Operation Sindoor I অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানে জম্মু-কাশ্মীৰত ৫০ সন্ত্ৰাসবাদী অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল, বি এছ এফে কৰে বিফল
‘অপাৰেচন সিন্দুৰ’ৰ (Operation Sindoor) লগে লগে পাকিস্তানে জম্মু-কাশ্মীৰৰ চাম্বা ছেক্টৰৰ জৰিয়তে ভাৰতত ৫০টা সন্ত্ৰাসবাদীক অনুপ্ৰৱেশ কৰাবলৈ চেষ্টা কৰে। সংবাদ সংস্থা ...







