ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Covid! নীৰৱে বিয়পি পৰিছে কোভিড সংক্ৰমণ, লক্ষণ দেখা দিলেই পৰীক্ষা কৰাৰ পৰামৰ্শ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 11, 2023
Reading Time: 1 min read
A A
0
Covid! নীৰৱে বিয়পি পৰিছে কোভিড সংক্ৰমণ, লক্ষণ দেখা দিলেই পৰীক্ষা কৰাৰ পৰামৰ্শ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Election Commission of India I নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াৰ মুখ্য ন্যায়াধীশ বাতিল সম্পৰ্কীয় গোচৰত কেন্দ্ৰৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ

কোভিডৰ (Covid) লক্ষণ থকাৰ পিছতো বহু ৰোগীয়ে পৰীক্ষা নকৰে। ফলত নীৰৱে সংক্ৰমণ বিয়পি পৰিছে। আক্ৰান্তৰ সংখ্যাৰ এই উৰ্ধমুখী ধাৰা বন্ধ কৰিবলৈ ইণ্ডিয়ান মেডিকেল এছোচিয়েচনে (Indian Medical Association) জ্বৰ, চৰ্দি-কাহৰ লগত জড়িত ৰোগ থাকিলে পৰীক্ষা কৰাত গুৰুত্ব আৰোপ কৰিছে। তদুপৰি, চিকিৎসালয়ত কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধিৰ সৈতে মোকাবিলা কৰিবলৈ স্বাস্থ্য প্ৰতিষ্ঠানসমূহৰ আন্তঃগাঁথনি কিমান সাজু হৈছে সেয়া পৰীক্ষা কৰিবলৈ আজি দেশজোৰা অনুশীলন অনুষ্ঠিত কৰা হয়।

Covid
নীৰৱে বিয়পি পৰিছে কোভিড সংক্ৰমণ

যোৱা দুসপ্তাহ ধৰি বৃদ্ধি পাইছে কৰোনা সংক্ৰমণ। ইয়াৰ আঁৰত আই এম এয়ে কেইবাটাও কাৰণ চিনাক্ত কৰিছে। সংগঠনটোৰ ৰাষ্ট্ৰীয় সভাপতি শৰদকুমাৰ আগৰৱালে (Dr. Sharad Kumar Agarwal) কয়, “কৰোনাৰ সৈতে মোকাবিলা কৰিবলৈ আমি পূৰ্বতে যিবোৰ নিয়ম মানি চলিছিলো, সেইবোৰ নিয়ম পালন বন্ধ কৰি দিলোঁ, ফলত চৰ্দি-কাহ-জ্বৰৰ দৰে লক্ষণ দেখা দিয়ে যদিও তেওঁলোকে ইয়াৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়ে।” চিকিৎসকৰ মতে, পৰীক্ষা কৰিলে দেখা যাব যে এক বৃহৎ অংশ কৰোনা আক্ৰান্ত।

কিন্তু নন-টেষ্টিঙৰ বাবে আক্ৰান্তসকলে নিজৰ অজ্ঞাতে বাহিৰলৈ ওলাই গৈ আনক সংক্ৰমিত কৰিছে। সেই শৃংখলটো ভাঙিবলৈ স্বাস্থ্য বিশেষজ্ঞসকলে লক্ষণ থকাসকলক হয় পৰীক্ষা কৰাব লাগে নহয় ঘৰতে থাকিবলৈ পৰামৰ্শ দিছে। আই এম এৰ তথ্য অনুসৰি, বিশেষকৈ যিসকলে ভেকচিন গ্ৰহণ কৰিছে তেওঁলোকে নিজকে কৰোনা ভাইৰাছৰ পৰা সুৰক্ষিত বুলি গণ্য কৰে। কিন্তু বাস্তৱত সেয়া নহয়। বিশেষজ্ঞসকলৰ মতে, কৰোনা ভেকচিনৰ ফলপ্ৰসূতা ৬ মাহৰ পাছত কমিবলৈ আৰম্ভ কৰে।

বিশেষজ্ঞসকলে যুক্তি দিছে যে আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ অৰ্থ হʼল কৰোনা ভাইৰাছ এতিয়াও আছে। আই এম এৰ মতে, ভাইৰাছটোৱে প্ৰতিদিনে চৰিত্ৰ সলনি কৰি নতুন উপপ্ৰজাতিৰ সৃষ্টি কৰে।

বৰ্তমান ভাৰতত হোৱা সকলো সংক্ৰমণৰ ভিতৰত কমেও ৪০ শতাংশ XBB.1.16 উপপ্ৰজাতিৰ দ্বাৰা সংক্ৰমিত হয়। চিকিৎসকৰ মতে যিসকল বৃদ্ধ, যিসকল দীৰ্ঘদিন ধৰি কোনো গুৰুতৰ ৰোগত আক্ৰান্ত, যিসকল শাৰীৰিকভাৱে অসুস্থ বা যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম তেওঁলোকৰ মৃত্যুৰ সম্ভাৱনা বৃদ্ধি পায়। সেয়েহে এনে লোকক সংক্ৰমণৰ পৰা ৰক্ষা কৰাত গুৰুত্ব আৰোপ কৰে চিকিৎসক সন্থাই।

Tags: Covid
Share4Tweet3Send

Related Posts

Empowering Voters: ECI Introduces Mobile Deposit Facility and Streamlines Canvassing Norms
National-International

Election Commission of India I নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াৰ মুখ্য ন্যায়াধীশ বাতিল সম্পৰ্কীয় গোচৰত কেন্দ্ৰৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

by Staff Reporter
May 7, 2026
50
‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত
National-International

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

by Staff Reporter
May 7, 2026
50
‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ
National-International

‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ

by Staff Reporter
May 7, 2026
50
‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
National-International

‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

by Staff Reporter
May 7, 2026
50
Bengal election violence । বংগত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক হত্যা
National-International

Bengal election violence । বংগত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক হত্যা

by Staff Reporter
May 7, 2026
50
UP encounter : উত্তৰ প্ৰদেশত ধৰ্ষণত অভিযুক্তক এনকাউণ্টাৰ
National-International

UP encounter : উত্তৰ প্ৰদেশত ধৰ্ষণত অভিযুক্তক এনকাউণ্টাৰ

by News Desk
May 6, 2026
50
ADVERTISEMENT
Empowering Voters: ECI Introduces Mobile Deposit Facility and Streamlines Canvassing Norms
National-International

Election Commission of India I নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াৰ মুখ্য ন্যায়াধীশ বাতিল সম্পৰ্কীয় গোচৰত কেন্দ্ৰৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

May 7, 2026
50
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩
NORTHEAST

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

May 7, 2026
50
‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত
National-International

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

May 7, 2026
50
‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ
National-International

‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ

May 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Empowering Voters: ECI Introduces Mobile Deposit Facility and Streamlines Canvassing Norms

Election Commission of India I নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াৰ মুখ্য ন্যায়াধীশ বাতিল সম্পৰ্কীয় গোচৰত কেন্দ্ৰৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

May 7, 2026
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

May 7, 2026
‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

May 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx