Tipu Sultan Controversy I টিপু চুলতানক কোনে হত্যা কৰিছিল? কৰ্ণাটকত নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ নতুন দাবীক কেন্দ্ৰ কৰি বিতৰ্ক
শ্ৰীৰঙ্গপট্টমৰ (Srirangapatnam) যুদ্ধত ব্ৰিটিছ সেনাপতি কৰ্ণৱালিছৰ বাহিনী বা উৰি গৌড়া আৰু নাঞ্জে গৌড়া নামৰ দুটা ‘কাল্পনিক’ চৰিত্ৰ। এইবাৰ ১৮ শতিকাৰ ...