল যে আৰাৱলী পৰ্বতৰ কোনটো অংশক ‘আৰাৱলী পৰ্বত’ বুলি গণ্য কৰা হ’ব। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ে প্ৰস্তাৱ কৰা সংজ্ঞাটো আছিল যে চাৰিওফালৰ অঞ্চলতকৈ ১০০ মিটাৰ বা তাতকৈ অধিক উচ্চতাত থকা মাটিহে আৰাৱলী পৰ্বত বুলি গণ্য কৰা হ’ব। কিন্তু উচ্চতম ন্যায়ালয়ৰ অনুমোদন সাপেক্ষে গঠন কৰা এখন বিশেষজ্ঞ সমিতিয়ে এই বিষয়ত মতানৈক্য প্ৰকাশ কৰে।

aa | ASSAM TIMES POST
আৰাৱলীৰ এক ইঞ্চি মাটিতো খনন চলাব নোৱাৰিব, বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনলৈ অপেক্ষা কৰিবলৈ দি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

ইয়াৰ পিছত যোৱা বছৰৰ ২০ নৱেম্বৰত তদানীন্তন মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কেন্দ্ৰই নিৰ্ধাৰণ কৰা ‘সংজ্ঞা’ৰ ওপৰত ছীল মাৰিছিল। পৰিৱেশ আৰু বন্যপ্ৰাণী বিশেষজ্ঞৰ এটা অংশই উচ্চতম ন্যায়ালয়ৰ ৰায়ক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁলোকে অভিযোগ কৰে যে এই ৰায়দানৰ ফলত ইমান দিনে আৰাৱলীৰ পৰ্বত বুলি গণ্য কৰা ৯০ শতাংশ মাটি আৰু পৰিৱেশ সুৰক্ষা আইনৰ অধীনত সুৰক্ষিত নহ’ব। ১২ হাজাৰৰো অধিক পৰ্বতৰ ভিতৰত মাত্ৰ হাজাৰটাইহে আদালতৰ চৰ্ত পূৰণ কৰিব পাৰিব। ফলত ৰাজস্থান, গুজৰাট, হাৰিয়ানা, দিল্লী আদি অঞ্চলত বিস্তৃত হৈ বাকী থকা সকলো অঞ্চলত নিৰ্বিবাদে খনন কৰি প্ৰাকৃতিক সম্পদ উলিয়াব পৰা যাব। পৰ্যটন আৰু অন্যান্য ব্যৱসায়িক উদ্দেশ্যত নিৰ্মাণ কৰিব পাৰিব।

উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছতে আৰাৱলী ৰেঞ্জ সংৰক্ষণৰ দাবীত ৰাজস্থান আৰু হাৰিয়ানাৰ বিভিন্ন প্ৰান্তত পৰিৱেশবিদ আৰু স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। এক প্ৰতিবেদনত দাবী কৰা হৈছে যে বিগত ৭ বছৰত ৰাজস্থানত ৭১ হাজাৰৰো অধিক অবৈধ খনন কাণ্ড চিনাক্ত কৰা হৈছে। ইয়াৰে অধিকাংশই আৰাৱলীৰ গাতে লাগি থকা জিলাকেইখনত৷ এই পৰিস্থিতিত যোৱা বছৰৰ ২৭ ডিচেম্বৰত এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে স্বতঃপ্ৰণোদিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিছিল। ২৯ ডিচেম্বৰত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত এখন বিচাৰপীঠে এই সন্দৰ্ভত পূৰ্বৰ ৰায়দান এতিয়া প্ৰযোজ্য নহয় বুলি কয়। উচ্চতম ন্যায়ালয়েও অন্তৱৰ্তীকালীন আদেশত কয় যে এই সন্দৰ্ভত স্পষ্ট ব্যাখ্যাৰ প্ৰয়োজন। মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্য ভাটি আৰু ‘আদালত বন্ধু’ (amicus curae) পৰমেশ্বৰক কেইবাজনো পৰিৱেশবিদ আৰু বিজ্ঞানীৰ নাম পৰামৰ্শ দিবলৈ নিৰ্দেশ দিয়ে। লক্ষ্য আছিল আৰাৱলীৰ পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্য অক্ষত ৰখা, যাতে খননৰ বাবে বিশেষজ্ঞ নিৰীক্ষণ সংস্থা গঠন কৰিব পৰা যায়। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু তত্ত্বাৱধানত কমিটীখনে কাম কৰিব বুলি মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে জানিবলৈ দিয়ে।

Tags: Arawalicontroversy
Share4Tweet3Send

Related Posts

Prostitution : উত্তৰাখণ্ডৰ ডেৰাডুনত শিশু বিদ্যালয়ত ব্যাপকভাৱে বেশ্যাবৃত্তি
National-International

Prostitution : উত্তৰাখণ্ডৰ ডেৰাডুনত শিশু বিদ্যালয়ত ব্যাপকভাৱে বেশ্যাবৃত্তি

by News Desk
May 16, 2026
50
Captagon seized : দেশত প্ৰথমবাৰৰ বাবে বৃহৎ পৰিমাণৰ ‘জেহাদী ড্ৰাগছ’ জব্দ
National-International

Captagon seized : দেশত প্ৰথমবাৰৰ বাবে বৃহৎ পৰিমাণৰ ‘জেহাদী ড্ৰাগছ’ জব্দ

by News Desk
May 16, 2026
50
‎Meales : সৰু আইত আক্ৰান্ত হৈ দুমাহত ৪৫১ শিশুৰ মৃত্যু : বাংলাদেশত আতংক
National-International

‎Meales : সৰু আইত আক্ৰান্ত হৈ দুমাহত ৪৫১ শিশুৰ মৃত্যু : বাংলাদেশত আতংক

by News Desk
May 16, 2026
50
India Pakistan clash : মানচিত্ৰত থাকিব বিচাৰে নে ইতিহাসত থাকিব বিচাৰে? সন্ত্ৰাসবাদৰ সমৰ্থনক লৈ পাকিস্তানক সকীয়নি ভাৰতৰ
National-International

India Pakistan clash : মানচিত্ৰত থাকিব বিচাৰে নে ইতিহাসত থাকিব বিচাৰে? সন্ত্ৰাসবাদৰ সমৰ্থনক লৈ পাকিস্তানক সকীয়নি ভাৰতৰ

by News Desk
May 16, 2026
50
হাৰিয়ানাৰ আম্বালাৰ বালানা গাঁৱত সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনাঃ একেটা পৰিয়ালৰ ৬ সদস্যৰ আত্মহত্যা-
National-International

NEET Student suicided I ৰাজস্থানত উদ্ধাৰ নীট ছাত্ৰৰ মৃতদেহ, পৰীক্ষা বাতিলৰ পিছত মানসিকভাৱে বিধ্বস্ত হৈছিল

by Staff Reporter
May 16, 2026
50
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

NEET paper leak । ঘৰত গোপনে কোচিং, হাতেৰে লিখা প্ৰশ্নকাকত বিতৰণ; নীট কেলেংকাৰীৰ ‘মাষ্টাৰমাইণ্ড’ প্ৰাক্তন অধ্যাপক

by Staff Reporter
May 16, 2026
50
ADVERTISEMENT
Prostitution : উত্তৰাখণ্ডৰ ডেৰাডুনত শিশু বিদ্যালয়ত ব্যাপকভাৱে বেশ্যাবৃত্তি
National-International

Prostitution : উত্তৰাখণ্ডৰ ডেৰাডুনত শিশু বিদ্যালয়ত ব্যাপকভাৱে বেশ্যাবৃত্তি

May 16, 2026
50
Captagon seized : দেশত প্ৰথমবাৰৰ বাবে বৃহৎ পৰিমাণৰ ‘জেহাদী ড্ৰাগছ’ জব্দ
National-International

Captagon seized : দেশত প্ৰথমবাৰৰ বাবে বৃহৎ পৰিমাণৰ ‘জেহাদী ড্ৰাগছ’ জব্দ

May 16, 2026
50
‎Meales : সৰু আইত আক্ৰান্ত হৈ দুমাহত ৪৫১ শিশুৰ মৃত্যু : বাংলাদেশত আতংক
National-International

‎Meales : সৰু আইত আক্ৰান্ত হৈ দুমাহত ৪৫১ শিশুৰ মৃত্যু : বাংলাদেশত আতংক

May 16, 2026
50
Arawali controversy : আৰাৱলীৰ এক ইঞ্চি মাটিতো খনন চলাব নোৱাৰিব, বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনলৈ অপেক্ষা কৰিবলৈ দি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
National-International

Arawali controversy : আৰাৱলীৰ এক ইঞ্চি মাটিতো খনন চলাব নোৱাৰিব, বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনলৈ অপেক্ষা কৰিবলৈ দি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

May 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Prostitution : উত্তৰাখণ্ডৰ ডেৰাডুনত শিশু বিদ্যালয়ত ব্যাপকভাৱে বেশ্যাবৃত্তি

Prostitution : উত্তৰাখণ্ডৰ ডেৰাডুনত শিশু বিদ্যালয়ত ব্যাপকভাৱে বেশ্যাবৃত্তি

May 16, 2026
Captagon seized : দেশত প্ৰথমবাৰৰ বাবে বৃহৎ পৰিমাণৰ ‘জেহাদী ড্ৰাগছ’ জব্দ

Captagon seized : দেশত প্ৰথমবাৰৰ বাবে বৃহৎ পৰিমাণৰ ‘জেহাদী ড্ৰাগছ’ জব্দ

May 16, 2026
‎Meales : সৰু আইত আক্ৰান্ত হৈ দুমাহত ৪৫১ শিশুৰ মৃত্যু : বাংলাদেশত আতংক

‎Meales : সৰু আইত আক্ৰান্ত হৈ দুমাহত ৪৫১ শিশুৰ মৃত্যু : বাংলাদেশত আতংক

May 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx