ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সদৌ অসম লেখিকা সমাৰোহ সমিতি ডিফু শাখাৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ASSAM TIMES POST by ASSAM TIMES POST
November 30, 2019
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

ডিফুঃ সদৌ অসম লেখিকা সমাৰোহ সমিতি ডিফু শাখা সমিতিয়ে জ্ঞানপীঠ বঁটা বিজয়িনী ডক্টৰ মামনি ৰয়ছম গোস্বামীৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি ২৯ আৰু ৩০ নৱেম্বৰ দুদিনীয়া কাৰ্যসূচীলৈ ডিফুৰ ডক্টৰ মামনি ৰয়ছম গোস্বামী ভৱনত ইয়াৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱসটি অনুষ্ঠিত কৰিছে ৷ কাৰ্য ক্ৰমণিকা অনুসৰি ২৯ নৱেম্বৰ পুৱাৰ ভাগত ডক্টৰ মামনি ৰয়ছম গোস্বামীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী আৰু মাল্যাৰ্পণ ৷ ৩০ নৱেম্বৰত পুৱা পতাকা উত্তোলন কৰে ডিফু লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ৰীণা দেৱে, স্মৃতি তৰ্পণ কৰে উপদেষ্টা প্ৰেমদা দত্তই ৷ দিনৰ ১১ বজাত মহিলা সকলৰ মাজত আমোদজনক প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় ৷

WhatsApp Image 2019 11 30 at 4.10.34 AM | ASSAM TIMES POST

বিয়লি ডিফু লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ৰীণা দেৱৰ পৌৰিহিত্যত মুকলি সভা অনুষ্ঠিত হৈ যায় ৷ মুকলি সভাখনৰ উদ্দেশ্য বাখ্যা কৰে ডিফু লেখিকা সমাৰোহ সমিতৰ সম্পাদিকা কামিনী বড়োয়ে ৷ মুকলি সভাত বিশিষ্ট বক্তা হিছাপে ডিফু ৰেংবংহম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মঞ্জু হাজৰিকা আৰু নিৰ্দিষ্ট বক্তা হিছাপে ডিফুৰ বিশিষ্ট সাহিত্যিক জয়ছিং টকবীয়ে বহুমূলীয়া ভাষণ প্ৰদান কৰি সুধী বৃন্দক আকৰ্ষিত কৰে ৷ ইয়াৰোপৰি ডিফু লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা প্ৰেমলা দত্তই সাংবাদিকৰে সৈতে হোৱা সাক্ষাৎকাৰত কয় যে, ডিফু লেখিকা সমাৰোহ সমিতি ইয়াৰ গৌৰৱোজ্জল ৩৩ টা বছৰ সফলতাৰে অতিক্ৰম কৰিছে ৷

পৰ্যায়ক্ৰমে আৰু ধাৰাবহিক ভাবে বিভিন্ন আলোচনা চক্ৰ আৰু দ্বি বাৰ্ষিক আলোচনী ‘মাণ্ডুলী’ও নিয়মীয়াকৈ প্ৰকাশ কৰি আহিছে ৷ আনহাতে ডিফু লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন বিষয় ববীয়া গীতা বৰাই সাংবাদিকক সম্বোধন কৰি কয় যে, বিভিন্ন ভাষা আৰু জনগোষ্ঠীৰ মাজত সমন্বয় আৰু উন্নতি কল্পে ১৯৮৬ চনত ডিফু লেখিকা সমাৰোহ সমিতিৰ জন্ম হৈ আজি সফলতাৰে ৩৩ বছৰ গৰকিলে ৷ এই সমিতিয়ে মহিলা সকলৰ মানসিক উৎকৰ্ষ সাধন কৰিবলৈ নানা কাম কৰি মহিলা সকলৰ মাজৰ পৰা সু লেখিকা নাচনী, শিপিনী, গায়িকা আদি সৃষ্টি কৰিবলৈ সক্ষম হৈছে ৷ ডিফু লেখিকা সমাৰোহ সমিতি এটি অবিচ্ছিন্ন পৰিয়ালৰ দৰে তিষ্টি আছে, এই মঞ্চৰ পৰা কোনো এৰি যোৱা নাই, সমিতিয়ে নিৰ্দিষ্ট সময়ত ইয়াৰ আলোচনা চক্ৰ আৰু পৰ্যালোচনা সমূহ অনুষ্ঠিত কৰাৰ লগতে ৺ৰশ্মী ক্ৰপী বঁটা সুকলমে বিতৰণ কৰি সমিতিৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে ৷

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

by Staff Reporter
June 28, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
ADVERTISEMENT
Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ
National-International

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

June 29, 2026
50
Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫
National-International

Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫

June 29, 2026
50
Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ
National-International

Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ

June 29, 2026
50
IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত
National-International

IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত

June 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

June 29, 2026
Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫

Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫

June 29, 2026
Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ

Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx