ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

Ritrisha Sarma’s New song I “আকুল বিকুল কলিজা” ৰে পুনৰ বাৰ ঋতৃষা শৰ্মাৰ জনপ্ৰিয়তাঃ

মনোৰঞ্জনঃ

Staff Reporter by Staff Reporter
April 1, 2023
Reading Time: 1 min read
A A
0
Ritrisha Sarma’s New song I “আকুল বিকুল কলিজা” ৰে পুনৰ বাৰ ঋতৃষা শৰ্মাৰ জনপ্ৰিয়তাঃ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

বিবাহ পাশত আবদ্ধ হোৱাৰ পিছতেই এটি নতুন গীত লৈ আহিছে কণ্ঠশিল্পী ঋতৃষা শৰ্মা (Ritrisha Sarma)। “আকুল বিকুল কলিজা” শীৰ্ষক এটি নতুন গীতেৰে ঋতৃষা শৰ্মাই পুনৰ বাবে নিজ অনুৰাগীক বিহুৰ উপহাৰ দিছে। বহুকেইটা জনপ্ৰিয় গীতত কণ্ঠদান কৰা ঋতৃষা শৰ্মাৰ অনুৰাগীৰ শাৰী দীঘলীয়া। কিছুদিন পূৰ্বৰে পৰা বিভিন্ন নেতিবাচক সমালোচনাৰে ব্যতিব্যস্ত হৈ থাকিলেও কণ্ঠশিল্পী গৰাকীয়ে সদ্যমুক্তিপ্ৰাপ্ত গীতটিত যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, “আকুল বিকুল কলিজা” শীৰ্ষক গীতটিৰ ভিডিঅ’ ত প্ৰিয়ম পল্লৱী, বংকিম শইকীয়া, নিতু খনিকৰ আৰু ঋতৃষা শৰ্মাই নিজেই অভিনয় কৰিছে। আনহাতে, গীতটিত কথা আৰু সুৰৰ দায়িত্বত আছে ৰমেন দানহ। সংগীত ব্যৱস্থাপনা কৰিছে প্ৰণয় দত্তই আৰু ভিডিঅ’ পৰিচালনাৰ দায়িত্বত আছে ভাস্বত ভূঞা। গীতটিৰ পোষ্টাৰ ডিজাইন কৰিছে ৰিতুপৰ্ণ বৰাই।

Ritrisha Sarma
Ritrisha Sarma’s New Song “Akul Bikul Kolija”

“ঝুনুকা”, “বুঢ়া তামোলৰে পাগ” ইত্যাদি অসমীয়া গীতেৰে বহুল সমাদৰ লাভ কৰা ঋতৃষা শৰ্মাৰ জনপ্ৰিয়তা কেৱল অসমতেই সীমাবদ্ধ নহয়। তেওঁ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো সমানেই সমাদৃত। তেওঁৰ হিন্দী গীত সমূহে প্ৰায়ে ইউটিউবৰ ট্ৰেণ্ডিঙত থাকি শ্ৰোতা-দৰ্শকক আকৰ্ষণ কৰি আহিছে।

Tags: Ritrisha Sarma
Share4Tweet3Send

Related Posts

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

by News Desk
January 19, 2026
50
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
50
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ
Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

by News Desk
March 21, 2025
50
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
50
Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ
Entertainment

Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ

by News Desk
December 13, 2024
50
Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন
Entertainment

Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন

by News Desk
December 13, 2024
50
ADVERTISEMENT
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

June 26, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT