ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi Corona I ৰাজধানীত বৃদ্ধি কৰোনা সংক্ৰমণ, চিন্তিত চিকিৎসক

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 6, 2023
Reading Time: 1 min read
A A
0
ভাৰতত ডেল্টাৰ দৰে সংক্রমণ বিয়পাব পাৰে ওমিক্রনে, শীৰ্ষত উপনীত হ’ব জানুৱাৰীৰ শেষত!

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

ভাৰতত কৰোনা সংক্ৰমণৰ (Corona) পৰিস্থিতি দিনক দিনে বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰালয়ে প্ৰদান কৰা পৰিসংখ্যা অনুসৰি, বুধবাৰে দেশত দৈনিক কৰোনা ৰোগীৰ সংখ্যাই ৪ হাজাৰৰ সীমা অতিক্ৰম কৰিলে। পাঁচ মাহৰ পাছত পুনৰ আক্ৰান্তৰ সংখ্যা ৪ হাজাৰলৈ বৃদ্ধি পালে। ৰাজধানীতো কোভিডৰ সংক্ৰমণ বাঢ়িছে।

Delhi corona
ৰাজধানীত বৃদ্ধি কৰোনা সংক্ৰমণ:

স্বাস্থ্য মন্ত্ৰালয়ে প্ৰদান কৰা পৰিসংখ্যা অনুযায়ী, বুধবাৰে দিল্লীত নতুনকৈ ৫০৯ জন কৰোনাত আক্ৰান্ত ৰোগী ধৰা পৰে। বুধবাৰ পৰ্যন্ত দিল্লীত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা ১৭৯৫ জন। যোৱা ২৪ ঘন্টাত দেশত দৈনিক কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৫০০০ৰ সীমা অতিক্ৰম কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, যোৱা ২৪ ঘণ্টাত কৰোনা আক্ৰান্তৰ সংখ্যা হʼল ৫,৩৩৫ জন। যোৱা ২৪ ঘন্টাত এই সংখ্যা ২০ শতাংশ বৃদ্ধি পাইছে।

একে ধাপতে ৰাজধানীত সংক্ৰমণৰ হাৰ বা পজিটিভিটিৰ হাৰো বৃদ্ধি পাইছে। মঙলবাৰে দিল্লীত কৰোনা সংক্ৰমণৰ হাৰ ১৫.৬৪ শতাংশ। ২৪ ঘণ্টাৰ ভিতৰত সংক্ৰমণৰ হাৰ ২৬.৫৪ শতাংশলৈ বৃদ্ধি পায়। বিগত ২৪ ঘণ্টাত ৪২৪ জন লোক কোভিড সংক্ৰমণৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিছে। অৱশ্যে কৰোনা ভাইৰাছৰ বাবে এতিয়ালৈকে ৰাজধানীত কোনো লোকে প্ৰাণ হেৰুৱাবলগা হোৱা নাই। কৰোনা সংক্ৰমণ বৃদ্ধিৰ বাবে চিন্তিত হৈ পৰিছে চিকিৎসক। আগতীয়াকৈ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ দিল্লীৰ চিকিৎসালয়সমূহত বিছনাৰ সংখ্যা বৃদ্ধি কৰা হৈছে।
এনে পৰিপ্ৰেক্ষিতত বুধবাৰে দিল্লীৰ মেয়ৰ শ্বেলী ওবেৰয়ে কয়, “চিকিৎসালয়ত বিছনাৰ সংখ্যা বৃদ্ধি কৰাৰ উপৰি ঔষধ আৰু অক্সিজেনৰ ব্যৱস্থাও কৰা হৈছে। লগতে চিকিৎসালয় কৰ্তৃপক্ষৰ হৈ চিকিৎসক আৰু পৌৰ নিগমৰ বিষয়াসকলৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়। চিন্তাৰ কোনো কাৰণ নাই।” শ্বেলীয়ে আশ্বাস দি কয়, “পৰিস্থিতি নিয়ন্ত্ৰণত আছে। পৰিস্থিতি চম্ভালিবলৈ দিল্লী চৰকাৰ সম্পূৰ্ণ সাজু।”
Tags: #corona
Share4Tweet3Send

Related Posts

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

by News Desk
July 17, 2026
50
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

by News Desk
July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

by Staff Reporter
July 17, 2026
50
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

by Staff Reporter
July 17, 2026
50
দুবছৰ পিছত ৰথযাত্রা আৰম্ভ পুৰীত, ব্যাপক উৎসাহ ভক্তৰ মাজত
National-International

ISKCON Rath Yatra । নতুন চৰকাৰৰ যুগত বাংলাদেশত নিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা, ঢাকাৰ স্বামীবাগত অগণন ভক্তৰ সমাবেশ

by Staff Reporter
July 17, 2026
50
General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী
National-International

General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী

by Staff Reporter
July 17, 2026
50
ADVERTISEMENT
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
50
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx