Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা
সুদীৰ্ঘ প্ৰায় আঠ বছৰৰ অন্তত সমগ্ৰ দেশ জোকাৰি যোৱা অভি- নীলৰ হত্যাকাণ্ড (Abhi-Neel Murder)ৰ আজি নগাঁৱৰ আদালতে (Nagaon Court) চুড়ান্ত ...








