ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

১৪ দিনৰ অন্তসত্তা শিশু! গৰ্ভত পোৱা গ’ল তিনিটা ভ্ৰুণ, স্তম্ভিত চিকিৎসকসকল

নিউজ ডেস্কঃ

News Desk by News Desk
April 11, 2023
Reading Time: 1 min read
A A
0
১৪ দিনৰ অন্তসত্তা শিশু! গৰ্ভত পোৱা গ’ল তিনিটা ভ্ৰুণ, স্তম্ভিত চিকিৎসকসকল

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

১৪ দিনৰ গৰ্ভৱতী শিশু (14-day pregnant baby)! এইবাৰ পোহৰলৈ আহিল এক আচৰিত ঘটনা। অস্ত্ৰোপচাৰ (Surgery)ৰ জৰিয়তে শিশুটিৰ গৰ্ভৰ পৰা তিনিটা ভ্ৰূণ (Three embryos) আঁতৰোৱাৰ পিছত স্তম্ভিত হৈ পৰে চিকিৎসকসকল। উত্তৰ প্ৰদেশৰ বাৰাণসীত (Varanasi in Uttar Pradesh) সংঘটিত হৈছে এই ঘটনা।

বাৰাণসীৰ সুন্দৰলাল হাস্পতালৰ চিকিৎসকে জন্মৰ সময়ত শিশুটিৰ ওজন ৩ কেজি ৩০০ গ্ৰাম বুলি জানিবলৈ দিয়ে। কিন্তু অস্ত্ৰোপচাৰৰ দ্বাৰা ভ্ৰুণ আঁতৰোৱাৰ পিছত শিশুটিৰ ওজন ২ কেজি ৮০০ গ্ৰাম হয়। চিকিৎসালয়ৰ চিকিৎসক শ্বট কাছাপে এটা সংবাদ সংস্থাক জনাইছে যে কিছুদিন পূৰ্বে মাউ জিলাৰ এহাল দম্পতীয়ে তেওঁলোকৰ ১৪ দিনীয়া সন্তানক চিকিৎসালয়লৈ লৈ আহিছিল। শিশুটি শ্বাস-প্ৰশ্বাসজনিত সমস্যা আৰু এলাৰ্জীত ভুগি আছিল।

SURGERY1 | ASSAM TIMES POST

চিকিৎসকে কয় যে শিশুটিৰ কি সমস্যা হৈছে চাবলৈ আল্ট্ৰাছাউণ্ড কৰা হয়।তেতিয়াই বিষয়টো পোহৰলৈ আহে। তাৰ পিছত অধিক নিশ্চিত হʼবলৈ চিটি স্কেন কৰা হয়। তেতিয়া দেখা যায় যে শিশুটিৰ গৰ্ভত তিনিটা ভ্ৰুণ আছে। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, তিনিদিন চিকিৎসাৰ অন্তত সোমবাৰে চিকিৎসকে শিশুটিৰ অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লয়।

লগতে চিকিৎসকে কয় যে ভ্ৰুণকেইটা বিভিন্ন অৱস্থাত পোৱা গৈছে। তেওঁলোকে কয়, “এই ভ্ৰূণবোৰ শিশুটিৰ মাকৰ পৰা আহিছিল। অবিকশিত ভ্ৰূণ শিশুৰ পেটলৈ যায়। এনে ঘটনা অতি বিৰল। ৫ লাখ শিশুৰ ভিতৰত এটি শিশুৰ এই ৰোগ হয়।”

Tags: underlying childVaranasiঅন্তসত্তা শিশুবাৰাণসী
Share4Tweet3Send

Related Posts

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা
National-International

by News Desk
July 25, 2026
50
Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
National-International

Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

by Staff Reporter
July 25, 2026
50
PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ
National-International

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

by Staff Reporter
July 25, 2026
50
Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে

Delhi protest I যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীত দুষ্কৃতিকাৰীক ধৰিবলৈ ‘মুখ চিনাক্তকৰণ’ ব্যৱস্থা, ২৫০০ আৰক্ষীক আক্ৰমণকাৰী চিনাক্ত

Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু
National-International

Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

by News Desk
July 24, 2026
50
ADVERTISEMENT
DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা
National-International

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

July 25, 2026
50
Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
National-International

Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026
50
PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ
National-International

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

July 25, 2026
50
Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে
National-International

Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

July 25, 2026
Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026
PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT