ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

আকাশত পাখী মেলি উৰিছে মৃত চৰাই! আমেৰিকাৰ এখন চহৰত অবিশ্বাস্য পৰিঘটনা

নিউজ ডেস্কঃ

News Desk by News Desk
April 14, 2023
Reading Time: 1 min read
A A
0
আকাশত পাখী মেলি উৰিছে মৃত চৰাই! আমেৰিকাৰ এখন চহৰত অবিশ্বাস্য পৰিঘটনা

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত

Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

আকাশত চৰাইৰ জাক (flock of birds in the sky) উৰি আছে। কিন্তু সেইবোৰৰ কোনোৱেই জীৱিত নহয়! মৃত (Not alive death)। এয়া বিজ্ঞানৰ কল্পকাহিনী নহয়। আমেৰিকাৰ নিউ মেক্সিকো (New Mexico of america)ৰ দুজমান বিজ্ঞানী আৰু কাৰিকৰী বিদ্যাবিদে মৃত চৰাইৰ খোলা (shell of dead birds) ব্যৱহাৰ কৰি এনে এক ‘ফ্লেপিং উইং ড্ৰোন’ (Flapping Wing Drone) নিৰ্মাণ কৰিছে। এই কামত মৃত জীৱ-জন্তুৰ ছাল কাটিব পৰা (taxodermy) বিজ্ঞানৰ বিশেষজ্ঞ একাংশ গৱেষকৰ সহায়ো লোৱা হৈছে।

আমেৰিকাৰ
আমেৰিকাৰ এখন চহৰত অবিশ্বাস্য পৰিঘটনা:

কেৱল দেখাতেই চৰাইৰ দৰে নহয়। যান্ত্ৰিক চৰাইৰ দলটোৰ উৰণশৈলীও প্ৰকৃত চৰাইৰ দৰে। ফলত ইহঁতক সহজেই মূল জাকটোৰ লগত ‘মিশ্ৰিত’ কৰিব পৰা যায়। ফ্লেপিং উইং ড্ৰোনৰ অন্যতম সৃষ্টিকৰ্তা মুস্তাফা হাছনালিয়নে কয় যে এই সুযোগ ব্যৱহাৰ কৰিলে ভৱিষ্যতে বন্যপ্ৰাণী পৰ্যবেক্ষণ আৰু গৱেষণাৰ নতুন ক্ষেত্ৰ মুকলি হʼব পাৰে।

পেছাত মেকানিকেল ইঞ্জিনিয়াৰ মুস্তাফাই কয়, “এই যন্ত্ৰৰ সহায়ত পৰিভ্ৰমী চৰাইৰ গতিবিধি নিখুঁতভাৱে নিৰীক্ষণ আৰু ফটো তোলা সম্ভৱ।” সেয়েহে এই চৰাই-ড্ৰোনে চৰাইৰ প্ৰব্ৰজনৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য আনিব পাৰে ভৱিষ্যতে। কিন্তু একমাত্ৰ অসুবিধাটো হʼল ইহঁতে এবাৰত বিছ মিনিটতকৈ অধিক সময় উৰিব নোৱাৰে। তেওঁ কয় যে কাৰিকৰী উৎকৰ্ষতাৰ উদ্দেশ্যে এই ক্ষেত্ৰত অধিক গৱেষণাৰ প্ৰয়োজন। একাংশ বিশেষজ্ঞৰ মতে, এই যান্ত্ৰিক চৰাইটোক কেৱল প্ৰাণীবিজ্ঞানতে নহয়, প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো, বিশেষকৈ চোৰাংচোৱাগিৰিৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰি। বলীউডৰ চিনেমা ‘উৰি’ত দেখা হালফিলৰ দৰে।

Tags: americaFlapping Wing Droneআমেৰিকাফ্লেপিং উইং ড্ৰোন
Share4Tweet3Send

Related Posts

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত
National-International

by News Desk
May 30, 2026
50
Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা
National-International

Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

by News Desk
May 30, 2026
50
Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি
National-International

Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

by News Desk
May 30, 2026
50
Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ
National-International

Terrorist gang arrested : দিল্লীত গ্ৰেপ্তাৰ বৃহৎ সন্ত্ৰাসবাদী চক্ৰ, আক্ৰমণৰ চক্ৰান্তত জড়িত ডাউদ-আই এছ আই

by News Desk
May 30, 2026
50
Rajasthan murder case : ৱেব ছিৰিজ চাই পাঁচ মাহ ধৰি হত্যাৰ পৰিকল্পনা নাবালক পুত্ৰৰ, ৰাজস্থান হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

Mamata Banerjee : ৬ জুনত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক, উপস্থিত থাকিব পাৰে মমতা

ADVERTISEMENT
Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত
National-International

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত

May 30, 2026
50
Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা
National-International

Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

May 30, 2026
50
Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি
National-International

Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

May 30, 2026
50
Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ
National-International

Terrorist gang arrested : দিল্লীত গ্ৰেপ্তাৰ বৃহৎ সন্ত্ৰাসবাদী চক্ৰ, আক্ৰমণৰ চক্ৰান্তত জড়িত ডাউদ-আই এছ আই

May 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত

May 30, 2026
Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

May 30, 2026
Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

May 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT