ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Utter Pradesh I উমেশ পাল অপহৰণ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড আতিক আহমেদক, দোষী সাব্যস্ত আৰু দুজন

নিউজ ডেস্কঃ

News Desk by News Desk
March 28, 2023
Reading Time: 1 min read
A A
0
Utter Pradesh I উমেশ পাল অপহৰণ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড আতিক আহমেদক, দোষী সাব্যস্ত আৰু দুজন

RELATED POSTS

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

উত্তৰ প্ৰদেশ (Utter Pradesh)ৰ বিধায়ক ৰাজু পালৰ হত্যাকাণ্ড (MLA Raju Pal Murder)ৰ মূল সাক্ষী উমেশ পাল (Umesh Pal)ক অপহৰণ (Abduction) কৰাৰ গোচৰত আতিক আহমেদ (Atiq Ahmed) আৰু আন ২ জনক দোষী সাব্যস্ত (convicted) কৰিছে প্ৰয়াগৰাজৰ এখন আদালতে (In a court in Prayagraj)। ২০০৬ চনৰ উমেশ অপহৰণ গোচৰত মঙলবাৰে আতিককে ধৰি অভিযুক্তকেইজনক আদালতত হাজিৰ কৰোৱা হৈছিল। যদিও এই গোচৰত আতিকৰ ভাতৃ আশ্ৰফকে ধৰি ৭জন লোকক দোষমুক্ত কৰা হৈছিল, আদালতে আতিককে ধৰি ৩জন লোকক যাৱজ্জীৱন কাৰাদণ্ড (Life imprisonment)ৰ নিৰ্দেশ দিয়ে।

 যাৱজ্জীৱন কাৰাদণ্ড
উমেশ পাল অপহৰণ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড আতিক আহমেদক:

সমাজবাদী পাৰ্টিৰ প্ৰাক্তন সাংসদ তথা বিধায়ক আতিকৰ বিৰুদ্ধে হত্যা, অপহৰণকে ধৰি এশৰো অধিক গোচৰ। গুজৰাটৰ সাবৰমতী কাৰাগাৰত বন্দী হৈ আছিল আতিক। সোমবাৰে তেওঁক কটকটীয়া নিৰাপত্তাৰ অধীনত প্ৰয়াগৰাজলৈ লৈ যোৱা হয়। উত্তৰ প্ৰদেশ আৰক্ষীৰ জিম্মাত থকাৰ সময়তে তেওঁক নিৰাপত্তা দিব লাগে বুলি উচ্চতম ন্যায়ালয়ত এই আবেদন দাখিল কৰিছিল আতিকে। কেৱল সেয়াই নহয়, মৃত্যুৰ আশঙ্কাৰ বিষয়েও পৰিয়ালৰ লোকে আবেদন জনায়। মঙলবাৰে উচ্চতম ন্যায়ালয়ে এই আবেদন খাৰিজ কৰে।

আতিকৰ উপৰি আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা ২ জন ব্যক্তি হৈছে দীনেশ পাছি আৰু খান সাউলাত হানিফ। কাৰাবাসৰ বাহিৰেও ৩জন ব্যক্তিক ১ লাখ টকাৰ জৰিমনা বিহা হয়। ১৭ বছৰীয়া গোচৰৰ শুনানিৰ বাবে সোমবাৰে সাবৰমতী কাৰাগাৰৰ পৰা প্ৰয়াগৰাজৰ নাইনী কাৰাগাৰলৈ আতিক আৰু আন অভিযুক্তক লৈ যোৱা হয়। ৰাজু পাল হত্যাকাণ্ডৰ মূল সাক্ষী উমেশক যোৱা ২৪ ফেব্ৰুৱাৰীত ঘৰৰ সন্মুখত গুলীয়াই হত্যা কৰা হৈছিল। এই ঘটনাত সমগ্ৰ উত্তৰ প্ৰদেশত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ৰাজুৰ দৰে উমেশৰ হত্যাকাণ্ডত আতিক আৰু তেওঁৰ দলটোৰ বিৰুদ্ধেও অভিযোগ উত্থাপন হৈছিল।

২০০৫ চনৰ ২৫ জানুৱাৰীত তেতিয়াৰ বহুজন সমাজ পাৰ্টিৰ বিধায়ক ৰাজুক হত্যা কৰা হৈছিল। তেতিয়া উমেশ জিলা পঞ্চায়তৰ সদস্য আছিল। তেওঁ এই হত্যাকাণ্ডত সাক্ষ্য দিব বুলি আৰক্ষীক জনায়। ২০০৬ চনত উমেশে অভিযোগ কৰিছিল যে আতিকে তেওঁক নিয়ন্ত্ৰণ কৰি আছে। লগতে তেওঁৰ বিৰুদ্ধে অপহৰণৰ অভিযোগ। ২০০৭ চনত আতিক, তেওঁৰ ভাতৃ আৰু ৪ জন অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Atiq AhmedLife imprisonmentআতিক আহমেদযাৱজ্জীৱন কাৰাদণ্ড
Share4Tweet3Send

Related Posts

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

by News Desk
September 24, 2026
52
Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ
National-International

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

by News Desk
September 24, 2026
51
ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ
National-International

ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ

by News Desk
September 24, 2026
51
Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?
National-International

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

by News Desk
September 24, 2026
51
Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু
National-International

Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু

by News Desk
September 24, 2026
52
BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি
National-International

BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি

by News Desk
September 24, 2026
53
ADVERTISEMENT
Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

September 25, 2026
50
Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক
Assam

Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক

September 25, 2026
50
GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়
Guwahati

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
52
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

September 25, 2026
Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক

Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক

September 25, 2026
GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d